ASSEB Class IX General Science chapter 5 MCQ 1

{ "questions": [ { "question": "কোষ আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ’ল—", "options": [ "ৰবাৰ্ট হুক।", "স্বোৱান।", "শ্লেইডেন।", "ৰবাৰ্ট ব্ৰাউন।" ], "answer": 0 }, { "question": "কোষবেৰ হ’ল——", "options": [ "নিৰ্জীৱ আৰু ভেদ্য।", "সজীৱ আৰু অৰ্ধভেদ্য।", "সজীৱ আৰু ভেদ্য।", "নিৰ্জীৱ আৰু অৰ্ধভেদ্য।" ], "answer": 1 }, { "question": "জীৱ দেহত প্ৰ’টিন সংশ্লেষণ হয়—", "options": [ "লাইছ’জ’মত।", "মাইট‘কণ্ড্ৰিয়াত।", "ৰাইব’জ’মত।", "গলগি সংঘত।" ], "answer": 2 }, { "question": "কোষাবৰণ গঠিত হয়—", "options": [ "চেলুলজৰে।", "চেলুল’জ আৰু পেকটিনেৰে।", "লিগনিন আৰু প্ৰটিনৰে।", "স্নেহ পদাৰ্থ আৰু প্ৰটিনেৰে।" ], "answer": 3 }, { "question": "তলৰ কোনটো অংশৰ খাদ্যত নিহিত শক্তিযুক্ত কৰে—", "options": [ "মাইট‘কণ্ড্রিয়াই।", "ৰাইব’জম।", "গলগি সংঘই।", "মাইট‘কণ্ড্রিয়াই।" ], "answer": 0 }, { "question": "অর্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন
হোৱা প্ৰক্ৰিয়াক বোলা হয়—", "options": [ "ব্যাপন।", "আসৃতি।", "প্রস্বেদন।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "ক্রম‘জ’মবিলাক গঠিত হয়—", "options": [ "RNA আৰু প্ৰ’টিনৰ দ্বাৰা।", "DNA আৰু RNA ৰ দ্বাৰা।", "DNA আৰু প্ৰ’টিনৰ দ্বাৰা।", "(a) আৰু (b)" ], "answer": 2 }, { "question": "লাইছ’ক’ম গঠনত সহায় কৰে—", "options": [ "ৰাইব‘জম।", "মাইট’কণ্ড্রিয়াই।", "ৰসধানীয়ে।", "গলজি সংঘই।" ], "answer": 3 }, { "question": "উদ্ভিদকোষত কেন্দ্ৰীয় ৰসধানীটোৱে কোষটোৰ
আগুৰি থকা অংশ প্ৰায়—", "options": [ "50-90%", "30-90%", "40-90%", "10-90%" ], "answer": 0 }, { "question": "কোষৰ কোনটো অংশই নিজৰ প্রটিন নিজে তৈয়াৰ কৰি ল’ব পাৰে—", "options": [ "গলজি সংঘ।", "মাইট ‘কণ্ড্রিয়াই।", "ৰাইব ‘জমে।", "লাইছ জ’মে।" ], "answer": 1 }, { "question": "এমিবাই খাদ্য ভক্ষণ কৰি মজুত কৰি ৰখা অংশটোক বোলা হয়—", "options": [ "প্লাষ্টিড।", "অন্তঃপ্রৰসীয় জালিকা।", "খাদ্য ৰিক্তিকা।", "লাইছ’জম।" ], "answer": 2 }, { "question": "DNA ৰ কাৰ্যকৰী একক বোলা হয়—", "options": [ "কোষপ্রস।", "ৰসধানী।", "ওপৰৰ এটাও নহয়।", "জিন।" ], "answer": 3 }, { "question": "সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগানুটো হ’ল—", "options": [ "হৰিৎকণা।", "মাইট‘কন্ড্রিয়া।", "ৰসধানী।", "গলজি সংঘ।" ], "answer": 0 }, { "question": "প্রাণীকোষৰ বহিৰতম তৰপটো হ’ল—", "options": [ "কোষবেৰ।", "কোষাবৰণ।", "নিউক্লিয়াবৰণ।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "আটাইতকৈ ডাঙৰ কোষটো হৈছে—", "options": [ "অস্থি কোষ।", "ৰক্ত কোষ।", "উট পক্ষীৰ কণী।", "স্নায়ু কোষ।" ], "answer": 2 }, { "question": "তলৰ কোনটো অংশক কোষৰ শক্তিৰ ভড়াল বোলা হয়—", "options": [ "ৰসধানীক।", "মাইট’কণ্ড্ৰিয়াক।", "লাইছ’জমক।", "কোষকেন্দ্রক।" ], "answer": 3 }, { "question": "তলৰ কোনটো উক্তি সত্য নহয়—", "options": [ "কোষবেৰ উদ্ভিদকোষত নাথাকে।", "কোষবেৰ প্ৰাণী কোষত নাথাকে।", "লাইছ’জমক আত্মঘাতী মোনা বোলা হয়।", "মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভড়াল বোলা হয়।" ], "answer": 0 }, { "question": "তলৰ কোনটো অংশক কোষৰ আত্মঘাটি মোনা বোলা হয়—", "options": [ "মাইট’কণ্ড্ৰিয়াক।", "লাইছ’জ’মক।", "ৰসধানীক।", "গলজি সংঘক。" ], "answer": 1 }, { "question": "প্ৰট‘প্লাজম আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ’ল—", "options": [ "ৰবাৰ্ট হুক।", "শেইডেন।", "পার্কিনজি।", "ৰবাৰ্ট ব্ৰাউন।" ], "answer": 2 }, { "question": "তলৰ কোনজন বিজ্ঞানীয়ে কোষত কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল—", "options": [ "স্বোৱান।", "লিউৱেন হুক।", "ৰবাৰ্ট হুক।", "ৰবাৰ্ট ব্ৰাউন।" ], "answer": 3 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ