ASSEB Class IX General Science chapter 1 MCQ

{ "questions": [ { "question": "তলৰ কোনটো পদার্থ নহয়?", "options": [ "প্রেম।", "বায়ু।", "চকী।", "আকাশ।" ], "answer": 0 }, { "question": "ভৰৰ SI একক —", "options": [ "কিলোমিটাৰ।", "কিলোগ্ৰাম।", "কিলোজুল।", "কিলোৱাট।" ], "answer": 1 }, { "question": "পদাৰ্থৰ অৱস্থা —", "options": [ "এটা।", "দুটা।", "তিনিটা।", "ওপৰৰ এটাও নহয়।" ], "answer": 2 }, { "question": "দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাক বোলা হয়‌ —", "options": [ "আসৃতি।", "ওপৰৰ আটাইকেইটা।", "লীন তাপ।", "ব্যাপন।" ], "answer": 3 }, { "question": "বৰফৰ গলনাংক হ’ল —", "options": [ "273.16 K", "237.16 K", "273.61 K", "271.36 K" ], "answer": 0 }, { "question": "তলৰ কোনটো পদাৰ্থ জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়?", "options": [ "পানী।", "গোটা কাৰ্বন ডাই অক্সাইড।", "বৰফ।", "(a) আৰু (b) দুয়োটাই।" ], "answer": 1 }, { "question": "আৰ্দ্ৰতা কম হ'লে বাষ্পীভৱনৰ মান —", "options": [ "কমে।", "(a) আৰু (b) দুয়োটাই।", "বাঢ়ে।", "ওপৰৰ এটাও নহয়।" ], "answer": 2 }, { "question": "তলৰ কোনটো পদার্থ প্ৰবাহী —", "options": [ "কঠিন পদার্থ।", "কঠিন আৰু তৰল দুয়োটাই।", "তৰল পদার্থ।", "ওপৰৰ আটাইকেইটা।" ], "answer": 2 }, { "question": "চাপৰ একক হৈছে —", "options": [ "পাস্কাল।", "ছেলছিয়াছ।", "ছেণ্টিগ্ৰেড।", "কেলভিন।" ], "answer": 0 }, { "question": "তলৰ কোনটো পদাৰ্থৰ আন্তঃআণৱিক আকর্ষণ বল সৰ্বাধিক —", "options": [ "গেছীয় পদাৰ্থৰ।", "গোটা পদাৰ্থৰ।", "তৰল পদাৰ্থৰ।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত এক কিলোগ্ৰাম কঠিন পদার্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ কি বোলা হয়?", "options": [ "উতলাংক।", "গলনাংক।", "বিগলনৰ লীন তাপ।", "বাষ্পীভৱন।" ], "answer": 2 }, { "question": "পানীৰ উতলাংক S.I. এককত হৈছে –", "options": [ "100 K", "473 K", "363 K", "373 K" ], "answer": 3 }, { "question": "তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক বোলা হয় —", "options": [ "উৰ্ধ্বপাতন।", "বাষ্পীভৱন।", "ব্যাপন।", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "বায়ুৰ চাপ হ্ৰাস পালে জুলীয়া পদাৰ্থৰ উতলাংক —", "options": [ "একে থাকে।", "হ্ৰাস পায়।", "বৃদ্ধি পায়।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "পদাৰ্থৰ কণিকাবোৰৰ থাকে —", "options": [ "মাধ্যাকৰ্ষণ শক্তি।", "স্থিতিশক্তি।", "গতিশক্তি।", "(a) আৰু (b) দুয়োটা।" ], "answer": 2 }, { "question": "তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ নহয়?", "options": [ "কপাহী কাপোৰে পানী শোষণ কৰিব পাৰে।", "গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বেছি।", "চাপ প্ৰয়োগ কৰি পদাৰ্থৰ অৱস্থা পৰিবৰ্তন কৰিব পাৰি।", "নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভৱন হয়।" ], "answer": 3 }, { "question": "কেলভিন স্কেলত 0°C ৰ মান হ’ব —", "options": [ "273 K", "2.73 K", "27.3 K", "237 K" ], "answer": 0 }, { "question": "পদার্থ এটাক গেছীয় অৱস্থাৰ পৰা তৰললৈ ৰূপান্তৰ কৰাক কোৱা হয় —", "options": [ "বাষ্পীভৱন।", "ঘনীভৱন।", "লীন তাপ।", "আৰ্দ্ৰতা।" ], "answer": 1 }, { "question": "স্পঞ্জক চাপ বা হেঁচা প্ৰয়োগ কৰি সংকুচিত কৰিব পাৰি। ই এবিধ —", "options": [ "তৰল পদাৰ্থ।", "ওপৰৰ আটাইকেইটা।", "গেছীয় পদার্থ।", "কঠিন পদার্থ।" ], "answer": 3 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ