ASSEB Class IX General Science chapter 14 MCQ 1

{ "questions": [ { "question": "পৃথিৱীৰ পানী ভাগৰ শতকৰা পৰিমাণ____।", "options": [ "75 ভাগ।", "65 ভাগ।", "85 ভাগ।", "55 ভাগ।" ], "answer": 0 }, { "question": "তলৰ কোনটো মণ্ডলত জীৱসমূহ বাস কৰে?", "options": [ "স্থল মণ্ডল।", "ওপৰৰ তিনিওটা।", "জল মণ্ডল।", "বায়ু মণ্ডল।" ], "answer": 1 }, { "question": "শুক্র আৰু মঙ্গল গ্রহত কার্বন ডাই অক্সাইডৰ পৰিমাণ হ’ল____।", "options": [ "65-97 ভাগ।", "75-79 ভাগ।", "95–97 ভাগ।", "59-79 ভাগ।" ], "answer": 2 }, { "question": "বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ’ল____।", "options": [ "20 ভাগ।", "22 ভাগ।", "25 ভাগ।", "21 ভাগ।" ], "answer": 3 }, { "question": "তলৰ কোনটো সেউজ গৃহ গেছ—", "options": [ "CO₂", "CO", "NO₂", "N₂" ], "answer": 0 }, { "question": "তলৰ কোনটো সঁজুলী বায়ুমণ্ডলীয় চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়—", "options": [ "থার্মমিটাৰ।", "বেৰ’মিটাৰ।", "এমিটাৰ।", "গেলভে’নমিটাৰ।" ], "answer": 1 }, { "question": "বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহনৰ ফলত উৎপন্ন হয়—", "options": [ "নাইট্ৰ’জেন ডাই অক্সাইড।", "অক্সিজেন।", "কার্বন ডাই অক্সাইড।", "ওপৰৰ এটাও নহয়।" ], "answer": 2 }, { "question": "তলৰ কোনটো লৱণৰ দ্বাৰা প্ৰাণী বহিঃকংকাল আৰু অন্তঃকংকাল গঠিত হয়—", "options": [ "পটেছিয়াম ক্ল’ৰাইড।", "ছ’ডিয়াম ক্ল’ৰাইড।", "কেলচিয়াম ক্ল’ৰাইড।", "কেলছিয়াম কার্বনেট।" ], "answer": 3 }, { "question": "কোনবিধ বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰি নাইট্ৰ’জেনৰ পৰিমাণ বড়াই।", "options": [ "ৰাইজবিয়াম।", "ছাল ম’নেলা।", "স্টেপ’ক’কাচ।", "মেনিনগ’ক’কাচ।" ], "answer": 0 }, { "question": "তলৰ কোনটো ক্রিয়া কলাপৰ দ্বাৰা মাটিৰ উৰ্ব্বৰতা পুনৰুদ্ধাৰ কৰিব নোৱাৰি_____", "options": [ "বহুবিধ শস্যৰ খেতি কৰি।", "এক প্ৰকাৰৰ খেতি কৰি।", "শস্যাবর্তন।", "ৰাসায়নিক সাৰ প্ৰয়োগ কৰি।" ], "answer": 1 }, { "question": "তলৰ কোনটো ব্যৱহাৰৰ ফলত অ’জন স্তৰৰ অৱক্ষয় হৈছে—", "options": [ "জলবিদ্যুৎ প্রকল্প স্থাপনৰ ফলত।", "সৌৰ শক্তি ব্যৱহাৰৰ ফলত।", "CFC ব্যৱহাৰৰ ফলত।", "ওপৰ এটাও নহয়।" ], "answer": 2 }, { "question": "জীৱ সমূহে বাস কৰা সমগ্ৰ অঞ্চলটোক কোৱা হয়—", "options": [ "জলমণ্ডল।", "স্থলমণ্ডল।", "বায়ু মণ্ডল।", "জীৱ মণ্ডল।" ], "answer": 3 }, { "question": "বায়ুমণ্ডলৰ কোনটো অঞ্চলত অ’জন স্তৰ থাকে?", "options": [ "ষ্ট্রেটস্ফিয়াৰ।", "ট্ৰপস্ফিয়াৰ।", "আয়নস্ফিয়াৰ।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "তলৰ কোনটো সীমিত সম্পদৰ উদাহৰণ—", "options": [ "বায়ু।", "পেট্র’লিয়াম জাত সামগ্ৰী।", "পানী।", "ওপৰৰ আটাইকেইটা।" ], "answer": 1 }, { "question": "তলৰ কোনটো স্তৰৰ ক্ষয় হোৱাটো বন্ধ কৰি জীৱমণ্ডলক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰি—", "options": [ "জলস্তৰ।", "ভূ-স্তৰ।", "অ’জন স্তৰ।", "ওপৰৰ এটাও নহয়।" ], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ