ASSEB Class IX General Science chapter 11 MCQ 1
{
"questions": [
{
"question": "যদি কোনো এটা বস্তুৰ ওপৰত বল প্রয়োগ কৰাৰ ফলত বস্তুটোৰ সৰন সংঘটিত নহ’ল তেনেহ’লে সম্পাদিত কাৰ্য হ’ব—",
"options": [
"শূন্য।",
"আধা।",
"দুগুণ।",
"ওপৰৰ এটাও নহয়।"
],
"answer": 0
},
{
"question": "কাৰ্যৰ একক হ’ল—",
"options": [
"kgm",
"Nm বা জুল।",
"kgms⁻¹",
"kg"
],
"answer": 1
},
{
"question": "বস্তু এটাৰ ওপৰত 0.5 বল প্রয়োগ কৰাত বলৰ দিশত বস্তুটোৰ সৰন 2m হ’ল। তেন্তে কার্য হ’ব—",
"options": [
"10 J",
"0.1 J",
"1 J",
"100 J"
],
"answer": 2
},
{
"question": "বস্তু এটাৰ গতি শক্তি নিৰ্ভৰ কৰে—",
"options": [
"কেৱল ইয়াৰ ভৰৰ ওপৰত।",
"কেৱল ইয়াৰ বেগৰ ওপৰত।",
"ভৰ বা বেগৰ ওপৰত নিৰ্ভৰ নকৰে।",
"ভৰ আৰু বেগ দুয়োটাৰ ওপৰত।"
],
"answer": 3
},
{
"question": "6kg ভৰৰ বস্তু এটাই 2ms⁻¹ বেগত গতি কৰিলে ইয়াৰ গতি শক্তি হ’ব—",
"options": [
"12 J",
"6 J",
"9 J",
"15 J"
],
"answer": 0
},
{
"question": "কোনো এটা বস্তুৰ ভৰ দুগুণ কৰিলে ইয়াৰ গতিশক্তি হ’ব—",
"options": [
"তিনিগুণ।",
"দুগুণ।",
"চাৰি গুণ।",
"আধা।"
],
"answer": 1
},
{
"question": "0.5kg ভৰৰ এটা 2m উচ্চতাৰ পৰা মাটিত পৰিবলৈ দিয়া হ’ল। বস্তুটোৱে লাভ কৰা গতি শক্তি হ’ল—",
"options": [
"196.6N",
"196.6N",
"9.8N",
"9.8N"
],
"answer": 2
},
{
"question": "এজন মানুহে গধুৰ বস্তু এটা লৈ ওপৰলৈ উঠিছে মানুহজনে সম্পাদন কৰা কাৰ্য্য হ’ব—",
"options": [
"ঋণাত্মক।",
"শূন্য।",
"ওপৰৰ এটাও নহয়।",
"ধনাত্মক।"
],
"answer": 3
},
{
"question": "m ভৰৰ বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান শূন্য হ’লে কাৰ্য্য হ’ব—",
"options": [
"শূন্য।",
"দুগুণ।",
"আধা।",
"ওপৰৰ এটাও নহয়।"
],
"answer": 0
},
{
"question": "কোনো এটা বস্তু ওপৰলৈ পঠিয়ালে বস্তুটোৰ গতি শক্তি–",
"options": [
"একে থাকে।",
"হ্রাস পায়।",
"বৃদ্ধি পায়।",
"দুগুণ হয়।"
],
"answer": 1
},
{
"question": "সমান ভৰৰ বস্তু দুটা ক্ৰমে 2h আৰু 6h উচ্চতাত ৰখা হৈছে ইহঁতৰ স্থিতি শক্তিৰ অনুপাত হ’ব—",
"options": [
"3 : 1",
"1 : 9",
"1 : 3",
"9 : 1"
],
"answer": 2
},
{
"question": "কোনো এটা বস্তু ওপৰৰ পৰা তলত সৰি পৰিলে বস্তুটোৰ স্থিতি—",
"options": [
"বৃদ্ধি পায়।",
"একে থাকে।",
"দুগুণ হয়।",
"হ্রাস পায়।"
],
"answer": 3
},
{
"question": "এক কিলোৱাট ঘণ্টাক জুলত প্ৰকাশ কৰিলে হ’ব—",
"options": [
"3.6 × 10⁶J",
"36 × 10⁶J",
".36 × 10⁶J",
"36 × 10⁻⁶J"
],
"answer": 0
},
{
"question": "বৃত্তাকাৰ পথত গতি কৰা বস্তু এটাই সম্পাদিত কৰা কাৰ্যৰ পৰিমাণ—",
"options": [
"1 J",
"0",
"2 J",
"3 J"
],
"answer": 1
},
{
"question": "এটা বস্তুৱে 5 চেকেণ্ডত 15 জুল কাৰ্য্য সম্পাদন কৰে ইয়াৰ ক্ষমতা হ’ব—",
"options": [
"30W",
"0.3W",
"3W",
"30W"
],
"answer": 2
}
]
}
Comments
Post a Comment