Class IX সাধাৰণ গণিতঃ অধ্যায় 8 MCQ
{
"questions": [
{
"question": "চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি –",
"options": [
"$360^0$",
"$180^0$",
"$90^0$",
"$270^0$"
],
"answer": 0
},
{
"question": "আয়তৰ প্ৰতিটো কোণৰ মান—",
"options": [
"$60^0$",
"$90^0$",
"$180^0$",
"$80^0$"
],
"answer": 1
},
{
"question": "তলৰ কোনটো চতুৰ্ভুজৰ প্ৰতিটো বাহু সমান",
"options": [
"আয়ত",
"বৰ্গ",
"ৰম্বাছ",
"সামান্তৰিক"
],
"answer": 2
},
{
"question": "তলৰ কোনটো উক্তি সত্য—",
"options": [
"প্ৰতিটো ট্রেপিজিয়ামেই সামান্তৰিক",
"প্ৰতিটো ৰম্বাছ বর্গ",
"প্ৰতিটো সামান্তৰিক আয়ত",
"প্ৰতিটো আয়ত সামান্তৰিক"
],
"answer": 3
},
{
"question": "$ABCD$ সামান্তৰিকৰ ক্ষেত্ৰত তলৰ কোনটো সত্য—",
"options": [
"$AD=BC$",
"$AB=AC$",
"$AD=DC$",
"$AB=BC$"
],
"answer": 0
},
{
"question": "$ABCD$ বৰ্গৰ চাৰিটা বাহুৰ যোগফল $36cm$ হ'লে বৰ্গটোৰ বাহুৰ দীঘ হ'ব—",
"options": [
"$18cm$",
"$9cm$",
"$12cm$",
"$36cm$"
],
"answer": 1
},
{
"question": "$ABCD$ সামান্তৰিকৰ $AC$ আৰু $BD$ কৰ্ণই পৰস্পৰ $O$ বিন্দুত সমদ্বিখণ্ডিত হৈছে যদি $AC$ কৰ্ণৰ দীঘ $10cm$ হয়।তেন্তে $CO$ ৰ দৈৰ্ঘ্য হ'ব-",
"options": [
"$6cm$",
"$7cm$",
"$5cm$",
"$8cm$"
],
"answer": 2
},
{
"question": "$PQR$ ত্ৰিভুজৰ $S$ আৰু $T$ ক্ৰমে $PQ$ আৰু $PR$ ৰ মধ্যবিন্দু হ'লে আৰু $QR$ ৰ মান $10cm$ হ'লে $ST$ ৰ মান হ'ব-",
"options": [
"$10cm$",
"$15cm$",
"$20cm$",
"$5cm$"
],
"answer": 3
},
{
"question": "$ABC$ ত্ৰিভুজৰ $E$ আৰু $F$ ক্ৰমে $AB$ আৰু $AC$ বাহুৰ মধ্যবিন্দু হলে তলৰ কোনটো সত্য—",
"options": [
"$EF\\parallel BC$",
"$EF\\parallel AC$",
"$EF\\parallel AB$",
"$AB\\parallel AC$"
],
"answer": 0
},
{
"question": "$ABC$ ত্ৰিভুজন $E$, $AB$ ৰ মধ্যবিন্দু আৰু $EF$ ৰেখাখণ্ড $BC$ ৰ সমান্তৰাল হ'লে আৰু $AC$ ৰ মান $12cm$ হলে $FC$ৰ মান হ'ব",
"options": [
"$12cm$",
"$6cm$",
"$24cm$",
"$18cm$"
],
"answer": 1
}
]
}
Comments
Post a Comment