ASSEB Class IX General Science chapter 2 MCQ

{ "questions": [ { "question": "সংকৰ ধাতু হ’ল—", "options": [ "সমসত্ব মিশ্রন।", "মৌল।", "বিশুদ্ধ পদার্থ।", "অসমসত্ব মিশ্রন।" ], "answer": 0 }, { "question": "পিতলৰ সংযুক্তি হ’ল—", "options": [ "30% কপাৰ আৰু 70% জিংক।", "30% জিংক আৰু 70% কপাৰ।", "90% কপাৰ আৰু 20% জিংক।", "20% কপাৰ আৰু 90% জিংক।" ], "answer": 1 }, { "question": "বায়ুত থকা নাইট্ৰ’জেন গেছৰ শতকৰা পৰিমাণ হল—", "options": [ "21%", "12%", "78%", "87%" ], "answer": 2 }, { "question": "মেগনেছিয়া দুগ্ধ তলৰ কোন প্ৰকাৰৰ দ্ৰৱ—", "options": [ "এৰচল।", "ফেন।", "জেল।", "চল।" ], "answer": 3 }, { "question": "গাখীৰৰ পৰা মাখন পৃথকীকৰণত ব্যৱহাৰ কৰা—", "options": [ "অপকেন্দ্ৰীক পদ্ধতি।", "বর্ণলেখন পদ্ধতি।", "পৰিস্ৰাৱন পদ্ধতি।", "বাষ্পীভৱন।" ], "answer": 0 }, { "question": "তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় ।", "options": [ "বৰন।", "অক্সিজেন।", "চিলিকন।", "জার্মেনিয়াম।" ], "answer": 1 }, { "question": "তলৰ কোনটো এটা ধাতরীয় দ্যুতিগুণ সম্পন্ন অধাতু—", "options": [ "ক্ল’ৰিন।", "ব্র’মিন।", "আয়ডিন।", "ফ্ল’ৰিন।" ], "answer": 2 }, { "question": "তলৰ কোনটো এটা তৰল ধাতু—", "options": [ "যিংক।", "চডিয়াম।", "ওপৰৰ এটাও নহয়।", "পাৰা।" ], "answer": 3 }, { "question": "তেজত থকা ঔষধীয় দ্ৰৱ্য পৃথকীকৰণত ব্যৱহাৰ কৰা হয়—", "options": [ "বর্ণলেখন।", "বাষ্পীভৱন।", "উর্দ্ধপাতন।", "আংশিক পাতন।" ], "answer": 0 }, { "question": "এলকহল আৰু আয়ডিনেৰে গঠিত দ্ৰৱক কি বুলি জনা যায়?", "options": [ "আয়ডিন।", "টিংছাৰ আয়ডিন।", "এলকহল।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "তলৰ কোনটো ধাতু হাতৰ তলুৱাত লগে গলি যায়—", "options": [ "কেলছিয়াম।", "ছডিয়াম।", "চিজিয়াম।", "লিথিয়াম।" ], "answer": 2 }, { "question": "তলৰ কোনটো এটা ৰাসায়নিক পৰিবৰ্তন—", "options": [ "পানী আৰু গাখীৰৰ মিশ্ৰন।", "বালি পানীৰ মিশ্রন।", "ওপৰৰ আটাইকেইটা।", "লোত মামৰে ধৰা।" ], "answer": 3 }, { "question": "তলৰ কোনটো এটা তৰল অধাতু‌—", "options": [ "ব্ৰমিন।", "অক্সিজেন।", "নাইট্ৰ’জেন।", "হাইড্ৰ’জেন।" ], "answer": 0 }, { "question": "তলৰ কোনটো এটা মিশ্ৰৰ উদাহৰণ—", "options": [ "ভিনেগাৰ।", "সাগৰৰ পানী।", "মাৰ্বল।", "ওপৰৰ এটাওঁ নহয়।" ], "answer": 1 }, { "question": "তলৰ কোনটোৱে টেণ্ডেল প্ৰভাৱ দেখুৱাই—", "options": [ "প্রলম্বন।", "দ্ৰৱ।", "কলয়ড।", "ওপৰৰ আটাইকেইটা।" ], "answer": 2 }, { "question": "তলৰ কোনটো উক্তি সত্য নহয়—", "options": [ "দ্ৰৱসমূহ সুস্থিৰ।", "আমাৰ দেহত খাদ্যৰ পাচন এটা ৰাসায়নিক পৰিবৰ্তন।", "হাইড্ৰ’জেন গেছ দাহ্য।", "গাখীৰ টেঙা হোৱাটো এটা ভৌতিক পৰিবৰ্তন।" ], "answer": 3 }, { "question": "তলৰ কোনটো বিদ্যুৎৰ সুপৰিবাহী অধাতু?", "options": [ "গ্রেফাইট।", "হীৰা।", "নাইট্ৰ’জেন।", "অক্সিজেন।" ], "answer": 0 }, { "question": "বায়ুত অক্সিজেন গেছৰ শতকৰা পৰিমাণ কিমান?", "options": [ "12%", "21%", "1.2%", "2.1%" ], "answer": 1 }, { "question": "দুটা পৰস্পৰ মিহলি নোহোৱা তৰল পৃথকীকৰণ সংপৃক্ত দ্রৱ বুলিলে কি বুজ কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা—", "options": [ "উর্দ্ধপাতন পদ্ধতি।", "বর্ণলেখন।", "পৃথকীকৰণ চুপিৰ সহায়ত।", "পাতন পদ্ধতি।" ], "answer": 2 }, { "question": "তলৰ কোনজন বিজ্ঞানীয়ে প্ৰথমতে মৌল শব্দটো ব্যৱহাৰ কৰিছিল—", "options": [ "এলবাৰ্ট আইনষ্টাইন।", "এছ এন বোস।", "জন ডেল্টন।", "ৰবাৰ্ট বয়ল।" ], "answer": 3 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ