ASSEB Class IX General Science chapter 13 MCQ 1

{ "questions": [ { "question": "তলৰ কোনটো অংগই মুত্ৰ পৰিস্তাৱন কার্য চলাই থাকে?", "options": [ "বৃক্ক কেইটাই।", "হৃদযন্ত্রই।", "হাঁওফাও এ।", "মগজুই।" ], "answer": 0 }, { "question": "তলৰ কোনটো ক্ৰমিক ৰোগ—", "options": [ "ইনফ্লুয়েঞ্জা।", "এলিফেনটিয়াছি।", "টাইফয়েড।", "কলেৰা।" ], "answer": 1 }, { "question": "তলৰ কোনটো ৰোগ আক্রান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ ভৌতিকভাৱে অর্থাৎ স্পর্শৰ দ্বাৰা বিয়পিব নোৱাৰে—", "options": [ "পানী লগা।", "যক্ষ্মা।", "এইডচ।", "কলেৰা।" ], "answer": 2 }, { "question": "তলৰ কোনটো এবিধ সংচাৰী ৰোগ—", "options": [ "হৃদৰোগ।", "কর্কট।", "ৰক্তহীনতা।", "টাইফয়ড।" ], "answer": 3 }, { "question": "তলৰ কোনটো ব্যক্তিগত স্বাস্থ্যৰ বাবে বিপদজনক?", "options": [ "(a), (b) আৰু (d) তিনিওটা।", "মুকলি নিষ্কাশন।", "আমাৰ জীৱিকাৰ চাৰিওফালে স্থৱিৰ পানী।", "ৰাস্তা-ঘাটত জাৱৰ-জোঁথৰ পেলোৱা হয়।" ], "answer": 0 }, { "question": "যক্ষ্মাৰোগ সৃষ্টিকাৰী বীজাণুটো হৈছে—", "options": [ "লিচমেনিয়া।", "মাইক’বেক্টেৰিয়াম টিউবাৰকুলচিচ।", "ষ্টেফাইল’ককাই।", "ট্রাইপেন’চমা।" ], "answer": 1 }, { "question": "তলৰ কোনটো ৰোগ ভেঁকুৰৰ দ্বাৰা হয়—", "options": [ "চৰ্দি আৰু কাহ।", "ইনফ্লুয়েঞ্জা।", "ছালৰ সংক্ৰমণ।", "এনথ্রাক্স।" ], "answer": 2 }, { "question": "তলৰ কোনটো ৰোগ যৌন ক্ৰিয়াৰদ্বাৰা হয়—", "options": [ "মেলেৰিয়া।", "কলা জ্বৰ।", "গোধ বেমাৰ।", "চিফিলিচ।" ], "answer": 3 }, { "question": "সংক্রামক ৰোগ বিয়পে—", "options": [ "ওপৰৰ সকলোবোৰ।", "বায়ু।", "পানী।", "শাৰীৰিক সংস্পর্শ।" ], "answer": 0 }, { "question": "তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয়—", "options": [ "গোধবেমাৰ।", "ধনুষ্টংকাৰ।", "মেলেৰিয়া।", "পলিঅ’।" ], "answer": 1 }, { "question": "টাইফয়ড ৰোগৰ কাৰক হৈছে—", "options": [ "উচেৰিয়া।", "জিয়াৰডিয়া।", "ছালম’নেল।", "ষ্টেণ্ট’ককাছ।" ], "answer": 2 }, { "question": "তলৰ কোনটোৰ বিৰুদ্ধে এন্টিবায়টিকে কাম কৰে—", "options": [ "ডেংগু।", "ভাইৰাছ।", "গোধ বেমাৰ।", "বেক্টেৰিয়া।" ], "answer": 3 }, { "question": "তলৰ কোনটেৰ অভাৱত এনিমিয়া ৰোগ হয়—", "options": [ "আইৰন।", "কেলছিয়াম।", "নাইট্ৰজেন।", "ফছফৰাছ।" ], "answer": 0 }, { "question": "তলৰ কোনটো অনুজীৱই তুলনামূলকভাৱে লাহে লাহে বংশ বৃদ্ধি কৰে—", "options": [ "ভাইৰাছবোৰে।", "কৃমিবোৰে।", "বেক্টেৰিয়াবোৰে।", "ভেকু।" ], "answer": 1 }, { "question": "তলৰ কোনটো বীজাণুৰ দ্বাৰা ক’লা জ্বৰ হয়—", "options": [ "ট্রাইপেনচমা।", "উচেৰিয়া।", "লিচমেনিয়া।", "প্লেনেৰিয়া。" ], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ