ASSEB Class IX General Science chapter 15 MCQ 1

{ "questions": [ { "question": "তলৰ কোনখিনি সময়ৰ ভিতৰত কৰা কৃষিক খাৰিফ শস্য বোলা হয়—", "options": [ "জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত।", "জুলাই মাহৰ পৰা নবেম্বৰৰ ভিতৰত।", "জুন মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত।", "নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত।" ], "answer": 0 }, { "question": "উদ্ভিদৰ বাবে প্ৰায়ে_____ বিধ অনুপোষকৰ প্রয়োজন—", "options": [ "13", "16", "26", "6" ], "answer": 1 }, { "question": "তলৰ কোনবিধ মৌল উদ্ভিদক অতি আৱশ্যক? ", "options": [ "ছ’ড়িয়াম।", "পটেছিয়াম।", "নাইট্ৰ’জেন।", "কেলিছিয়াম।" ], "answer": 2 }, { "question": "কৃষিভূমিত উৎপন্ন হোৱা অবাঞ্চিত উদ্ভিদক কোৱা হয়—", "options": [ "সহজীৱি।", "অপতৃণ।", "ঘাঁহ।", "নল খাগৰি।" ], "answer": 3 }, { "question": "একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত
হোৱা প্ৰজননক—", "options": [ "আন্তঃপ্রজাতি।", "অন্ত প্রজাতি।", "(a) আৰু (b) দুয়োটাই।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "উদ্ভিদৰ মুখ্য অনপোষক _____হ’ল।", "options": [ "17 বিধ।", "6 বিধ।", "16 বিধ।", "13 বিধ।" ], "answer": 1 }, { "question": "তলৰ কোনবিধ উদ্ভিদৰ পৰা আহ প্ৰস্তুত কৰা হয় ?", "options": [ "সৰিয়হ।", "তিল।", "মৰাপাট।", "চীনা বাদাম।" ], "answer": 2 }, { "question": "মাটিৰ গুণাগুণ নষ্ট হোৱাৰ কাৰণ হ’ল—", "options": [ "অধিক পৰিমাণে অবৈজ্ঞানিকভাবে সাৰ প্রয়োগ কৰা।", "অধিক পৰিমাণে কীটনাশক আৰু অপতৃণ নাশক ব্যৱহাৰ কৰা।", "অত্যাধিক মাটি চহ কৰা।", "ওপৰৰ আটাইকেইটা।" ], "answer": 3 }, { "question": "তলৰ কোনবিধ উদ্ভিদত সেউজ সাৰ হিচাবে খেতি কৰা হয়?", "options": [ "ছান হেম্ন।", "ধান গছ।", "মাকৈ।", "তামোল।" ], "answer": 0 }, { "question": "তলৰ কোনটো থলুৱা গো-প্ৰজাতি— ", "options": [ "জাচি।", "ৰেড চিন্ধি।", "ব্রাউন চুইচ।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হ’ল—", "options": [ "শস্যৱর্তন।", "সময়মতে বীজ সিঁচা।", "(a), (b) আৰু (c) তিনিওটা।", "অন্তর্বর্তী কৃষি প্ৰণালী।" ], "answer": 2 }, { "question": "ভাৰতীয় গো প্ৰজাতিৰ বৈজ্ঞানিক নাম হ’ল— ", "options": [ "বচ বোবেলিচ।", "পেন্থেৰা টাইগ্ৰিছ।", "পেন্থেৰা লিঅ’।", "বচ ইণ্ডিকাচ।" ], "answer": 3 }, { "question": "পুখুৰী আৰু কৃত্রিম জলাশয়ত মাছ পোহা আৰু প্রজনন ঘটোৱাক কোৱা হয়।", "options": [ "মীন পালন।", "মীন সংগ্রহ।", "মাছ সংৰক্ষণ।", "একুৱা কালচাৰ।" ], "answer": 0 }, { "question": "শ্বেত বিপ্লবৰ উদ্দেশ্য হ’ল—", "options": [ "আমাৰ চাহিদা অনুযায়ী কণীৰ উৎপাদন বৃদ্ধি
কৰা।", "আমাৰ চাহিদা অনুযায়ী দুগ্ধ উভয় নদী কৰা।", "আমাৰ চাহিদা অনুযায়ী শস্যৰ উৎপাদন বৃদ্ধি কৰা।", "আমাৰ চাহিদা অনুযায়ী মাছৰ উৎপাদন বৃদ্ধি কৰা।" ], "answer": 1 }, { "question": "ঘেহু‚ ধান‚ গোমধান আদিয়ে আমাক যোগান ধৰে—", "options": [ "প্রটিন।", "স্নেহ।", "কার্বহাইড্রেট।", "ভিটামিন।" ], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ