ASSEB Class IX General Science chapter 6 MCQ 1
{
"questions": [
{
"question": "একোটা নির্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিক বোলা হয়—",
"options": [
"কলা।",
"অংগ।",
"অংগ তন্ত্র।",
"কোষ।"
],
"answer": 0
},
{
"question": "তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ বৃদ্ধিত সহায় কৰে—",
"options": [
"নিবেশিত ভাজক কলাই।",
"অগ্রস্থ ভাজক কলাই।",
"পার্শ্বীয় ভাজক কলাই।",
"ওপৰৰ এটাও নহয়।"
],
"answer": 1
},
{
"question": "পেৰেণকাইমা কলাৰ জলজ উদ্ভিদক পানীত ওপঙি থকাত সহায় কৰা কলাবিধক বোলা হয়—",
"options": [
"ক্ল’ৰেণকাইমা।",
"কলেনকাইমা।",
"বায়ুকলা।",
"ভাজক কলা।"
],
"answer": 2
},
{
"question": "ভাজক কলাৰ কোষবোৰ—",
"options": [
"বিভাজন ক্ষমাহীন।",
"(a) আৰু (b) দুয়োটা।",
"ওপৰৰ এটাও নহয়।",
"বিভাজন ক্ষম।"
],
"answer": 3
},
{
"question": "তলৰ কোনবিধ কলাৰ বাবে উদ্ভিদ স্থিতিস্থাপকতা গুণসম্পন্ন ——",
"options": [
"ক’লেন কাইমা।",
"ক্ল’ৰেণকাইমা।",
"শ্লেৰেণকাইমা।",
"এবেন কাইমা।"
],
"answer": 0
},
{
"question": "প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্যিক আৱৰণখনেই হ’ল—",
"options": [
"স্নায়ু ক’লা।",
"আচ্ছাদক ক’লা।",
"সংযোজক ক’লা।",
"পেশি ক’লা।"
],
"answer": 1
},
{
"question": "নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ’ল—",
"options": [
"ক’লেনকাইমা।",
"এৰেন কাইমা।",
"স্কেৰেণকাইমা।",
"ক্লৰেণ কাইমা।"
],
"answer": 2
},
{
"question": "তেজ বা ৰক্ত হৈছে এবিধ—",
"options": [
"আচ্ছাদক কলা।",
"স্নায়ুকলা।",
"অস্থি কলা।",
"সংযোজক কলা।"
],
"answer": 3
},
{
"question": "এডাল অস্থিক আন এডাল অস্থিৰ লগত বান্ধি ৰখা সংযোজক কলাবিধক বোলা হয়—",
"options": [
"লিগামেন্ট।",
"টেগুন।",
"উপাস্থি।",
"মেদকলা।"
],
"answer": 0
},
{
"question": "তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰৱ্যক বোলা হয়।",
"options": [
"লোহিত ৰক্ত কণিকা।",
"প্লাজমা।",
"শ্বেতৰক্ত কণিকা।",
"অনুচক্রিকা।"
],
"answer": 1
},
{
"question": "টেণ্ডনে তলত দিয়া কোন যোৰৰ মাজত সংযোগী কলা হিচাপে থাকে—",
"options": [
"পেশী আৰু পেশী।",
"হাড় আৰু হাড়।",
"পেশী আৰু হাড়।",
"অস্থি আৰু উপাস্থি।"
],
"answer": 2
},
{
"question": "মৰুজ উদ্ভিদৰ বহিত্বকখন ঢাকি ৰখা পদার্থবিধ হ’ল—",
"options": [
"চুৱেৰিন।",
"কর্ক।",
"ওপৰৰ তিনিওটা।",
"কিউটিন।"
],
"answer": 3
},
{
"question": "উদ্ভিদৰ কোনবিধ কলাৰ আটাইবিলাক কোষেই মৃত—",
"options": [
"জাইলেম।",
"পেৰেনকাইমা।",
"ফ্ল’ৱেম।",
"ওপৰৰ এটাও নহয়।"
],
"answer": 0
},
{
"question": "চিলিয়াযুক্ত আৱৰণী কলা পোৱা যায়—",
"options": [
"অন্ত্ৰত।",
"শ্বাসনলীত।",
"ছালত।",
"ৰেটিনাত।"
],
"answer": 1
},
{
"question": "হৰিৎকণা থকা পেৰেণকাইমীয় কোষবিলাক বোলা হয়—",
"options": [
"ক’লেনকাইমা।",
"স্কেৰেণকাইমা।",
"ক্ল’ৰেণকাইমা।",
"ওপৰৰ এটাও নহয়।"
],
"answer": 2
},
{
"question": "তলৰ কোনবিধ কলাই উদ্ভিদৰ পাতত প্রস্তুত হোৱা আহাৰ গছজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰে—",
"options": [
"জাইলেম।",
"জাইলেম আৰু ফ্ল’ৱেম দুয়োটাই।",
"পেৰেণকাইমা।",
"ফ্ল’ৱেম।"
],
"answer": 3
},
{
"question": "প্রাণী দেহৰ ভাৰবহন কৰা কলাবিধ হ’ল—",
"options": [
"অস্থি।",
"টেণ্ডন।",
"উপাস্থি।",
"লিগামেন্ট।"
],
"answer": 0
},
{
"question": "হৃদপেশিৰ বিশেষ বৈশিষ্ট্য হৈছে ই এক প্ৰকাৰৰ—",
"options": [
"ঐচ্ছিক।",
"অনৈচ্ছিক পেশি ।",
"অনৈচ্ছিক আৰু ঐচ্ছিক পেশি দুয়োটাই।",
"অনৈচ্ছিক আৰু ঐচ্ছিক পেশি এটাও নহয়।"
],
"answer": 1
},
{
"question": "তলৰ কোনটো উক্তি অসত্য—",
"options": [
"জলজ উদ্ভিদত বায়ু কলা থাকে।",
"হৃদ পেশিবোৰ এক প্ৰকাৰ অনৈচ্ছিক পেশ।",
"স্নায়ুকোষৰ দীঘল প্ৰবৰ্দ্ধতালক ডেণ্ড্ৰাইট বোলে।",
"তেজ এবিধ সংযোজক কলা।"
],
"answer": 2
},
{
"question": "স্নায়ুকোষৰ কোনটো অংশত কোষকেন্দ্ৰ পোৱা যায়—",
"options": [
"এক্সন।",
"ডেন্ড্ৰাইট।",
"স্নায়ুকোষ।",
"দেহ কোষ।"
],
"answer": 3
}
]
}
Comments
Post a Comment