Class IX সমাজ বিজ্ঞান : ভূগোল অধ্যায় ৭ঃ বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ

{ "questions": [ { "question": "বায়ু আমাৰ কোনফালে আছে?", "options": [ "চাৰিওফালে।", "দুফালে।", "ওপৰফালে।", "এটাও নহয়।" ], "answer": 0 }, { "question": "চাৰিওফালে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক কি বোলে?", "options": [ "স্থলমণ্ডল।", "বায়ুমণ্ডল।", "শিলামণ্ডল।", "জলমণ্ডল।" ], "answer": 1 }, { "question": "পৃথিৱীপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত?", "options": [ "১০০০ কিলোমিটাৰ।", "১১,০০০ কিলোমিটাৰ।", "১০,০০০ কিলোমিটাৰ।", "৫০০ কিলোমিটাৰ।" ], "answer": 2 }, { "question": "অশ্মমণ্ডল বুলিলে কি বুজা?", "options": [ "পানীৰে পৰিপূৰ্ণ।", "মাটি আৰু বায়ু।", "এটাও নহয়।", "মাটি আৰু পানী।" ], "answer": 3 }, { "question": "সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান কি?", "options": [ "সর্বোচ্চ।", "নিম্ন স্থান।", "স্থান নাই।", "কোনাটোৱে নহয়।" ], "answer": 0 }, { "question": "শতকৰা হিচাপত নাইট্ৰ’জেনৰ আয়তন কিমান?", "options": [ "০.০৩", "৭৮.০৮", "২০.৯৪", "০.০১৪" ], "answer": 1 }, { "question": "শতকৰা হিচাপত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান?", "options": [ "০.৯৩", "৭৮.০৮", "২০.৯৪", "০.০৩৬" ], "answer": 2 }, { "question": "নাইট্ৰ’জেনৰ ৰাসায়নিক সংকেত কি?", "options": [ "NE", "Xe", "Kr", "N₂" ], "answer": 3 }, { "question": "বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি?", "options": [ "নাইট্ৰ’জেন।", "অক্সিজেন।", "আর্গন।", "এটাও নহয়।" ], "answer": 0 }, { "question": "পৃথিৱীত জীৱ-জন্তু তথা উদ্ভিদ জীয়াই থকাৰ প্রয়োজনীয় উষ্ণতা হৈছে–", "options": [ "২০° ছেণ্টিগ্রেড।", "১৫° ছেণ্টিগ্রেড।", "০° ছেণ্টিগ্রেড।", "৫° ছেণ্টিগ্রেড।" ], "answer": 1 }, { "question": "বায়ুমণ্ডলৰ কোনটো গেছে জীৱ-জগতক বিপদৰ পৰা ৰক্ষা কৰে?", "options": [ "নাইট্ৰ’জেন।", "অক্সিজেন।", "অ’জন।", "এটাও নহয়।" ], "answer": 2 }, { "question": "বায়ুমণ্ডলৰ গেছীয় গঠন কিমান কিলোমিটাৰ লৈ আছে?", "options": [ "১০০০ কিলোমিটাৰ।", "৫,০০০ কিলোমিটাৰ।", "১ কিলোমিটাৰ।", "১০,০০০ কিলোমিটাৰ৷" ], "answer": 3 }, { "question": "বিজ্ঞানীসকলে বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিছে?", "options": [ "দুটা।", "তিনিটা।", "চাৰিটা।", "পাঁচটা।" ], "answer": 0 }, { "question": "আনৱিক ভৰ অনুসৰি বায়ুমণ্ডলৰ তৰপ কেইটা—", "options": [ "দুই।", "চাৰি।", "তিনি।", "পাঁচ।" ], "answer": 1 }, { "question": "ভূ-পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো?", "options": [ "ষ্টেট’স্ফিয়েৰ।", "থামস্ফিয়েৰ।", "ট্র’প’স্ফিয়েৰ।", "এটাও নহয়।" ], "answer": 2 }, { "question": "ট্র’পস্ফিয়েৰৰ গড় উচ্চতা হৈছে—", "options": [ "২০ কি.মি.", "১০ কি.মি.", "এটাও নহয়।", "১২ কি.মি." ], "answer": 3 }, { "question": "ট্র’পস্ফিয়েৰৰ উৰ্দ্ধসীমাটোৰ নাম কি বুলি জনা যায়?", "options": [ "ট্ৰপ’পজ।", "অস্ত্ৰ’পজ।", "ষ্ট্রেট’পজ।", "এটাও নহয়।" ], "answer": 0 }, { "question": "অ’জন গেছৰ অনুৱে কি ৰশ্মি শোষণ কৰে?", "options": [ "অতি ৰঞ্জিত ৰশ্মি।", "অতি বেঙুণীয়া ৰশ্মি।", "এটাও নহয়।" ], "answer": 1 }, { "question": "মেছ’পজত নিম্নতম উষ্ণতা কিমান হয়?", "options": [ "– ১০° ছেন্টিগ্রেড।", "– ১০০° ছেন্টিগ্রেড।", "– ৯৫° ছেন্টিগ্রেড।", "এটাও নহয়।" ], "answer": 1 }, { "question": "বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোৰ নাম কি?", "options": [ "ট্র’পস্ফিয়েৰ।", "ষ্টেট’স্ফিয়েৰ।", "এক্স’স্ফিয়েৰ।", "থার্ম’স্ফিয়েৰ।" ], "answer": 2 }, { "question": "এক্স’স্ফিয়েৰত বায়ুৰ উষ্ণতা কিমান ডিগ্ৰী বৃদ্ধি হয়?", "options": [ "৫৫০০° ছেন্টিগ্রেড।", "৫০০° ছেন্টিগ্রেড।", "এটাও নহয়।", "৫৫৫০° ছেন্টিগ্রেড।" ], "answer": 3 }, { "question": "বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণৰ কি হয়?", "options": [ "বাঢ়ে।", "সমান থাকে।", "কমে।", "এটাও নহয়।" ], "answer": 0 }, { "question": "বায়ুমণ্ডলৰ চাপৰ জোখ ক’ত লোৱা হয়?", "options": [ "সাগৰৰ তলত।", "সাগৰ পৃষ্ঠত।", "মহাসাগৰৰ মাজ ভাগত।", "এটাও নহয়।" ], "answer": 1 }, { "question": "বায়ুণ্ডলৰ চাপ প্ৰতি বৰ্গ ছেন্টিমিটাৰত কিমান?", "options": [ "৫ কিলোগ্রাম।", "১০ কিলোগ্রাম।", "১ কিলোগ্রাম।", "১০০ কিলোগ্রাম।" ], "answer": 2 }, { "question": "স্বয়ংক্রিয়ভাৱে বেৰ’মিটাৰৰ সহায়ত কি অংকণ কৰা হয়?", "options": [ "ছিছম’গ্ৰাফ।", "পাউণ্ড।", "মিলিবাৰ।", "বেৰ’গ্ৰাফ।" ], "answer": 3 }, { "question": "বায়ুমণ্ডলৰ চাপৰ প্ৰধান কাৰণ কেইটা?", "options": [ "দুটা।", "তিনিটা।", "চাৰিটা।", "এটাও নহয়।" ], "answer": 0 }, { "question": "পাতল বায়ুৰ চাপ কেনেকুৱা?", "options": [ "বেছি।", "কম।", "নাই।", "এটাও নহয়。" ], "answer": 1 }, { "question": "বায়ুৰ চাপ কিহেৰে জোখা হয়?", "options": [ "থামমিটাৰ।", "লেক্ট’মিটাৰ।", "বেৰ’মিটাৰ।", "অড’মিটাৰ।" ], "answer": 2 }, { "question": "বায়ুমণ্ডলৰ চাপৰ তাৰতম্য অনুসৰি পৃথিবীপৃষ্ঠত কেইটা চাপমণ্ডল চিনাক্ত কৰে?", "options": [ "তিনিটা।", "পাঁচটা।", "দুটা।", "চাৰিটা।" ], "answer": 3 }, { "question": "বায়ুৰ গতি কেই প্ৰকাৰৰ?", "options": [ "দুই প্ৰকাৰৰ।", "তিনি প্ৰকাৰৰ।", "চাৰি প্ৰকাৰৰ।", "এটাও নহয়।" ], "answer": 0 }, { "question": "‘কোৰিওলিচ বল’ বুলিলে কাক বুজায়?", "options": [ "মাধ্যাকর্ষণ শক্তি।", "তাপকেন্দ্রিক শক্তি।", "চাপনিত শক্তি।", "এটাও নহয়।" ], "answer": 1 }, { "question": "কোৰিঅলিচ বল কোনে আৱিষ্কাৰ কৰিছিল?", "options": [ "এডৱাৰ্ড জেনাৰ।", "আলেকজেণ্ডাৰ গ্ৰাহামবেল।", "গেচপাৰ্ড ডি কোৰিঅলিচ।", "এজনো নহয়।" ], "answer": 2 }, { "question": "দক্ষিণ গোলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰাক কাৰ সূত্র বোলে?", "options": [ "ফ্লৱেলৰ সূত্ৰ।", "নিউটনৰ সূত্ৰ।", "এজনো নহয়।", "ফেৰেলৰ সূত্র।" ], "answer": 3 }, { "question": "পশ্চিম দিশৰ পৰা বলা বতাহক কি বতাহ বোলে?", "options": [ "পশ্চিমা বতাহ।", "পূর্বী বতাহ।", "ধুমুহা বতাহ।", "নীৰৱ বতাহ।" ], "answer": 0 }, { "question": "ভূ-পৃষ্ঠৰ যি দিশলৈ বতাহ বলে তাক কি বোলে?", "options": [ "পৱনমুখী।", "পৱনবিমুখ।", "পৱন পুত্ৰ।", "এটাও।" ], "answer": 1 }, { "question": "বতাহৰ সঠিক দিশ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়?", "options": [ "থামমিটাৰ।", "হাইগ্ৰমিটাৰ।", "উইণ্ড ভেন।", "লেক্টমিটাৰ।" ], "answer": 2 }, { "question": "বতাহৰ গতিকো কিহৰ সহায়ত জোখা হয়?", "options": [ "কনিমিটাৰ।", "লেক্টমিটাৰ।", "এনিম’মিটাৰ।", "এনিম’মিটাৰ।" ], "answer": 3 }, { "question": "এক নট মানে কি?", "options": [ "১ নটিকেল মাইল।", "২ নটিকেল মাইল।", "১ কিলোমিটাৰ।", "এটাও নহয়।" ], "answer": 0 }, { "question": "প্রবল বতাহৰ প্ৰভাৱ ক’ত পৰে?", "options": [ "চকু মুখত কোব পৰে।", "গছৰ ডাঙৰ ডাঙৰ ডাল লৰে।", "ফটা কাগজ উৰুৱাই নিয়ে।", "পুখুৰীৰ পানীত ঢৌ উঠে।" ], "answer": 1 }, { "question": "বায়ুৰাশি পোনে পোনে মিশ্রণ নঘটি বিচ্ছেদক ৰেখাৰ সৃষ্টি কৰাক কি বোলে?", "options": [ "অন্তর্ধান বতাহ।", "গৌণ বতাহ।", "বাতাগ্র।", "এটাও নহয়।" ], "answer": 2 }, { "question": "বাতাগ্ৰবোৰক কেই শ্ৰেণীত ভাগ কৰিব পাৰি?", "options": [ "তিনি।", "দুই।", "এক।", "চাৰি।" ], "answer": 3 }, { "question": "ক্রান্তীয় ঘূর্ণীবতাহৰ গতিবেগ প্রতি ঘণ্টাত কিমান?", "options": [ "১২০ ৰ পৰা ২৮০ কিঃমিঃ।", "১২০ ৰ পৰা ২০০ কিঃমিঃ।", "১০০ ৰ পৰা ১৫০ কিঃমিঃ।", "২৮০ ৰ পৰা ৩৮০ কি.মি.।" ], "answer": 0 }, { "question": "ঘূর্ণীবতাহৰ চাপ দীঘলীয়া হ’লে কি বোলে?", "options": [ "জডনি।", "উধান।", "ৰিমাণ্ড।", "মৌছম।" ], "answer": 1 }, { "question": "১৮৬১ চনত Anticyclone শব্দটো কোনে ব্যৱহাৰ কৰিছিল?", "options": [ "নিউটন।", "গেলিলিঅ’।", "গেল্টন।", "ফেৰেল।" ], "answer": 2 }, { "question": "মৌচুমী শব্দটো আৰবী কোন শব্দৰ পৰা আহিছে?", "options": [ "মনছিন।", "মছনদ।", "এটাও নহয়।", "মৌছম।" ], "answer": 3 }, { "question": "চিৰোক্কো কি?", "options": [ "স্থানীয় বতাহ।", "মৌচুমী বতাহ।", "প্রবাহিত বতাহ।", "ঘূর্ণী বতাহ।" ], "answer": 0 }, { "question": "বায়ুমণ্ডলত কার্বনডাই অক্সাইড গেছৰ শতকৰা পৰিমাণ কিমান?", "options": [ "৭৮ শতাংশ।", "০.০৩৬ শতাংশ।", "০.৯৩ শতাংশ।", "এটাও নহয়।" ], "answer": 1 }, { "question": "ট্র’পস্ফিয়েৰত জলীয় বাষ্প আৰু ধুলিকণাৰ পৰিমাণ কিমান?", "options": [ "১/৫ অংশ।", "১/২ অংশ।", "৩/৪ অংশ।", "২/৩ অংশ।" ], "answer": 2 }, { "question": "বায়ুৰ গতি কেইপ্ৰকাৰৰ?", "options": [ "তিনি প্ৰকাৰৰ।", "চাৰি প্ৰকাৰৰ।", "নাই।", "দুই প্ৰকাৰৰ।" ], "answer": 3 }, { "question": "বায়ুৰ গতি দুটা হ’ল অনুভূমিক আৰু", "options": [ "উলম্বিক।", "যৌগিক।", "নিম্ন শৈলিক।", "এটাও নহয়।" ], "answer": 0 }, { "question": "এনিম’গ্ৰাফৰ সহায়ত কি কৰা হয়?", "options": [ "বতাহৰ বেগ জোখা হয়।", "বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰা হয়।", "অকল বতাহৰ বিশুদ্ধতা জোখা হয়।", "বতাহৰ গতিবেগ আৰু ওজন জোখা হয়।" ], "answer": 1 }, { "question": "নট হিচাপে সতেজ বতাহৰ গতিবেগ হৈছে—", "options": [ "১৫-২০", "৩০-৩৪", "১৭-২১", "১১-১৬" ], "answer": 2 }, { "question": "সতেজ ধুমুহা বতাহৰ প্ৰভাৱ হ’ল—", "options": [ "ধুৱাঁ বায়ুৰ দিশ অনুযায়ী।", "বায়ুৰ নিৰ্দেশত ঘূৰে।", "খোজ কঢ়াত বতাহে কোবায়।", "গছৰ কুঁহিপাত ছিগি যায়, খোজকাঢ়ি আগবাঢ়িব নোৱাৰি।" ], "answer": 3 }, { "question": "আতংক সৃষ্টিকাৰী, সা-সম্পত্তি, ধন-জনৰ অশেষ ক্ষতিকাৰক বতাহক কি বোলে?", "options": [ "হাৰিকেন বতাহ।", "প্রবল বতাহ।", "পাকঘূৰণি বতাহ।", "পাতল বতাহ।" ], "answer": 0 }, { "question": "ঘণ্টাত ৬৪০ কিঃমিঃ বেগত তীব্রবেগী বতাহক কি বোলে?", "options": [ "বাতাগ্র।", "জেট প্রবাহ।", "টর্নেডো।", "হাৰিকেন।" ], "answer": 1 }, { "question": "উত্তাপ, আর্দ্রতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক কি বোলে?", "options": [ "পছোৱা বতাহ।", "বাতাগ্র।", "বায়ুৰাশি।", "নির্বাত।" ], "answer": 2 }, { "question": "আন্তঃক্রান্তীয় অভিসাৰী মণ্ডলৰ দুৰ্বল আৰু মন্থৰ বায়ুপ্রবাহক কি বোলে?", "options": [ "জেট প্রবাহ।", "পশ্চিমা বতাহ।", "নিয়ত বতাহ।", "শান্ত বলয় বা নির্বাত।" ], "answer": 3 }, { "question": "চিঞৰা ষাঠি হিচাপে কিহঁক অভিহিত কৰে?", "options": [ "ষাঠিৰ দশকৰ অঞ্চল।", "চল্লিশ দশকৰ অঞ্চল।", "পঞ্চাশ দশকৰ অঞ্চল।", "এটাও নহয়।" ], "answer": 0 }, { "question": "বাতাগ্র সৃষ্টি হ’বলৈ বায়ুৰাশিৰ কেইটা অৱস্থাৰ প্রয়োজন?", "options": [ "তিনিটা।", "দুটা।", "চাৰিটা।", "প্রয়োজন নাই।" ], "answer": 1 }, { "question": "যি বাতাগ্রত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক কি বোলে?", "options": [ "উষ্ণ বাতাগ্র।", "অন্তধৃত বাতাগ্র।", "শীতল বাতাগ্র।", "অচল বাতাগ্র।" ], "answer": 2 }, { "question": "যি বাতাগ্রই সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰ হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাত থাকে তাক কি বোলে?", "options": [ "শীতল বাতাগ্র।", "অন্তর্ধত বাতাগ্র।", "এটাও নহয়।", "অচল বাতাগ্র।" ], "answer": 3 }, { "question": "শীত তৰঙ্গ কাক বোলে?", "options": [ "শীতল প্রবাহ।", "গৰম প্ৰবাহ।", "প্রতীপ প্রবাহ।", "উষ্ণ প্রবাহ।" ], "answer": 0 }, { "question": "আল্পছ পর্বতমালাৰ উত্তৰ ফালেদি ব’লা বতাহক কি বোলে?", "options": [ "ধুমুহা।", "ফ’ন বতাহ।", "টর্নেড’।", "এটাও নহয়।" ], "answer": 1 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ