Class IX সমাজ বিজ্ঞান : ইতিহাস অধ্যায় ১ঃ ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন Multiple Choice Questions & Answers

{ "questions": [ { "question": "কনষ্টান্টিনোপল তুৰ্কীসকলে দখল কৰিছিল? ", "options": [ "১৪৫৩ খ্ৰীঃত।", "১২৫৩ খ্ৰীঃত।", "১৩৫৩ খ্ৰীঃত।", "১৫৫৩ খ্ৰীঃত।" ], "answer": 0 }, { "question": "‘ভাস্ক’ ডা-গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল? ", "options": [ "১৪৮৭ খ্ৰীঃত।", "১৪৯৮ খ্ৰীঃত।", "১৫৮৭ খ্রীঃত।", "১৫৯৮ খ্ৰীঃত।" ], "answer": 1 }, { "question": "ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন হৈছিল? ", "options": [ "১৪৯৮ চনত।", "১৫০০ চনত।", "১৬০০ চনত।", "১৫৯৯ চনত।" ], "answer": 2 }, { "question": "উইলিয়াম হকিন্সে কিমান খ্ৰীঃত জাহাংগীৰক সাক্ষাৎ কৰিছিল? ", "options": [ "১৬১০ খ্রীঃত।", "১৬০৮ খ্ৰীঃত।", "১৫০৯ খ্রীঃত।", "১৬০৯ খ্ৰীঃত।" ], "answer": 3 }, { "question": "ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল? ", "options": [ "বেহা-বেপাৰ কৰা।", "দেশ স্বাধীন কৰা।", "দেশত চিকিৎসা সেৱা আগবঢ়োৱা।", "এটাও নহয়।" ], "answer": 0 }, { "question": "১৬১১ খ্ৰীঃত কোন ঠাইত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল? ", "options": [ "লোথাল।", "মুছলিপট্টম।", "বালিকট।", "গোবিন্দপুৰ।" ], "answer": 1 }, { "question": "ফর্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল? ", "options": [ "ৰজা প্রথম উইলিয়াম।", "দ্বিতীয় উইলিয়াম।", "তৃতীয় উইলিয়াম।", "চতুর্থ উইলিয়াম।" ], "answer": 2 }, { "question": "কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্র স্থাপন হৈছিল? ", "options": [ "১৬৬০ চনত।", "১৭৬০ চনত।", "১৫৬০ চনত।", "১৮৬০ চনত।" ], "answer": 3 }, { "question": "পলাচীৰ যুদ্ধ কিমান চনত হৈছিল? ", "options": [ "১৭৫৭ চনত।", "১৬৫৭ চনত।", "১৮৫৭ চনত।", "এটাও নহয়।" ], "answer": 0 }, { "question": "ভাৰতত ঔপনিবেশিক সাম্রাজ্য স্থাপন কৰিছিল? ", "options": [ "হকিন্স।", "ৰবাৰ্ট ক্লাইভ।", "জব চার্ণক।", "ছাৰমান।" ], "answer": 1 }, { "question": "পৰাধীন ভাৰতৰ বৃটিছ আসনক কেইটা ভাগত ভগাব পাৰি? ", "options": [ "এটা।", "তিনিটা।", "দুটা।", "চাৰিটা।" ], "answer": 2 }, { "question": "ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্রাম? ", "options": [ "১৭৫৭।", "১৯৫৭।", "এটাও নহয়।", "১৮৫৭।" ], "answer": 3 }, { "question": "চিপাহী বিদ্রোহ কিমান চনত হৈছিল? ", "options": [ "১৮৫৭ চনত।", "১৯৫৭ চনত।", "১৭৫৭ চনত।", "১৭৫৭ চনত।" ], "answer": 0 }, { "question": "১৭৬৫ চনত কি চুক্তি হৈছিল? ", "options": [ "পুণে চুক্তি।", "এলাহাবাদ চুক্তি।", "লাহোৰ চুক্তি।", "এটাও নহয়।" ], "answer": 1 }, { "question": "বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল? ", "options": [ "১৭৬৮ চনত।", "১৮৬৫ চনত।", "১৭৬৫ চনত।", "১৬৬৫ চনত।" ], "answer": 2 }, { "question": "ৰেণ্ডলেটিং এক্ট কেতিয়া হৈছিল? ", "options": [ "১৬৭৩ চনত।", "১৮৭৩ চনত।", "১৯৭৩ চনত।", "১৭৭৩ চনত।" ], "answer": 3 }, { "question": "পিটৰ ‘ভাৰত আইন’ কেতিয়া হৈছিল? ", "options": [ "১৭৮৪ চনত।", "১৬৮৪ চনত।", "১৯৮৪ চনত।", "এটাও নহয়।" ], "answer": 0 }, { "question": "বেৰেকপুৰুত চিপাহী ছাউনীত ইংৰাজ বিষয়ালৈ গুলীবৰ্ষণ কৰিছিল? ", "options": [ "কোশল কোঁৱৰ।", "মংগল পাণ্ডে।", "মণিৰাম দেৱান।", "এজনো নহয়।" ], "answer": 1 }, { "question": "“ভাৰত চৰকাৰ আইন’ প্রণয়ন কৰিছিল? ", "options": [ "১৭৫৭ চনৰ ২ আগষ্ট।", "১৯৫৭ চনৰ ২ আগষ্ট।", "১৮৫৮ চনৰ ২ আগষ্ট।", "১৬৫৭ চনৰ ২ আগষ্ট।" ], "answer": 2 }, { "question": "ভাৰত সচিবক সহায় কৰিবৰ বাবে কিমানজন সদস্যৰ পৰিষদ গঠন কৰা হয়? ", "options": [ "১৬ জনীয়া।", "১৭ জনীয়া।", "২০ জনীয়া।", "১৫ জনীয়া।" ], "answer": 3 }, { "question": "উডৰ শিক্ষা আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল? ", "options": [ "লর্ড কেনিং।", "লৰ্ড ৰিপণ।", "উইলিয়াম হকিন্স।", "বেণ্টিঙে।" ], "answer": 0 }, { "question": "ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন হৈছিল? ", "options": [ "১৭৬১ চনত।", "১৮৬১ চনত।", "১৬৬১ চনত।", "১৯৬১ চনত।" ], "answer": 1 }, { "question": "অসমৰ প্ৰথম আই. চি. এছ পদবী লাভ কৰিছিল? ", "options": [ "তৰুণৰাম ফুকন।", "হেমচন্দ্ৰ বৰুৱা।", "আনন্দৰাম বৰুৱা।", "চন্দ্ৰকুমাৰ আগৰৱালা।" ], "answer": 2 }, { "question": "ভাৰতৰ প্রথম আই. চি. এছ পদৱী লাভ কৰোঁতা? ", "options": [ "অমর্ত্য সেন।", "আনন্দৰাম বৰুৱা।", "ৰবিন্দ্ৰনাথ ঠাকুৰ।", "সত্যেন্দ্ৰ নাথ বৰুৱা।" ], "answer": 3 }, { "question": "লী আয়োগ গঠন কৰিছিল? ", "options": [ "১৯২৩ চনত।", "১৯২২ চনত।", "১৯১৯ চনত।", "১৯২০ চনত।" ], "answer": 0 }, { "question": "ফাৰুখছিয়াৰৰ ফৰমান– ", "options": [ "১৬১৩-১৬১৯", "১৭১৩-১৭১৯", "১৬১৩-১৬২৩", "১৭১৩-১৭২০" ], "answer": 1 }, { "question": "ভাৰতীয় পৰিষদ আইন কেতিয়া প্রণয়ন হৈছিল? ", "options": [ "১৮৬০", "১৯৬১", "১৮৬১", "১৯৬০" ], "answer": 2 }, { "question": "গ্ৰীক আৰু ৰোমান জাতিসকলে কোন দেশৰ স্থলপথেদি ভাৰতত প্ৰৱেশ কৰে? ", "options": [ "চীন, লোহিত।", "আফগানিস্তান, নেপাল।", "ভূটান, পাৰস্য।", "পাৰস্য, আফগানিস্তান।" ], "answer": 3 }, { "question": "বার্থ’ল’ মিউ ডিয়াজ কোন দেশৰ নাৱিক আছিল? ", "options": [ "পর্তুগীজ (পর্তুগাল)।", "আৰব।", "ভাৰত।", "ইৰাণ।" ], "answer": 0 }, { "question": "আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? ", "options": [ "কপাৰ নিকাচ।", "কলম্বাচ।", "মেগালান।", "এজনো নহয়।" ], "answer": 1 }, { "question": "ভাস্ক’-ডা-গামাৰ মৃত্যু ক’ত হৈছিল? ", "options": [ "মংগলদৈ।", "তেজপুৰ।", "কোচি।", "বাৰানসী।" ], "answer": 2 }, { "question": "বাৰ্থ’ল’ মিউ ডিয়াজৰ জন্ম কিমান খ্রীষ্টাব্দত হৈছিল? ", "options": [ "১৪৬০", "১৫৫০", "১৬৫০", "১৪৫০" ], "answer": 3 }, { "question": "ফ্রান্সিচ ড্রেকে কিমান খ্ৰীষ্টাব্দত পৃথিৱী প্রদক্ষিণ কৰে? ", "options": [ "১৫৮০", "১৫৮২", "১৪৮০", "এটাও নহয়।" ], "answer": 0 }, { "question": "ভাৰত আৰু ব্ৰহ্মদেশ ভ্রমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল— ", "options": [ "নেলছন মেণ্ডেলা।", "ৰ‌্যালফ ফিটচ্।", "ডিয়াজ।", "এজনো নহয়।" ], "answer": 1 }, { "question": "হকিন্সে কোন নদীৰ মোহনাৰে চুৰাট বন্দৰত প্ৰবেশ কৰিছিল? ", "options": [ "সিন্ধু।", "বৰাক।", "তাপ্তী।", "গংগা।" ], "answer": 2 }, { "question": "ইংলেণ্ডৰ ৰজা প্রথম জেমছে কিমান খ্রীষ্টাব্দত উইলিয়াম হকিন্সৰ হতুৱাই এখন আবেদন পত্র প্ৰেৰণ কৰিছিল? ", "options": [ "১৬০৯", "১৭০০", "১৬০০", "১৬০৮" ], "answer": 3 }, { "question": "১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানে ভাৰতত কাক সাক্ষাৎ কৰিছিল? ", "options": [ "ফাৰুখছিয়াৰ।", "জাহাংগীৰ।", "ঔৰংগজেব।", "এজনো নহয়।" ], "answer": 0 }, { "question": "ইংৰাজ সকলে প্ৰথমবাৰ আগ্ৰাত কেতিয়া প্রবেশ কৰে? ", "options": [ "১৫৯৯", "১৬০৯", "১৬০০", "১৬০৫" ], "answer": 1 }, { "question": "মোগল সম্রাট জাহাংগীৰৰ মৃত্যু কেতিয়া আৰু ক’ত হৈছিল? ", "options": [ "১৬২৮ খ্রীষ্টাব্দ, দিল্লীত।", "১৬৩০ খ্রীষ্টাব্দ, আজমীৰত।", "১৬২৭ খ্রীষ্টাব্দ, কাশ্মীৰত।", "১৬৩৫ খ্রীষ্টাব্দ, নলবাৰীত।" ], "answer": 2 }, { "question": "১৬৩৯ খ্ৰীষ্টাব্দত আৰামাগাঁৱৰ বাণিজ্য কেন্দ্ৰটোৰ কি নতুন নাম দিছিল? ", "options": [ "পাণ্ডু।", "ফর্ট উইলিয়াম।", "পিটার্চবার্গ।", "ফ’ৰ্ট ছেণ্ট জর্জ।" ], "answer": 3 }, { "question": "জব চাৰ্ণকে বংগৰ নবাবৰ লগত তিনিখন গাঁৱৰ বাবে কিমান টকাৰ খাজনাৰ চুক্তি কৰিছিল? ", "options": [ "বছৰি ১২০০ টকা।", "বছৰি ১০০০ টকা।", "মাহে ৫০০ টকা।", "প্রতিমাহে ১০০ টকা।" ], "answer": 0 }, { "question": "কলিকতা নগৰৰ ভেটিত কেইখন গাঁৱৰ সমষ্টি আছিল? ", "options": [ "চাৰি।", "তিনি।", "পাঁচ।", "ছয়।" ], "answer": 1 }, { "question": "ফর্ট উইলিয়াম নামটো কিয় দিয়া হৈছিল? ", "options": [ "ৰজাক স্মৰণ কৰিবলৈ।", "ৰজাক অসন্মান কৰিবলৈ।", "ৰাজৰ সন্মানার্থে।", "এটাও নহয়।" ], "answer": 2 }, { "question": "কোনজন ৰজাৰ সন্মানাৰ্থে ফ’ৰ্ট উইলিয়াম নাম দিয়া হৈছিল? ", "options": [ "ৰজা প্রথম জেমছ।", "ৰজা দ্বিতীয় উইলিয়াম।", "ৰজা দ্বিতীয় জেমছ।", "ৰজা তৃতীয় উইলিয়াম।" ], "answer": 3 }, { "question": "ৰবাৰ্ট ক্লাইভৰ মৃত্যু ক’ত হৈছিল? ", "options": [ "লণ্ডন।", "হেমিল্টন।", "অকলেণ্ড।", "হলেও।" ], "answer": 0 }, { "question": "ওৱাৰেণ হেষ্টিংছৰ কাৰ্যকালৰ সময়সীমা আছিল? ", "options": [ "১৬৭৪-১৬৮৫", "১৭৭৪-১৭৮৫", "১৬৮৫-১৬৯৬", "১৭৮০-১৭৮৯" ], "answer": 1 }, { "question": "ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেন্দ্ৰবোৰৰ শাসক গৰাকীক কি বুলি জনা গৈছিল? ", "options": [ "কাউন্সিলাৰ।", "মেম্বাৰ।", "প্ৰেছিডেণ্ট।", "চকীদাৰ।" ], "answer": 2 }, { "question": "প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক কি বোলা হৈছিল? ", "options": [ "ড্ৰাইভাৰী।", "চকীদাৰী।", "এটাও নহয়।", "প্রেছিডেন্সী।" ], "answer": 3 }, { "question": "লর্ড ডেলহাউচীৰ বিদায় কিমান চনত হৈছিল? ", "options": [ "১৮৫৬ চনত।", "১৭৫৬ চনত।", "১৭৬০ চনত।", "১৮৫৮ চনত।" ], "answer": 0 }, { "question": "লর্ড কেনিঙে কেতিয়া জেনেৰেলৰ পদ লৈছিল? ", "options": [ "১৮৬০-১৮৬৬", "১৮৫৬-১৮৬২", "১৮৮০-১৮৮৬", "১৭৬০-১৭৬২" ], "answer": 1 }, { "question": "মংগল পাণ্ডেই চিপাহী চাউনীত ইংৰাজ বিষয়ালৈ কেতিয়া গুলীবৰ্ষণ কৰিছিল? ", "options": [ "১৮৫৫ চনৰ ২৯ মার্চ।", "১৮৬০ চনৰ ২৯ মার্চ।", "১৮৫৭ চনৰ ২৯ মার্চ।", "১৮৫০ চনৰ ২৯ মার্চ।" ], "answer": 2 }, { "question": "ইষ্টইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কোন চনত আঁতৰাই দিয়া হৈছিল? ", "options": [ "১৯৩৫ চনত।", "১৮৪০ চনত।", "১৮৩০ চনত।", "১৮৩৫ চনত।" ], "answer": 3 }, { "question": "ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীক কি বোলা হৈছিল? ", "options": [ "ভাৰত সচিব।", "অসম সভাপতি।", "ভাৰত সাম্ৰাজ্ঞী।", "এটাও নহয়।" ], "answer": 0 }, { "question": "ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল জনক কি খিতাপ প্ৰদান কৰা হৈছিল? ", "options": [ "পাদচাহ।", "ভাইছৰ।", "বাদছাহ।", "ৰাজশাহী।" ], "answer": 1 }, { "question": "লর্ড কেনিঙৰ দ্বিতীয় কার্যকালৰ সময়সীমা আছিল? ", "options": [ "১৮৫০-৫২", "১৮৬০-৬৪", "১৮৫৮-৬২", "এটাও নহয়।" ], "answer": 2 }, { "question": "‘বংগ ৰাজহ’ আইন কেতিয়া প্রণয়ন কৰা হয়। ", "options": [ "১৮৬০ চনত।", "১৮৬১ চনত।", "১৮২৬ চনত।", "১৮৫৯ চনত।" ], "answer": 3 }, { "question": "বিত্তীয় বিকেন্দ্রীকৰণ প্ৰস্তাৱ কোন জনে প্ৰৱৰ্তন কৰে? ", "options": [ "লর্ড মেয়’।", "লর্ড কেনিং।", "লৰ্ড ৰিপন।", "এজনো নহয়।" ], "answer": 0 }, { "question": "লোকসেৱাৰ বাবে প্রতিযোগীতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ কেতিয়া দিয়া হৈছিল? ", "options": [ "১৮৮২ চনত।", "১৮৫৩ চনত।", "১৮৬০ চনত।", "১৮৫২ চনত।" ], "answer": 1 }, { "question": "ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কোনে কৰিছিল? ", "options": [ "লর্ড কার্জন।", "লর্ড কেনিং।", "লর্ড লিটন।", "লৰ্ড ৰিপন।" ], "answer": 2 }, { "question": "ইংলেণ্ড আৰু ভাৰতত একে সময়ত লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ কেতিয়া গৃহীত হয়? ", "options": [ "১৯০১ চনৰ ২ জন।", "১৮৯৩ চনৰ ২২ জুন।", "১৯০১ চনৰ ২২ জুন।", "১৮৯৩ চনৰ ২ জুন।" ], "answer": 3 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ