SEBA Class X General Science Chapter 16 MCQ
{
"questions": [
{
"question": "বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ’ল—",
"options": [
"বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱালগীয়া হয়",
"বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয়",
"(i) আৰু (ii) এটাও নহয়",
"(i) আৰু (ii) দুয়োটা"
],
"answer": 3
},
{
"question": "জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত__টা অধ্যায় আছে।",
"options": [
"পাচটা",
"আঠটা",
"দুটা",
"চাৰিটা"
],
"answer": 1
},
{
"question": "বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত__টা অধ্যায় আছে।",
"options": [
"সাতটা",
"ন টা",
"দুটা",
"চাৰিটা"
],
"answer": 0
},
{
"question": "প্রতি বছৰৰ ___তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয়—",
"options": [
"1 জুন",
"5 জুন",
"7 জুন",
"8 জুন"
],
"answer": 1
},
{
"question": "তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয় ?",
"options": [
"উদ্যোগপতিসকল",
"কৃষকসকল",
"চৰকাৰৰ বন বিভাগ",
"বন্যপ্রাণী আৰু প্ৰকৃতিপ্ৰেমীসকল"
],
"answer": 1
},
{
"question": "অমৃতদেবী বিস্ফোইয়ে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল ?",
"options": [
"পাইন গছ",
"শাল",
"খেজুৰ",
"খেজৰি"
],
"answer": 3
},
{
"question": "ৰাজস্থানৰ বিষ্ণোই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?",
"options": [
"কয়লা আৰু পেট্ৰ’লিয়াম",
"পানী",
"বন আৰু বন্যপ্রাণী",
"মাটি"
],
"answer": 2
},
{
"question": "তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত?",
"options": [
"গছ",
"পানী",
"নদী",
"বন্যপ্রাণী"
],
"answer": 0
},
{
"question": "তলৰ কোনটো ৰাজস্থানত ব্যৱহাৰ হোৱা এটা পুৰণি পানী সঞ্চয়ন পদ্ধতি?",
"options": [
"কুলহ্",
"খাদিন",
"এৰি",
"কাট্টা"
],
"answer": 1
},
{
"question": "আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যৱহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতি—",
"options": [
"উত্তৰ প্ৰদেশ",
"ৰাজস্থান",
"বিহাৰ",
"মহাৰাষ্ট্ৰ"
],
"answer": 2
},
{
"question": "হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো কি?",
"options": [
"নদী",
"কুলহ্",
"এৰি",
"তাল"
],
"answer": 1
},
{
"question": "অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্রলিয়াম দহন কৰিলে উৎপন্ন হয়—",
"options": [
"কার্বন ডাই অক্সাইড",
"নাইট্ৰ’জেন",
"ছালফাৰৰ অক্সাইড",
"ওপৰৰ আটাইকেইটা"
],
"answer": 3
},
{
"question": "কয়লা আৰু পেট্ৰ’লিয়ামৰ দহনৰ ফলত কি উৎপন্ন হয়?",
"options": [
"কার্বন ডাই অক্সাইড",
"নাইট্ৰ’জেন",
"ছালফাৰৰ অক্সাইড",
"কাৰ্বন ম’ন’ক্সাইড"
],
"answer": 0
},
{
"question": "জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয় ?",
"options": [
"কাৰ্বন ম’ন’ক্সাইড",
"ছালফাৰ ডাই অক্সাইড",
"কাৰ্বন ডাই অক্সাইড",
"নাইট্ৰ’জেন ডাই অক্সাইড"
],
"answer": 2
},
{
"question": "কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ’ল—",
"options": [
"বায়ু প্রদূষণ",
"গোলকীয় উত্তাপন",
"ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস",
"ওপৰৰ আটাইকেইটা"
],
"answer": 3
},
{
"question": "তলৰ কোনটো প্রাকৃতিক সম্পদ ক্ষয়িষ্ণু ?",
"options": [
"বনাঞ্চল",
"বন্যপ্রাণী",
"জীৱাশ্ম ইন্ধন",
"পানী"
],
"answer": 2
}
]
}
Comments
Post a Comment