ASSEB Class IX General Science chapter 12 MCQ 1
{
"questions": [
{
"question": "শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো হৈছে—",
"options": [
"বায়ু।",
"কাচ।",
"পানী।",
"মাটি।"
],
"answer": 0
},
{
"question": "তলৰ কোনটো শব্দ তৰংগৰ দৈৰ্ঘ্যৰ এচ. আই একক—",
"options": [
"m",
"cm",
"m³",
"cm³"
],
"answer": 1
},
{
"question": "শব্দ তৰংগ হৈছে এবিধ—",
"options": [
"অনুদৈর্ঘ্য তৰংগ।",
"চাপ তৰংগ।",
"যান্ত্ৰিক তৰংগ।",
"(a), (b) আৰু (c) তিনিওটা"
],
"answer": 2
},
{
"question": "শব্দ তৰংগৰ কম্পনাংকৰ এচ. আই একক হ’ল—",
"options": [
"মিটাৰ।",
"চেণ্টিমিটাৰ।",
"কিলোমিটাৰ।",
"হার্টজ।"
],
"answer": 3
},
{
"question": "তৰংগৰ শৃংগক আৰু ভৈয়ামক বোলা হয়—",
"options": [
"শীৰ্ষ আৰু খাদ।",
"খাদ আৰু শীৰ্ষ।",
"তৰংগৰ দৈৰ্ঘ্য আৰু কম্পনাংক।",
"ওপৰৰ এটাও নহয়।"
],
"answer": 0
},
{
"question": "তৰংগৰ অনুক্রমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক বোলা হয়—",
"options": [
"কম্পনাংক।",
"পৰ্য্যায় কাল।",
"তীব্রতা।",
"তৰংগ দৈর্ঘ্য।"
],
"answer": 1
},
{
"question": "আমাৰ মগজুৱে কোনো শব্দৰ কম্পনাংক যিদৰে
বিশ্লেষণ কৰে তাকে _____বোলে।", "options": [ "তীব্রতা।", "কোমলতা।", "তীক্ষ্ণতা।", "ওপৰৰ আটাইকেইটা।" ], "answer": 2 }, { "question": "শব্দৰ তীব্ৰতা বা কোমলতা নিৰ্ভৰ কৰে____", "options": [ "পোহৰৰ ওপৰত।", "তাপৰ ওপৰত।", "পোহৰ আৰু তাপ দুয়োটাৰ ওপৰত।", "বিস্তাৰৰ ওপৰত।" ], "answer": 3 }, { "question": "কেবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দক কোৱা হয়—", "options": [ "সুৰ।", "স্বৰ।", "তৰংগ দৈর্ঘ্য।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "কিমান সময়ৰ বাবে মগজুত এটা শব্দ স্থায়ী হয়?", "options": [ "1S", "0.1S", "1.1S", "0.01S" ], "answer": 1 }, { "question": "মানুহৰ শ্ৰাৱ্য সীমাৰ প্ৰসাৰ—", "options": [ "200Hz – 20.000Hz", "20Hz – 20,000Hz", "20Hz – 2000 Hz.", "2000Hz – 20,000 Hz." ], "answer": 2 }, { "question": "অৱশব্দৰ কম্পনাংক—", "options": [ "200 Hz", "20Hz তকৈ বেছি।", "2000Hz", "20Hz তকৈ কম।" ], "answer": 3 }, { "question": "ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ ব্যৱহাৰ কৰা হয়।", "options": [ "অতি শব্দ।", "অবশব্দ।", "প্রতিধ্বনি।", "অনুৰনন।" ], "answer": 0 }, { "question": "অতি শব্দৰ কম্পনাংক–", "options": [ "2KHz ৰ অধিক।", "20KHz ৰ অধিক।", "0.20 KHz ৰ অধিক।", "2KHz ৰ কম।" ], "answer": 1 }, { "question": "এজন মানুহে ওখ টিলা এটাৰ কাষত হাত চাপৰি বজালে আৰু 5S পিছত তাৰ প্ৰতিধ্বনি শুনিবলৈ পালে। যদি শব্দৰ দ্ৰুতি 346 m s⁻¹ তেন্তে মানুহজনৰ পৰা টিলাটোৰ দূৰত্ব—", "options": [ "8065m", "8650m", "865 m", "8.65m" ], "answer": 2 } ] }

Comments
Post a Comment