SEBA HSLC MATHEMATICS 2024 MCQ
{
"questions": [
{
"question": "শুদ্ধ উত্তৰটো বাছি উলিওৱা:
তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান হ'ব
",
"options": [
"8",
"6",
"4",
"2"
],
"answer": 2
},
{
"question": "তলৰ কোনটো বৰ্গসংখ্যা নহয়?",
"options": [
"441",
"572",
"576",
"729"
],
"answer": 1
},
{
"question": "যদি m, n ৰ ঘনমূল হয়, তেন্তে n ৰ মান হ'ব",
"options": [
"√m",
"∛m",
"m³",
"m²"
],
"answer": 2
},
{
"question": "দিয়া আছে যে, 306 আৰু 657ৰ ল.সা.গু. 22338। এতিয়া 102, 306 আৰু 657ৰ ল.সা.গু. কি হ'ব?",
"options": [
"102",
"22338",
"22338 × 3",
"22338 × 102"
],
"answer": 1
},
{
"question": " দুটা উক্তি দিয়া আছে:\nউক্তি (i) : ধনাত্মক অযুগ্ম সংখ্যা 2k+1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি।\nউক্তি (ii) : ধনাত্মক অযুগ্ম সংখ্যা 2k+1 আৰ্হিৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি।\nশুদ্ধ বিকল্পটো বাছি উলিওৱা।",
"options": [
"(i) আৰু (ii) দুয়োটাই সত্য।",
"(i) সত্য কিন্তু (ii) অসত্য।",
"(i) অসত্য কিন্তু (ii) সত্য।",
"(i) আৰু (ii) দুয়োটাই অসত্য।"
],
"answer": 0
},
{
"question": " কি চর্তত px³ + qx² + rx + s = 0 এটা ত্রিঘাত সমীকৰণ হ’ব?",
"options": [
"p, q, r আৰু s গোটেইবোৰ অশূন্য।",
"p ≠ 0 আৰু q ≠ 0",
"p ≠ 0 বা q ≠ 0",
"p ≠ 0"
],
"answer": 3
},
{
"question": " যদি x বাস্তৱ সংখ্যা হয়, তেন্তে 8x³ – 1 ত্রিঘাত বহুপদটোৰ লেখটোৱে—",
"options": [
"x-অক্ষক ছেদ নকৰে।",
"x-অক্ষক মাত্র এটা বিন্দুতহে ছেদ কৰে।",
"x-অক্ষক দুটা বেলেগ বিন্দুত ছেদ কৰে।",
"x-অক্ষক তিনিটা বেলেগ বিন্দুত ছেদ কৰে।"
],
"answer": 3
},
{
"question": " যদি a₁x + 3y + c₁ = 0 আৰু 4x + b₂y + c₂ = 0 সমীকৰণ যোৰৰ এটা অদ্বিতীয় সমাধান থাকে, তেন্তে—",
"options": [
"a₁ = 3, b₂ = 4",
"a₁ = 12, b₂ = 1",
"a₁ = 4, b₂ = 3",
"a₁ = 5, b₂ = 1"
],
"answer": 3
},
{
"question": " x-অক্ষৰ ওপৰত থকা যি কোনো বিন্দুৰ স্থানাংক হ’ব—",
"options": [
"(x, 0)",
"(0, y)",
"(x, x)",
"(x, y)"
],
"answer": 0
},
{
"question": " দ্বিঘাত বহুপদ p(x) = 4x² – 1ৰ শূন্যকেইটাৰ যোগফল হ’ব—",
"options": [
"-1",
"0",
"2",
"4"
],
"answer": 1
},
{
"question": " √2, √8, √18, √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ",
"options": [
"2, 4, 6, 8 সমান্তৰ প্রগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ।",
"√32, √18, √8 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান।",
"√50, √98, √162 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান।",
"1/√2, 0 -1√2 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ।"
],
"answer": 3
},
{
"question": " এটা ত্রিভুজৰ ভূমি 10% বঢ়াই দিয়া হ’ল আৰু উন্নতি 10% হ্রাস কৰা হ’ল, গতিকে ত্রিভুজটোৰ নতুন কালি",
"options": [
"একে থাকিব।",
"1% হ্রাস হ’ব।",
"10% বাঢ়িব।",
"11% বাঢ়িব।"
],
"answer": 0
},
{
"question": " R বিন্দুটোৱে AB ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে AR = 3/4 AB হয়। Rএ AB ভাগ কৰা অনুপাতটো হ’ব—",
"options": [
"3:1",
"3:4",
"4:3",
"4:7"
],
"answer": 0
},
{
"question": " P(-1,0) এটা বৃত্তৰ কেন্দ্ৰ আৰু Q(2, 4) বৃত্তটোৰ ওপৰত এটা বিন্দু। বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দুবোৰ হ’ব\n(i) (-6, 0)\n(ii) (-1, 5)\n(iii) (3, -3)\n(iv) (0, -5)\nশুদ্ধ বিকল্পটো বাছি উলিওৱা।",
"options": [
"ওপৰৰ যি কোনো তিনিটা।",
"মাত্র (ii), (iii) আৰু (iv)",
"মাত্র (i), (ii) আৰু (iii)",
"মাত্র (i), (iii) আৰু (iv)"
],
"answer": 2
},
{
"question": " বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালক কোৱা হয়—",
"options": [
"ব্যাসার্ধ।",
"চাপ।",
"ব্যাস।",
"মুখ্য চাপ।"
],
"answer": 2
},
{
"question": "যদি $5x = \\sec\\theta$ আৰু $\\frac{5}{x} = \\tan\\theta$ হয়, তেন্তে $5\\left(x^2 - \\frac{1}{x^2}\\right)$ ৰ মান হ'ব",
"options": [
"5",
"1/5",
"0",
"-1"
],
"answer": 1
},
{
"question": " Q বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈর্ঘ্য 24 cm আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা Q বিন্দুৰ দূৰত্ব 25 cm হ’লে বৃত্তটোৰ ব্যাসার্ধ হ’ব—",
"options": [
"7 cm",
"12 cm",
"15 cm",
"24.5 cm"
],
"answer": 0
},
{
"question": " প্রত্যেকৰে 64 cm³ আয়তনবিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ’ল। তেনেহ’লে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ’ব—",
"options": [
"160 cm²",
"176 cm²",
"128 cm²",
"192 cm²"
],
"answer": 0
},
{
"question": " ঊর্ধ্বক্রমত সজোৱা তথ্যৰাজি 25, 30, x + 30, 35 + x, 40 + x ৰ মধ্যমা 35 হ’লে, xৰ মান হ’ব—",
"options": [
"35",
"5",
"25",
"10"
],
"answer": 0
},
{
"question": " এটা লুডুগুটি এবাৰ মাৰিলে 2তকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ব—",
"options": [
"1",
"1/6",
"2/3",
"1/3"
],
"answer": 3
},
{
"question": " এটা ট্রেপিজিয়ামৰ কালি 1350 m² আৰু ইয়াৰ সমান্তৰাল বাহুবোৰৰ দীঘৰ সমষ্টি উচ্চতাৰ তিনিগুণ হ’লে, উচ্চতা হ’ব—",
"options": [
"20 m",
"10 m",
"60 m",
"30 m"
],
"answer": 3
},
{
"question": " 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূর্ণবর্গ সংখ্যাটো হ’ব—",
"options": [
"144",
"900",
"3600",
"360"
],
"answer": 1
},
{
"question": " যদি f(x) = kx² – 8x + 6ৰ শূন্যৰ সমষ্টি 4 হয়, তেন্তে k ৰ মান হ’ব—",
"options": [
"6",
"8",
"2",
"1"
],
"answer": 2
},
{
"question": " এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেখডালে x-অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা হ’ব—",
"options": [
"2",
"3",
"1",
"4"
],
"answer": 0
},
{
"question": " তলত দিয়া সমীকৰণবিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ?",
"options": [
"2x = 3y",
"x² – 3x + 5 = 0",
"3x + y = 0",
"3t + 7 = 8t – 2"
],
"answer": 3
},
{
"question": " kx + 2y = 5 আৰু 3x + y = 1 ৰৈখিক সমীকৰণ যোৰৰ একক সমাধান থাকিব যদি",
"options": [
"k = 0",
"k ≠ 6",
"k = 2",
"k = 3"
],
"answer": 1
},
{
"question": " (x + 2)³ = x³ – 4 সমীকৰণৰ মূলৰ সংখ্যা হ’ল—",
"options": [
"3",
"1",
"4",
"2"
],
"answer": 3
},
{
"question": " তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে?",
"options": [
"3x²+14x-5=0",
"4x²+2x-1=0",
"9x²-6x+1=0",
"x²-5x+4=0"
],
"answer": 2
},
{
"question": " এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু শেষ পদ ক্রমে 1 আৰু 11. যদি সমান্তৰ প্ৰগতিটোৰ পদবোৰৰ যোগফল 36 হয়, তেন্তে পদৰ সংখ্যা হ’ব—",
"options": [
"6",
"8",
"10",
"12"
],
"answer": 0
},
{
"question": " 42 সংখ্যাটো তলৰ কোনটো সমান্তৰ প্ৰগতিৰ এটা পদ?",
"options": [
"92, 86, 80, …",
"102, 95, 88, …",
"2, 6, 10, …",
"0, 8, 16, …"
],
"answer": 2
},
{
"question": " ∆ABC ত XY || BC. যদি AB = 4BX আৰু YC 2 cm হয়, তেন্তে AYৰ মান হ’ব—",
"options": [
"4 cm",
"6 cm",
"5 cm",
"8 cm"
],
"answer": 1
},
{
"question": " যদি CM আৰু RN ক্রমে ∆ABC আৰু ∆PQRৰ মধ্যমা হয়, আৰু ∆ABC ~ ∆PQR হয়, তেন্তে তলৰ কোনটো শুদ্ধ?",
"options": [
"∆АМС ~ ∆PNR",
"∆АМС ~ ∆PRN",
"∆АМС ~ ∆NRP",
"∆AMC ~ ∆RNP"
],
"answer": 0
},
{
"question": " এটা বৃত্তৰ ব্যাস AB. কেন্দ্ৰৰ স্থানাংক (2, -3) আৰু Bৰ স্থানাংক (1, 4) হ’লে Aৰ স্থানাংক হ’ব—",
"options": [
"",
"(2, 8)",
"(3, -10)",
"(-2, 3)"
],
"answer": 2
},
{
"question": " (-4, 6) বিন্দুটোৱে A (-6, 10) আৰু B(3, -8) সংযোগী ৰেধাখণ্ডক অন্তর্বিভক্ত কৰা অনুপাতটো হ’ল—",
"options": [
"3:2",
"2:3",
"7:2",
"2:7"
],
"answer": 3
},
{
"question": " যদি sinA = cos33°, A > 90 হয়, তেন্তে Aৰ মান হ’ব—",
"options": [
"90°",
"33°",
"27°",
"57°"
],
"answer": 3
},
{
"question": " যদি atanθ = x, b cotθ = y হয়, তেন্তে xyৰ মান হ’ব—",
"options": [
"a + b",
"-1",
"1",
"ab"
],
"answer": 3
},
{
"question": " যদি এটা বিন্দু Pৰ পৰা O центрযুক্ত এটা বৃত্তৰ PA আৰু PB স্পর্শককেইডালে পৰস্পৰ 80° কোণত হালি থাকে, তেন্তে ∠POAৰ মান হ’ব—",
"options": [
"60°",
"50°",
"70°",
"80°"
],
"answer": 1
},
{
"question": " r ব্যাসার্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্রী মাপ θ. বৃত্তকলাটোৰ এটা চাপৰ দৈর্ঘ্য হ’ব—",
"options": [
"θπr/90°",
"θπr/180°",
"θπr/270°",
"θπr/360°"
],
"answer": 1
},
{
"question": " বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পর্শকৰ সংখ্যা হ’ল—",
"options": [
"0",
"1",
"2",
"3"
],
"answer": 0
},
{
"question": " যদি এটা বৃত্তৰ পৰিধি 22 cm হয়, তেনেহ’লে বৃত্তটোৰ এটা চোকৰ কালি হ’ব—",
"options": [
"77 cm²",
"77/2 cm²",
"77/8 cm²",
"77/4 cm²"
],
"answer": 2
},
{
"question": " এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান। গোলকটোৰ ব্যাস হ’ব—",
"options": [
"3 একক।",
"6 একক।",
"2 একক।",
"4 একক।"
],
"answer": 1
},
{
"question": " একে ব্যাসার্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত হ’ব—",
"options": [
"√3:1",
"1:3",
"1:2",
"3:1"
],
"answer": 1
},
{
"question": " মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24, তেন্তে মাধ্য আৰু মধ্যমাৰ পার্থক্য হ’ব—",
"options": [
"10",
"12",
"14",
"13"
],
"answer": 1
},
{
"question": " প্রথম 100 টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ’ল। সংখ্যাটো 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ’ল—",
"options": [
"3/25",
"8/25",
"1/6",
"1/100"
],
"answer": 0
},
{
"question": " তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ’ব নোৱাৰে?",
"options": [
"0.225",
"0.6",
"1.2",
"1/3"
],
"answer": 2
}
]
}
তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান হ'ব
| x | 1 | 2 | 4 | 8 |
| y | 32 | 16 | 8 | — |
Comments
Post a Comment