SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

{ "questions": [ { "question": "“ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চুৰমাৰ কৰিব।” এইষাৰ কাৰ উক্তি আছিল?", "options": [ "ভাৰত সচিব হাবাৰ্ট ৰিজলীৰ", "লৰ্ড কার্জনৰ", "উইলিয়াম ৱাৰ্ডৰ", "উইলিয়াম ৱাৰ্ডৰ বেন্টিংকৰ" ], "answer":0 }, { "question": "১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ-অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল?

(i) বংগদেশৰ পুনৰ একত্ৰীকৰন।

(ii) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ।

(iii) অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয়।

(iv) অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়।

", "options": [ "(i), (ii)", "(iii), (iv)", "(i), (ii), (iv)", "(i), (ii), (iii), (iv)" ], "answer": 2 }, { "question": "‘সত্যাগ্রহ’ৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্রথমতে প্রয়োগ কৰিছিল?", "options": [ "ভাৰতবৰ্ষত", "দক্ষিণ আফ্ৰিকাত", "ইংলেণ্ডত", "ইজিপ্তত" ], "answer": 1 }, { "question": "“মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম।” এই বিখ্যাত বাণীটো কোনজন ভাৰতীয় নেতাৰ আছিল?", "options": [ "মহাত্মা গান্ধীৰ", "বাল গঙ্গাধৰ তিলকৰ", "দাদাভাই নৌৰজীৰ", "নেতাজী সুভাষচন্দ্র বসুৰ" ], "answer": 3 }, { "question": "‘প্রত্যক্ষ দাবী দিৱস’ কোন তাৰিখে পালন কৰা হৈছিল?", "options": [ "১৬ আগষ্ট, ১৯৪৬", "১৬ অক্টোবৰ, ১৯৪৬", "১৬ জুলাই, ১৯৪৬", "২০ ফেব্ৰুৱাৰী, ১৯৪৭" ], "answer": 0 }, { "question": "অসমত দাস প্রথা কেতিয়া নিষিদ্ধ কৰা হৈছিল?", "options": [ "১৮২৯ চনত", "১৮৪৩ চনত", "১৮৫৬ চনত", "১৮৭০ চনত" ], "answer": 1 }, { "question": "১৮৬১ চনত সংঘটিত হোৱা কৃষক বিদ্রোহটো হ’ল—", "options": [ "ৰঙিয়াৰ কৃষক বিদ্রোহ", "লাচিমাৰ কৃষক বিদ্রোহ", "পথৰুঘাটৰ কৃষক বিদ্রোহ", "ফুলগুৰি ধাৱা" ], "answer": 3 }, { "question": "১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?", "options": [ "বীৰ টিকেন্দ্রজিতে", "শম্ভুধন ফংলোছাই", "ওকিয়াং নংবাই", "ৰজা কুলচন্দ্ৰই" ], "answer": 1 }, { "question": "অসম ছাত্র সম্মিলন গঠিত হৈছিল—", "options": [ "১৯১৬ চনত", "১৯১৭ চনত", "১৯১৮ চনত", "১৯২০ চনত" ], "answer": 0 }, { "question": "উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?", "options": [ "গুৱাহাটীত", "শিলচৰত", "যোৰহাটত", "ডিব্ৰুগড়ত" ], "answer": 3 }, { "question": "জোনাকী যুগৰ ‘ত্রিমূর্তি’ বুলিলে নিম্নোল্লিখিত কোনকেইজন সাহিত্যিকক জনা যায়?

(i) গুণাভিৰাম বৰুৱা।

(ii) হেমচন্দ্র গোস্বামী।

(iii) লক্ষ্মীনাথ বেজবৰুৱা।

(iv) চন্দ্রকুমাৰ আগৰৱালা।

", "options": [ "(i), (ii), (iii)", "(ii), (iii), (iv)", "(i), (iii), (iv)", "(i), (ii), (iv)" ], "answer": 1 }, { "question": "‘ৰাজতৰঙ্গিণী’ কোনে ৰচনা কৰিছিল?", "options": [ "কৌটিল্যই", "আর্যভট্টই", "কলহণে", "পতঞ্জলিয়ে" ], "answer": 2 }, { "question": "মেঘালয়ৰ খাছীয়া জনজাতি কোনটো নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত?", "options": [ "নিগ্রো গোষ্ঠীৰ", "অষ্ট্রিক গোষ্ঠীৰ", "দ্রাবিড় গোষ্ঠীৰ", "মঙ্গোলীয় গোষ্ঠীৰ" ], "answer": 1 }, { "question": "‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?", "options": [ "মণিপুৰ", "ত্রিপুৰা", "মিজোৰাম", "মেঘালয়" ], "answer": 2 }, { "question": "অসমীয়া গদ্য-সাহিত্যৰ সূচনা কোনে কৰিছিল?", "options": [ "ভট্টদেৱে", "শংকৰদেৱে", "মাধৱ কন্দলিয়ে", "অনন্ত কন্দলিয়ে" ], "answer": 0 }, { "question": "তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?", "options": [ "শস্য", "খনিজ তেল", "পানী", "অৰণ্য" ], "answer": 1 }, { "question": "তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তর্ভুক্ত নহয়?", "options": [ "পৰিবহণ", "যোগাযোগ", "খনিজ সম্পদ আহৰণ", "পর্যটন" ], "answer": 2 }, { "question": "তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?", "options": [ "এশিঙীয়া গঁড়", "মিথুন", "বৰটোকোলা", "হাতী" ], "answer": 0 }, { "question": "তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়?", "options": [ "কার্বন ডাই-অক্সাইড", "মিথেন", "নাইট্রাছ অক্সাইড", "অক্সিজেন" ], "answer": 3 }, { "question": "পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ’ল-", "options": [ "সাগৰ পৃষ্ঠৰ উত্থান", "ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা", "এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ", "উত্তৰ আমেৰিকা মহাদেশৰ মৰুকৰণ সমস্যা" ], "answer": 1 }, { "question": "মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন?", "options": [ "অষ্ট্ৰেলিয়া।", "কানাডা।", "ৰাছিয়া।", "চীন।" ], "answer": 2 }, { "question": "এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?", "options": [ "ভূমধ্যসাগৰ।", "লোহিত সাগৰ।", "কাস্পিয়ান সাগৰ।", "আৰৱ সাগৰ।" ], "answer": 1 }, { "question": "‘কাইৰো’ কোনখন দেশৰ ৰাজধানী?", "options": [ "ইজৰাইলৰ।", "ইজিপ্তৰ।", "জাপানৰ।", "ইউক্রেইনৰ।" ], "answer": 1 }, { "question": "২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল?", "options": [ "৬৩.২৫%", "৭২.১৯%", "৮৭.১০%", "৮৫-৯০%" ], "answer": 1 }, { "question": "২০১১ চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যাৰ পৰা কম জনসংখ্যালৈ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰৰ সঠিক ক্ৰম কোনটো?", "options": [ "গুৱাহাটী → শিলচৰ → ডিব্ৰুগড় → যোৰহাট", "গুৱাহাটী → শিলচৰ → যোৰহাট → ডিব্ৰুগড়", "গুৱাহাটী → শিলচৰ → ডিব্ৰুগড় → নগাঁও", "গুৱাহাটী → ডিব্ৰুগড় → শিলচৰ → যোৰহাট" ], "answer": 2 }, { "question": "জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতিকেইটা ক্ৰমে কোনটো?", "options": [ "মিছিং → বড়ো → কার্বি", "বড়ো → মিছিং → কার্বি", "কার্বি → মিছিং → বড়ো", "বড়ো → কার্বি → মিছিং" ], "answer": 1 }, { "question": "অসমৰ অন্তৰ্গত দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কোনটো?", "options": [ "৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।", "৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।", "৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ।", "৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।" ], "answer": 1 }, { "question": "অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো?", "options": [ "ৰবৰ উদ্যোগ।", "ৰেচম উদ্যোগ।", "কাগজ উদ্যোগ।", "চাহ উদ্যোগ।" ], "answer": 3 }, { "question": "তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল?", "options": [ "ড. ৰাজেন্দ্ৰ প্ৰসাদ।", "ড. সচ্ছিদানন্দ সিন্হা।", "চৈয়দ মহম্মদ চাদুল্লা।", "গোপীনাথ বৰদলৈ।" ], "answer": 2 }, { "question": "ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ?

(i) অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা।

(ii) দ্বৈত নাগৰিকত্ব।

", "options": [ "কেৱল (i) শুদ্ধ।", "কেৱল (ii) শুদ্ধ।", "(i) আৰু (ii) উভয়ে শুদ্ধ।", "(i) আৰু (ii) উভয়ে অশুদ্ধ।" ], "answer": 3 }, { "question": "‘ৰাষ্ট্ৰসংঘ দিৱস’ কোন তাৰিখে পালন কৰা হয়?", "options": [ "২৪ আগষ্ট।", "২৪ অক্টোবৰ।", "২১ জুন।", "৫ ছেপ্তেম্বৰ।" ], "answer": 1 }, { "question": "ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?", "options": [ "১৮৩ খন।", "১৯৩ খন।", "২০০ খন।", "১৭৩ খন।" ], "answer": 1 }, { "question": "ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান কোন?", "options": [ "টাইভ হাল্ডান লী।", "এন্টোনিও গুৱেটেৰেছ।", "কফি আন্নান।", "বেন কি মুন।" ], "answer": 1 }, { "question": "আন্তর্জাতিক অনুষ্ঠান আৰু সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ ক্ষেত্ৰত অমিলটো কোনটো?", "options": [ "উত্তৰ আটলান্টিক চুক্তি সংগঠন — ব্ৰুচেলছ", "আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ — নতুন দিল্লী", "দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা — কাঠমাণ্ডু", "ৰাষ্ট্ৰসংঘ — নিউয়ৰ্ক" ], "answer": 1 }, { "question": "ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কোনটো অংগৰ অনুমোদনক্রমে সচিব প্রধানক নিয়োগ কৰে?", "options": [ "আন্তর্জাতিক ন্যায়ালয়।", "অর্থনৈতিক আৰু সামাজিক পৰিষদ।", "ন্যাসৰক্ষী পৰিষদ।", "নিৰাপত্তা পৰিষদ।" ], "answer": 3 }, { "question": "তলৰ কোনকেইটা মুদ্রাৰ বৈশিষ্ট্য?

(i) সাধাৰণ গ্রহণযোগ্যতা।

(ii) পূর্ণ সাদৃশ্যতা।

(iii) তাৰল্য গুণ।

(iv) মূলাৰ স্থিৰতা।

", "options": [ "(i), (ii), (iv)", "(ii), (iii), (iv)", "(i), (iii), (iv)", "(i), (ii), (iii), (iv)" ], "answer": 3 }, { "question": "মুদ্রাৰ মুখ্য কাৰ্য দুটা কোনকেইটা?

(i) মুদ্রা হৈছে বিনিময়ৰ মাধ্যম।

(ii) মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে।

(iii) মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে।

(iv) মুদ্রাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব লাগে।

", "options": [ "(i) আৰু (ii)", "(i) আৰু (iii)", "(iii) আৰু (iv)", "(ii) আৰু (iv)" ], "answer": 0 }, { "question": "ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?", "options": [ "ভাৰতীয় ষ্টেট বেংক।", "বেংক অৱ হিন্দুস্থান।", "ভাৰতীয় ৰিজাৰ্ভ বেংক।", "ইউনাইটেড বেংক অৱ ইণ্ডিয়া।" ], "answer": 2 }, { "question": "তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়?", "options": [ "সঞ্চয় সংগ্ৰহ কৰা।", "ঋণৰ যোগান ধৰা।", "ঋণ মুদ্রা সৃষ্টি কৰা।", "কাগজী মুদ্রা ছপা কৰা।" ], "answer": 3 }, { "question": "NABARDৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?", "options": [ "কলকতাত।", "মুম্বাইত।", "চেন্নাইত।", "নতুন দিল্লীত।" ], "answer": 1 }, { "question": "ভাৰতবৰ্ষত প্রথম পঞ্চবার্ষিক পৰিকল্পনাই সামৰি লোৱা কালছোৱা হ’ল-", "options": [ "১ এপ্রিল, ১৯৫১-৩১ মার্চ, ১৯৫৬", "১ এপ্রিল, ১৯৫০-৩১ march, ১৯৫৫", "১ এপ্রিল, ১৯৫৬-৩১ march, ১৯৬১", "১ april, ১৯৬১-৩১ march, ১৯৬৬" ], "answer": 0 }, { "question": "২০১৫ চনত গঠিত নিটি (NITI) আয়োগৰ অধ্যক্ষ কোন?", "options": [ "ভাৰতৰ ৰাষ্ট্ৰপতি।", "ভাৰতৰ প্রধানমন্ত্রী।", "ভাৰতীয় ৰিজার্ভ বেংকৰ গৱৰ্ণৰ।", "ভাৰতৰ উপ-ৰাষ্ট্ৰপতি।" ], "answer": 1 }, { "question": "দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা কাৰ্যক কোৱা হয়-", "options": [ "বিত্তীয় অন্তর্ভুক্তিকৰণ।", "ব্যক্তিগতকৰণ।", "উদাৰীকৰণ।", "গোলকীকৰণ।" ], "answer": 2 }, { "question": "ব্যক্তিগতকৰণ হ’ল-", "options": [ "চৰকাৰী খণ্ডৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি।", "দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰা।", "দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ।", "এটা প্রক্রিয়া য’ত অর্থনৈতিক উন্নয়নৰ সুফলবোৰে সমাজৰ সকলো লোককে সাঙুৰি লোৱাটো সুনিশ্চিত কৰে।" ], "answer": 0 }, { "question": "দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ-", "options": [ "জনমূৰি আয়।", "মানৱ উন্নয়ন সূচাংক।", "প্রত্যাশিত আয়ুস।", "মুঠ ঘৰুৱা উৎপাদন।" ], "answer": 0 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class X General Science Chapter 16 MCQ