ASSEB Class IX General Science chapter 8 MCQ 1

{ "questions": [ { "question": "বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক বোলা হয়—", "options": [ "সৰণ।", "ত্বৰণ।", "বেগ।", "দ্রুতি।" ], "answer": 0 }, { "question": "দ্ৰুতি আৰু বেগৰ S.I একক হৈছে—", "options": [ "m/s²", "m/s", "c.m/s²", "cm/s" ], "answer": 1 }, { "question": "মটৰ গাড়ীৰ অড’মিটাৰেৰে কি জোখে?", "options": [ "ত্বৰণ।", "দ্রুতি।", "অতিক্ৰম কৰা দূৰত্ব।", "বেগ।" ], "answer": 2 }, { "question": "যদি এটা বস্তুৱে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব-সময় লেখ এডাল হ’ব—", "options": [ "বক্ৰ ৰেখা।", "বৃত্ত।", "ওপৰৰ এটাও নহয়।", "সৰল ৰেখা।" ], "answer": 3 }, { "question": "বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক বোলা হয়—", "options": [ "ত্বৰণ।", "‌ দ্রুতি।", "বেগ।", "মন্থৰন।" ], "answer": 0 }, { "question": "এজন গাড়ীচালকে গাড়ীখন পূবে 60 km পশ্চিমে 30 km দূৰত্ব অতিক্ৰম কৰিছে। গাড়ীখনৰ সৰন হ’ব—", "options": [ "60km", "30km", "9km", "45km" ], "answer": 1 }, { "question": "60km/h দ্ৰুতিৰে গতি কৰা গাড়ী এখনে মিনিটত অতিক্ৰম কৰা দুৰত্ব হ’ব—", "options": [ "20km", "45km", "30km", "15km" ], "answer": 2 }, { "question": "ত্বৰণৰ SI একক", "options": [ "cm/s²", "m/s", "cm/s", "m/s²" ], "answer": 3 }, { "question": "যদি দূৰত্ব সময় লেখ এখন সৰল ৰেখা হয় তেন্তে বন্ধটোৰ দ্রুতি হ’ব—", "options": [ "সুষম।", "বিষম।", "(a) আৰু (b) দুয়োটা।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "বেগ হ’ল—", "options": [ "স্কেলাৰ ৰাশি।", "ভেক্টৰ ৰাশি।", "ভেক্টৰও নহয় স্কেলাৰও নহয়।", "ওপৰৰ আটাইকেইটা।" ], "answer": 1 }, { "question": "গতিশীল বস্তু এটাৰ সৰল শূন্য যেতিয়া গতিশীল বস্তুটোৰ—", "options": [ "প্ৰাৰম্ভিক বিন্দু ভিন্ন হয়।", "অস্তিম বিন্দু ভিন্ন হয়।", "প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয়।", "প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ বেলেগ হয়।" ], "answer": 2 }, { "question": "36 km/h দ্রুতি তলৰ কোনটোৰ সমান।", "options": [ "15m/s", "15m/s", "20m/s", "10m/s" ], "answer": 3 }, { "question": "তলৰ কোনটো এটা সুষম বৃত্তিয় গতি—", "options": [ "বৃত্তীয় কক্ষ পথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি।", "ক্ৰিকেট বল এটাৰ গতি।", "এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ ৰেলগাড়ী এখনৰ গতি।", "ফুটবল খেলুৱৈ এজনে ফুটবলটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ ফলত লাভ কৰা গতি।" ], "answer": 0 }, { "question": "গতিশীল বস্তু এটাৰ বেগৰ হ্ৰাসৰ হাৰক____ হয়—", "options": [ "ত্বৰণ।", "মন্থৰন।", "দ্রুতি।", "বেগ।" ], "answer": 1 }, { "question": "কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা সৰণৰ পৰিবৰ্তনক বোলা হয়—", "options": [ "মন্থৰন।", "দ্রুতি।", "ভৰ বেগ।", "বেগ।" ], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ