Class IX সমাজ বিজ্ঞান : ইতিহাস অধ্যায় ৫ঃ অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি
{
"questions": [
{
"question": "অসম ইংগ বার্মা যুদ্ধ কিমান ঠাইত সংঘটিত হৈছিল?",
"options": [
"৪ খন।",
"৩ খন।",
"৫ খন।",
"১ খন।"
],
"answer": 0
},
{
"question": "গম্ভীৰ সিঙে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰে?",
"options": [
"গৌৰজিৎ।",
"পেম্বার্টন।",
"মাৰজিৎ।",
"গোবিন্দ চন্দ্ৰ।"
],
"answer": 1
},
{
"question": "১৮২২ চনত মানসকলে চট্টগ্রামত কাক বন্দী কৰিছিল?",
"options": [
"আহোম।",
"মোগল।",
"ইংৰাজ।",
"এটাও নহয়।"
],
"answer": 2
},
{
"question": "বৃটিছে ব্ৰহ্মপুত্ৰ উপনত্যকাত প্ৰবেশ কৰিছিল?",
"options": [
"ঢাকা আৰু দৰং হৈ।",
"কামৰূপ আৰু কলকাত হৈ।",
"চিলেট আৰু শিৱসাগৰ হৈ।",
"ঢাকা আৰু গোৱালপাৰা হৈ।"
],
"answer": 3
},
{
"question": "১৮২০ চনত ডেভিদ স্কটক কোন অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছিল?",
"options": [
"ব্ৰহ্মপুত্ৰ উপত্যকা।",
"বৰাক উপত্যকা।",
"ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা।",
"এটাও নহয়।"
],
"answer": 0
},
{
"question": "বৃটিছসকলে অসমত ৰাজহ সংগ্ৰহৰ দায়িত্ব কোনজনক দিছিল?",
"options": [
"ডেভিদ স্কট।",
"জনার্দন বৰবৰুৱা।",
"হলৰইড।",
"মেথিউজ।"
],
"answer": 1
},
{
"question": "নগাৱৰ খাজনা আদায়ৰ দায়িত্ব কাক দিছিল?",
"options": [
"লতা পানীফুকন।",
"জনার্দন বৰবৰুৱা।",
"আৰাধন ৰয়।",
"এজনো নহয়।"
],
"answer": 2
},
{
"question": "জনমুৰি কৰক দৰঙত কি কৰ বুলি জনা গৈছিল?",
"options": [
"চৰু কৰ।",
"পাইক কৰ।",
"সেউজ কৰ।",
"জুহাল কৰ।"
],
"answer": 3
},
{
"question": "ডেভিদ স্কটৰ মৃত্যু কেতিয়া হৈছিল?",
"options": [
"১৮৩১ চন।",
"১৮০০ চন।",
"১৮২০ চন।",
"১৮৩০ চন।"
],
"answer": 0
},
{
"question": "ৰবাৰ্টছনৰ সংস্কাৰক কেইটা ভাগত ভগাইছিল?",
"options": [
"দুই।",
"তিনি।",
"চাৰি।",
"এক।"
],
"answer": 1
},
{
"question": "‘এছিয়াটিক ছ’চাইটি অৱ বেঙ্গল নামৰ আলোচনীখন কোনে লিখিছিল?",
"options": [
"হকিন্স।",
"ৰবাৰ্টছন।",
"মেজৰ জেনকিন্স।",
"গ্রীয়েৰ্চন।"
],
"answer": 2
},
{
"question": "প্রথম ভাগৰ জাহাজ কাৰ দিনত প্ৰচলন হৈছিল?",
"options": [
"ডেভিদ স্কট।",
"ৰবাৰ্টছন।",
"জনার্দন বৰবৰুৱা।",
"মেজৰ জেনকিন্স।"
],
"answer": 3
},
{
"question": "টিকট কৰ কেতিয়া প্ৰচলন কৰিছিল?",
"options": [
"১৮৫৮ চন।",
"১৮৫৬ চন।",
"১৮৬০ চন।",
"১৮৫২ চন।"
],
"answer": 0
},
{
"question": "আয়কৰ কেতিয়া প্ৰচলন হৈছিল?",
"options": [
"১৮৫৫ চন।",
"১৮৬০ চন।",
"১৮৫৬ চন।",
"১৮৫৮ চন।"
],
"answer": 1
},
{
"question": "অসমত বৃটিছ প্ৰশাসনৰ বিৰোধীতা কৰা প্ৰথমজন অসমীয়া—",
"options": [
"মণিৰাম দেৱান।",
"পিয়লি ফুকন।",
"গোমধৰ কোঁৱৰ।",
"হৰনাথ।"
],
"answer": 2
},
{
"question": "কিমান চনত পিয়লি বৰফুকন আৰু জিউৰাম ঢুলীয়াক ফাঁচি দিয়া হয়?",
"options": [
"১৮৩১ চন।",
"১৮৩৬ চন।",
"১৮২৯ চন।",
"১৮৩০ চন।"
],
"answer": 3
},
{
"question": "পিয়লি বৰফুকন আৰু জীউৰাম ঢুলীয়াক কোন ঠাইত ফাঁচি দিয়ে?",
"options": [
"শিৱসাগৰ জিলাত।",
"তিনিচুকীয়া জিলাত।",
"ধুবুৰী জিলাত।",
"নলবাৰী।"
],
"answer": 0
},
{
"question": "মটক ৰাজ্যৰ ৰাজধানী ক’ত আছিল?",
"options": [
"তেজপুৰ।",
"ৰঙাগড়া।",
"ৰঙাপাৰা।",
"দলগাঁও।"
],
"answer": 1
},
{
"question": "শদিয়াখোৱা গোঁহাইৰ মৃত্যু কেতিয়া হৈছিল?",
"options": [
"১৮৩০ চন।",
"১৮২৫ চন।",
"১৮৩৫ চন।",
"১৮৪০ চন।"
],
"answer": 2
},
{
"question": "গাৰোপাহাৰৰ সদৰ ঠাই ক’ত অৱস্থিত?",
"options": [
"গোৱালপাৰা।",
"ডিমাপুৰ।",
"ডিফু।",
"তুৰা।"
],
"answer": 3
},
{
"question": "বৃটিছ সকলে কেতিয়া নগাপাহাৰ দখল কৰিছিল?",
"options": [
"১৮৬৬ চন।",
"১৮৬৮ চন।",
"১৮৭০ চন।",
"১৮৬৫ চন।"
],
"answer": 0
},
{
"question": "প্রথম ইংগ বর্মা যুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ সংগঠিত হৈছিল?",
"options": [
"১৭২০-২৫",
"১৮২৪-২৬",
"১৮২০-২৬",
"১৮২৬-৩০"
],
"answer": 1
},
{
"question": "‘মানসকলে মহুগড়ৰ যুঁজত কোনজন আহোম ৰজাক পৰাভূত কৰিছিল?",
"options": [
"গৌৰীনাথ সিংহ।",
"গম্ভীৰ সিং।",
"চন্দ্ৰকান্ত সিংহ।",
"এটাও নহয়।"
],
"answer": 2
},
{
"question": "ডেভিড স্কটক কেতিয়াৰ পৰা অসমৰ দায়িত্ব অৰ্পণ কৰা হৈছিল?",
"options": [
"১৯২০",
"১৮৪০",
"১৮২৬",
"১৮২০"
],
"answer": 3
},
{
"question": "প্রশাসনিক সুবিধাৰ বাবে বৃটিছে অসমক কেইটা ভাগত ভাগ কৰিছিল?",
"options": [
"দুটা।",
"তিনিটা।",
"চাৰিটা।",
"ভাগ কৰা নাছিল।"
],
"answer": 0
},
{
"question": "ডেভিড স্কটৰ প্ৰশাসনিক কামৰ সহায়ৰ বাবে কোনজনক অসমলৈ পঠোৱা হৈছিল?",
"options": [
"নিউভিল।",
"আদম হোৱাইট।",
"মেকমোৰেইন।",
"এজনো নহয়।"
],
"answer": 1
},
{
"question": "জনমূৰি কৰক দৰঙত কি বোলা হৈছিল?",
"options": [
"পাইক কৰ।",
"গৃহ কৰ।",
"চৰুকৰ।",
"পৰিবহণ কৰ।"
],
"answer": 2
},
{
"question": "ডেভিড স্কটৰ মৃত্যুৰ পিছত অসমলৈ অহা কমিছনাৰ জনৰ নাম কি?",
"options": [
"উইলিয়াম।",
"আদাম হুৱাইট।",
"এজনো নহয়।",
"ক্রেক্রফট।"
],
"answer": 3
},
{
"question": "জেনকিন্সে আয়কৰ কিমান খ্ৰীষ্টাব্দত বহুৱাইছিল?",
"options": [
"১৮৬০",
"১৮৫৮",
"১৬৮০",
"১৯০০"
],
"answer": 0
},
{
"question": "জীউৰাম দুলীয়াক কেতিয়া ফাঁচী দিয়া হৈছিল?",
"options": [
"১৮৩১ খ্ৰীষ্টাব্দৰ নৱেম্বৰত।",
"১৮৩০ খ্রীষ্টাব্দৰ আগষ্টত।",
"১৮৪০ খ্রীষ্টাব্দৰ আগষ্টত।",
"এটাও নহয়।"
],
"answer": 1
},
{
"question": "কেপ্তেইন লিষ্টাৰে কেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰে?",
"options": [
"১৮৪০",
"১৮৪৫",
"১৮৩৫",
"১৮২৬"
],
"answer": 2
},
{
"question": "১৮৯৮ চনত কোনখন পাহাৰ অসমৰ লগত চামিল কৰা হয়?",
"options": [
"সূৰ্য পাহাৰ।",
"বৰাইল পাহাৰ।",
"গাৰো পাহাৰ।",
"লুচাই পাহাৰ।"
],
"answer": 3
},
{
"question": "পুৰন্দৰ সিংহ ৰজা হোৱাৰ বিনিময়ত ইংৰাজক বছৰি কিমান টকা কৰ দিব লগা হৈছিল?",
"options": [
"৫০ হাজাৰ টকা।",
"এটকাও নহয়।",
"১ লাখ টকা।",
"১০,০০০ টকা。"
],
"answer": 0
}
]
}
Comments
Post a Comment