Class IX সমাজ বিজ্ঞান : ভূগোল অধ্যায় ৬ঃ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
{
"questions": [
{
"question": "পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত?",
"options": [
"পানী আৰু মাটি।",
"পানী আৰু বায়ু।",
"মহাদেশ আৰু দেশ।",
"এটাও নহয়।"
],
"answer": 0
},
{
"question": "পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ–",
"options": [
"দেশ আৰু মহাদেশ।",
"মহাদেশ আৰু মহাসাগৰ ৷",
"পানী আৰু বতাহ।",
"পানী আৰু মাটি।"
],
"answer": 1
},
{
"question": "পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰা?",
"options": [
"২৯ শতাংশ।",
"৯৯ শতাংশ।",
"৭১ শতাংশ।",
"১০০ শতাংশ।"
],
"answer": 2
},
{
"question": "পৃথিৱীৰ খোলাটো কিহেৰে গঠিত?",
"options": [
"পানী।",
"মাটি।",
"বায়ু।",
"ফলক।"
],
"answer": 3
},
{
"question": "ভূ-পৃষ্ঠৰ বাহ্যিক কাৰকবোৰ মূলতঃ ক’ৰ পৰা ক্রিয়া কৰে?",
"options": [
"বাহিৰৰ পৰা।",
"ওপৰৰ পৰা।",
"ভিতৰৰ পৰা।",
"মাজৰ পৰা।"
],
"answer": 0
},
{
"question": "নিম্নলিখিত কোনটো বাহ্যিক কাৰক?",
"options": [
"ভূমিকম্প।",
"বৰষুণ।",
"সাগৰ।",
"নদী।"
],
"answer": 1
},
{
"question": "হিমযুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰাখিছিল?",
"options": [
"শিল।",
"ডাৱৰ।",
"তুষাৰ।",
"এটাও নহয়।"
],
"answer": 2
},
{
"question": "নদীৰ পানীৰ এটা উৎস হৈছে—",
"options": [
"পুখুৰীৰ পানী।",
"সাগৰৰ পানী।",
"এটাও নহয়。",
"বৰষুণৰ পানী।"
],
"answer": 3
},
{
"question": "নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি?",
"options": [
"তিনিটা।",
"এটা।",
"দুটা।",
"চাৰিটা।"
],
"answer": 0
},
{
"question": "অসমৰ কোনটো নদীৰ এটা কাৰ্য?",
"options": [
"চলন।",
"খনন।",
"স্খলন।",
"এটাও নহয়।"
],
"answer": 1
},
{
"question": "উৎসৰ পৰা মোহনালৈকে যি পথেৰে নদীয়ে গতি কৰে তাক কি বোলে?",
"options": [
"নদীৰ খনন।",
"পৰিবহন।",
"নদীৰ গতিপথ।",
"জমাকৰণ।"
],
"answer": 2
},
{
"question": "উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ—",
"options": [
"নিম্ন।",
"ক্ষীপ্র।",
"মন্থৰ।",
"প্রবল।"
],
"answer": 3
},
{
"question": "ভৈয়াম অঞ্চলত নদীৰ গভীৰতা—",
"options": [
"হ্রাস পায়।",
"বৃদ্ধি।",
"গহীন।",
"এটাও নহয়。"
],
"answer": 0
},
{
"question": "পার্শ্বখনন বুলিলে–",
"options": [
"স্খলন।",
"খনন।",
"দমন।",
"এটাও নহয়。"
],
"answer": 1
},
{
"question": "অশ্বখুৰা হ্রদ ক’ত অৱস্থিত?",
"options": [
"কাঠমাণ্ডু।",
"ছিডনী।",
"এৰিজ’না।",
"চেন্নাই。"
],
"answer": 2
},
{
"question": "দ্বীপৰ বিল ক’ত অৱস্থিত?",
"options": [
"তেজপুৰ।",
"সৰ্থেবাৰী।",
"লক্ষীপুঞ্জ।",
"গুৱাহাটী।"
],
"answer": 3
},
{
"question": "নদীয়ে কেইধৰণৰ গেদ কঢ়িয়াই?",
"options": [
"তিনি।",
"দুই।",
"এক।",
"চাৰি।"
],
"answer": 0
},
{
"question": "নদীৰ খনন কাৰ্য ক’ত চলে?",
"options": [
"নিম্নগতি অংশত。",
"উচ্চগতি অংশত。",
"মধ্যগতি অংশত。",
"উচ্চ-নিম্নগতি অংশত।"
],
"answer": 1
},
{
"question": "দ্বীপবোৰৰ আকৃতি অসমীয়া কোন আখৰৰ দৰে?",
"options": [
"ৱ",
"চ",
"ব",
"দ"
],
"answer": 2
},
{
"question": "ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্রক্রিয়াক কি বোলে?",
"options": [
"হিমবাহ।",
"বালিয়াৰি।",
"অৱনমন।",
"অপঘর্ষণ।"
],
"answer": 3
},
{
"question": "ইয়াৰদাং শব্দটো কোনে ব্যৱহাৰ কৰিছিল?",
"options": [
"ল’প্ৰ বাসিন্দা।",
"আন্দামানৰ বাসিন্দা।",
"কেলিয়াৰ বাসিন্দা。",
"চিকিমৰ বাসিন্দা।"
],
"answer": 0
},
{
"question": "শুভ্ৰ মৰুভূমি ক’ত আছে?",
"options": [
"আৰৱ।",
"ইজিপ্ত।",
"ছিংগাপুৰ।",
"তুৰষ্ক。"
],
"answer": 1
},
{
"question": "হিমবাহ কেইপ্ৰকাৰৰ–",
"options": [
"তিনি।",
"এক।",
"দুই।",
"চাৰি。"
],
"answer": 2
},
{
"question": "হিমবাহৰ গতিবেগ দিনটোৰ ভিতৰত কিমান?",
"options": [
"২ মিটাৰতকৈ কম।",
"তিনি মিটাৰতকৈ কম।",
"১.৫ মিটাৰতকৈ কম।",
"এক মিটাৰতকৈ কম।"
],
"answer": 3
},
{
"question": "হিমবাহৰ গতিপথ দীঘলীয়া-পথালিয়ে কি আকৃতিৰ?",
"options": [
"U আকৃতিৰ।",
"V আকৃতিৰ।",
"W আকৃতিৰ。",
"Y আকৃতিৰ।"
],
"answer": 0
},
{
"question": "গ্ৰাব কেইপ্ৰকাৰৰ?",
"options": [
"তিনি।",
"চাৰি।",
"দুই।",
"পাঁচ。"
],
"answer": 1
},
{
"question": "তলৰ কোনটো অৱক্ষেপ জনিত অৱক্ষেপ?",
"options": [
"প্ৰান্তগ্ৰাৱ।",
"গেদ।",
"কেম।",
"ইয়াৰদাং।"
],
"answer": 2
},
{
"question": "পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান?",
"options": [
"৫ নিযুত কিলোমিটাৰ।",
".১৫ নিযুত কিলোমিটাৰ।",
"এটাও নহয়।",
"০.৫ নিযুত কিলোমিটাৰ।"
],
"answer": 3
},
{
"question": "বালি জমা হৈ সৃষ্টি ঢালযুক্ত অৱয়বক কি বোলে?",
"options": [
"বালিয়াতট。",
"তউ।",
"বালিয়াৰি।",
"গেদ।"
],
"answer": 0
},
{
"question": "ছুনামি হৈছে—",
"options": [
"নদীৰ ঢৌ।",
"সাগৰীয় ঢৌ।",
"সমুদ্ৰৰ ঢৌ।",
"এটাও নহয়。"
],
"answer": 1
},
{
"question": "অসমত কিমান চনত ডাঙৰ ভূমিকম্প হৈছিল?",
"options": [
"১৯০১ চনত।",
"১৯৭০ চনত。",
"১৯৫০ চনত।",
"১৮৫০ চনত।"
],
"answer": 2
},
{
"question": "জাপানত প্ৰলয়ংকাৰী ছুনামি কিমান চনত হৈছিল?",
"options": [
"১৯৫০ চনত।",
"২০০০ চনত।",
"এটাও নহয়。",
"২০১১ চনত。"
],
"answer": 3
},
{
"question": "পৃথিৱীৰ মহাসাগৰ কেইখন?",
"options": [
"পাঁচখন।",
"চাৰিখন।",
"সাতখন।",
"ছয়খন。"
],
"answer": 0
},
{
"question": "মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিবৰ্তন কিহে কৰে?",
"options": [
"পাহাৰ-পৰ্বতে।",
"নদ-নদীয়ে।",
"সাগৰ-উপসাগৰে।",
"এটাও নহয়。"
],
"answer": 1
},
{
"question": "অৱবাহিকাৰ সৃষ্টি কিহে কৰে?",
"options": [
"পর্বতে।",
"হ্রদে।",
"উপনদী, শাখা-নদী।",
"মাটিয়ে。"
],
"answer": 2
},
{
"question": "নদীৰ পানীৰ মূল উৎস কি?",
"options": [
"পুখুৰীৰ পানী।",
"সাগৰৰ পানী।",
"এটাও নহয়。",
"বৰষুণৰ পানী।"
],
"answer": 3
},
{
"question": "সর্পিল গতি বুলিলে কোনটোক বুজায়?",
"options": [
"বেঁকা পথেৰে কৰা গতি।",
"সৰল পথেৰে কৰা গতি।",
"আহল-বহল পথেৰে কৰা গতি।",
"তলপিনে কৰা গতি।"
],
"answer": 0
},
{
"question": "অশ্বখুৰা হ্রদ ক’ত সৃষ্টি হৈছিল?",
"options": [
"ৰাছিয়া।",
"আমেৰিকা।",
"জাপান।",
"ভাৰত。"
],
"answer": 1
},
{
"question": "দ্বীপৰ বিল কিহৰ বিচৰণভূমি?",
"options": [
"গঁড়ৰ।",
"হৰিণৰ।",
"পৰিভ্ৰমী চৰাইৰ।",
"হলৌ বান্দৰৰ।"
],
"answer": 2
},
{
"question": "গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কি বোলে?",
"options": [
"হিউমাছ।",
"বালিয়ৰি।",
"দ্বীপ।",
"প্লাৱনভূমি。"
],
"answer": 3
},
{
"question": "বতাহে ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক কি বোলে?",
"options": [
"অৱনমন।",
"অৱক্ষেপন।",
"ইয়াৰদাং।",
"এটাও নহয়。"
],
"answer": 0
},
{
"question": "ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্রক্রিয়াক কি বোলে?",
"options": [
"অপক্ষেপন।",
"অপঘর্ষণ。",
"টর্নেড’।",
"হিমবাহ।"
],
"answer": 1
},
{
"question": "ল’পনুৰ বাসিন্দা সকলে ভূ-প্রকৃতিক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?",
"options": [
"ডেল্টা।",
"গ্ৰাৱ।",
"ইয়াদাং।",
"কেম。"
],
"answer": 2
},
{
"question": "হিমালয় পর্বত কোন মহাদেশত অৱস্থিত?",
"options": [
"আফ্রিকা।",
"উত্তৰ আমেৰিকা।",
"ওছেনিয়া।",
"এছিয়া。"
],
"answer": 3
},
{
"question": "সাগৰৰ ঢৌৱে ক্ৰিয়া কৰি যি থিয় গৰাৰ সৃষ্টি কৰে তাক কি বোলে?",
"options": [
"সমুদ্রগৰা।",
"হিমগিৰি।",
"হিমবাহ।",
"তৰংগ。"
],
"answer": 0
}
]
}
Comments
Post a Comment