ASSEB Class IX General Science chapter 10 MCQ 1

{ "questions": [ { "question": "পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ—", "options": [ "অভিকেন্দ্ৰীক বল।", "অপকেন্দ্রীক বল।", "বিকর্ষণ বল।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰা বলক বোলা হয়।", "options": [ "মাধ্যকর্ষণ।", "মহাকর্ষণ।", "আকর্ষণ।", "বিকর্ষণ।" ], "answer": 1 }, { "question": "মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান—", "options": [ "6.673 × 10¹¹ Nm²/kg⁻²", "66.73 × 10⁻¹¹ Nm²kg⁻²", "6.673 × 10⁻¹¹ Nm²kg⁻²", "66.73 ×10⁻¹¹ Nm²kg⁻²" ], "answer": 2 }, { "question": "10kg ভৰৰ বস্তু এটাৰ পৃথিৱীত ওজন—", "options": [ "9.8 N", "980 N", "0.98 N", "98 N" ], "answer": 3 }, { "question": "ভূ-পৃষ্ঠত 10 N ওজনৰ বস্তু এটাৰ চন্দ্ৰ পৃষ্ঠাত ওজন হ’ব—", "options": [ "1.67N", "16.7 N", "167 N", "0.167 N" ], "answer": 0 }, { "question": "চাপৰ এচ আই একক হ’ল—", "options": [ "Nm", "পাস্কেল", "Nm⁻¹", "N" ], "answer": 1 }, { "question": "চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ—", "options": [ "1 / 3 অংশ।", "1 / 4 অংশ।", "1 / 6 অংশ।", "1 / 5 অংশ।" ], "answer": 2 }, { "question": "পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষনিক ত্বৰণৰ মান হ’ব—", "options": [ "সর্বাধিক।", "অসীম।", "ওপৰৰ এটাও নহয়।", "শূন্য।" ], "answer": 3 }, { "question": "যিকোনো এটা বস্তুক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলৰে আকৰ্ষণ কৰে সেই বলক বস্তুটোৰ _____বোলে।", "options": [ "ওজন।", "ভৰ।", "মহাকর্ষণ।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "ঘনত্বৰ এচ. আই একক কি?", "options": [ "Kgm⁻²", "Kgm⁻³", "Kgm", "Kg" ], "answer": 1 }, { "question": "তলৰ কোনটো ওজনৰ এচ. আই. একক?", "options": [ "মিটাৰ।", "কিলোগ্রাম।", "নিউটন।", "পাস্কেল।" ], "answer": 2 }, { "question": "পৃথিৱীত 30kgভৰৰ বস্তু এটাৰ চন্দ্ৰত ভৰ হ’ব—", "options": [ "5kg", "15kg", "60kg", "30kg" ], "answer": 3 }, { "question": "মাধ্যাকৰ্ষনিক ত্বৰনৰ মান মেৰু অঞ্চলত হয়।", "options": [ "সর্বাধিক।", "কম।", "আধা।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "বৃত্তৰ এডাল স্পৰ্শকে বৃত্তটোৰ মিলিত হয় কেৱল—", "options": [ "দুটা বিন্দুত।", "এটা বিন্দুত।", "তিনিটা বিন্দুত।", "চাৰিটা বিন্দুত।" ], "answer": 1 }, { "question": "পৃথিৱীৰ মহাকৰ্ষনিক বলেই হৈছে বস্তুৰ—", "options": [ "ভৰ।", "ত্বৰণ।", "ওজন।", "দ্রুত।" ], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ