ASSEB Class IX General Science chapter 9 MCQ 1

{ "questions": [ { "question": "তলৰ কোনটোৱে বস্তু এটাৰ আকাৰ আৰু আয়তন সলন কৰিব পাৰে?", "options": [ "চাপে।", "ভৰে।", "বেগে।", "বলে।" ], "answer": 0 }, { "question": "বস্তুৰ গতি ত্বৰিত কৰিবলৈ প্ৰয়োজন—", "options": [ "সন্তুলিত বলৰ।", "অসন্তুলিত বলৰ।", "বেগৰ।", "ভৰ বেগৰ।" ], "answer": 1 }, { "question": "ভৰ বেগৰ এচ আই একক হ’ল—", "options": [ "kg s⁻¹", "kg m s⁻²", "kg m s⁻¹", "kg s⁻¹" ], "answer": 2 }, { "question": "নিউটনৰ গতি বিষয়ৰ কোনটো সুত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয়—", "options": [ "দ্বিতীয়।", "তৃতীয়।", "ওপৰৰ এটাও নহয়।", "প্রথম।" ], "answer": 3 }, { "question": "5kg ভৰবিশিষ্ট বন্ধ এটা 4 m s⁻² ত্বৰণ উৎপন্ন কৰিবলৈ লগা বল—", "options": [ "20 N", "2.0 N", "0.2 N", "4 N" ], "answer": 0 }, { "question": "100 ভৰৰ বস্তু এটা 10 m s⁻¹ বেগেৰে গতি কৰি ইয়াৰে ভৰবেগ হ’ব—", "options": [ "100 kg m s⁻¹", "1 kg m s⁻¹", "10 kg m s⁻¹", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "15kg ভৰৰ বস্তু এটাৰ বেগ 15 m s⁻¹ ৰ পৰা 20 m s⁻¹ বৃদ্ধি হ’লে‚ভৰ বেগৰ বৃদ্ধি হ’ব—", "options": [ "75 kg m s⁻¹", "শূন্য", "7.5 kg m s⁻¹", "150 kg m s⁻¹" ], "answer": 2 }, { "question": "20N বলে 4kg ভৰৰ বস্তু এটাত ক্ৰিয়া কৰি সৃষ্টি কৰা ত্বৰণৰ মান হ’ব—", "options": [ "80 m s⁻²", "0.5 m s⁻²", "0.8 m s⁻²", "5 m s⁻²" ], "answer": 3 }, { "question": "ভৰ হৈছে_____ মাপ।", "options": [ "জড়তাৰ।", "গতিৰ।", "গতি বেগৰ।", "বেগৰ।" ], "answer": 0 }, { "question": "বস্তু এটাৰ ত্বৰিত হ’লে ইয়াৰ_____", "options": [ "বেগ বাঢ়ে।", "ওপৰত এটা বলে সদায় ক্ৰিয়া কৰে।", "দ্রুতি বাঢ়ে।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "গৈ থকা বাছ এখন হঠাৎ ৰৈ গ’লে থিয় হৈ থকা মানুহ এজন আগফালে হালি যায়। এয়া নিউটনৰ_____ ৰ উদাহৰণ", "options": [ "গতি বিষয়ক দ্বিতীয় সূত্র।", "গতি বিষয়ক তৃতীয় সুত্র।", "গতি বিষয়ক প্রথম সূত্র।", "ওপৰৰ এটাও নহয়।" ], "answer": 2 }, { "question": "বলৰ SI একক হৈছে_____", "options": [ "kg m s⁻¹", "kg m", "kg m s⁻³", "N" ], "answer": 3 }, { "question": "1N বল তলৰ কোনটোৰ সমান_____", "options": [ "1 kg × 1 m s⁻²", "1 kg × 1 m s⁻¹", "1 kg × 1 m", "1 kg × 1 m⁻¹" ], "answer": 0 }, { "question": "ৰকেটৰ গতি‚নিউটনৰ গতি বিষয়ক কোনটো সূত্ৰৰ উদাহৰণ_____", "options": [ "গতি বিষয়ক প্রথম সূত্র।", "গতি বিষয়ক তৃতীয় সূত্র।", "গতি বিষয়ক দ্বিতীয় সুত্র।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "বল এটা সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰিব পাৰি______", "options": [ "ইয়াৰ দিশৰ দ্বাৰা।", "ইয়াৰ মানৰদ্বাৰা।", "ইয়াৰ মান আৰু দিশৰ দ্বাৰা।", "(a) আৰু (c)।" ], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ