SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium
{
"questions": [
{
"question": "প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল—",
"options": ["১৯১৪ চনত।", "১৯৪১ চনত।", "১৯১৮ চনত।", "১৯৮১ চনত।"],
"answer": 0
},
{
"question": "ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত—",
"options": ["জেনেভা চহৰত।", "নিউয়র্ক চহৰত।", "পেৰিছ চহৰত।", "লণ্ডন চহৰত।"],
"answer": 1
},
{
"question": "ৰাষ্ট্ৰসংঘ দিবস পালন কৰা হয়—",
"options": ["২২ অক্টোবৰত।", "২৩ অক্টোবৰত।", "২৪ অক্টোবৰত।", "22 অক্টোবৰত।"],
"answer": 2
},
{
"question": "ৰাষ্ট্ৰসংঘৰ চনদ বলৱৎ কৰা হয়—",
"options": ["১৯৪৯ চনৰ ২৬ নৱেম্বৰ।", "১৯২০ চনৰ ২৬ নৱেম্বৰ।", "১৯৪৫ চনৰ ২৬ নৱেম্বৰ।", "১৯৫০ চনৰ ২৬ নৱেম্বৰ।"],
"answer": 2
},
{
"question": "ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূর্ণ অংগটো হ’ল—",
"options": ["সাধাৰণ সভা।", "নিৰাপত্তা পৰিষদ।", "ন্যাসৰক্ষী পৰিষদ।", "সামাজিক পৰিষদ।"],
"answer": 1
},
{
"question": "ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ—",
"options": ["৩ টা।", "৫ টা।", "৪ টা।", "৬ টা।"],
"answer": 3
},
{
"question": "ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল—",
"options": ["১৯৪২ চনৰ ৬ ফেব্ৰুৱাৰী।", "১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।", "১৯৪৪ চনৰ ২৬ ফেব্ৰুৱাৰী।", "১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰী।"],
"answer": 1
},
{
"question": "১৯৫২ চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ—",
"options": ["নিৰস্ত্ৰীকৰণ আয়োগ।", "নিৰাপত্তাৰ আয়োগ।", "মানৱ অধিকাৰ আয়োগ।", "নিটি আয়োগ।"],
"answer": 0
},
{
"question": "বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয় হৈছে—",
"options": ["সচিবালয়।", "ন্যাসৰক্ষী পৰিষদ।", "সাধাৰণ সভা।", "সচিব প্রধান।"],
"answer": 3
},
{
"question": "ভেট’ প্ৰয়োগৰ ক্ষমতা আছে—",
"options": ["আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ।", "সাধাৰণ সভাৰ।", "নিৰাপত্তা পৰিষদৰ।", "ন্যাসৰক্ষী পৰিষদৰ।"],
"answer": 2
},
{
"question": "প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা—",
"options": ["৫২ খন।", "৪৫ খন।", "৫১ খন।", "৫ খন।"],
"answer": 3
},
{
"question": "বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান—",
"options": ["ব’ট্ৰছ ঘালি।", "বেন্ কি মুন।", "কফি আন্নান।", "এণ্টনিঅ’ গুটেৰেছ।"],
"answer": 3
},
{
"question": "বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়—",
"options": ["২৪ অক্টোবৰ।", "২৮ ছেপ্তেম্বৰ।", "১০ ডিচেম্বৰ।", "৫ জুন।"],
"answer": 2
},
{
"question": "আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হ’ল—",
"options": ["ILO.", "UNESCO.", "UNICEF.", "IFU."],
"answer": 2
},
{
"question": "নিৰাপত্তা পৰিষদ হ’ল—",
"options": [
"আন্তর্জাতিক মুদ্ৰা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ।",
"ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।",
"বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰুত্বপূৰ্ণ অংগ।",
"আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ।"
],
"answer": 1
}
]
}
Comments
Post a Comment