Class IX সাধাৰণ গণিতঃ অধ্যায় 5 MCQ

{ "questions": [ { "question": "ইউক্লিডৰ মতে স্বতঃসিদ্ধ হ'ল—", "options": [ "গণিতৰ যিকোনো শাখাতে প্রযোজ্য হোৱা এক স্বতঃপ্রণোদিত সত্য উক্তি।", "কেৱল জ্যামিতিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা এক স্বতঃপ্রণোদিত সত্য উক্তি।", "এক ধৰণৰ সংজ্ঞা", "এক ধৰণৰ উপপাদ্য" ], "answer": 0 }, { "question": "ইউক্লিডৰ ক্ৰম অনুসৰি তৃতীয় স্বীকাৰ্যটো হ'ল –", "options": [ "সকলো সমকোণ পৰস্পৰ সমান।", "এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্দ্ধ লৈ আঁকিব পাৰি।", "এডাল সীমিত ৰেখাক দুয়োমূৰে অসীমলৈ বঢ়াই দিব পাৰি。", "এডাল ৰেখা এটা বিন্দুৰ পৰা যিকোনো বিন্দুলৈ টানিব পাৰি।" ], "answer": 1 }, { "question": "ইউক্লিডৰ মতে-", "options": [ "একেটা বস্তুৰ সৈতে সমান বস্তুবোৰৰ এটা আনটোৰ সৈতে সমান নহয় ৷", "সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ সৰু", "একে সমান বস্তুবোৰৰ দুগুণবোৰ পৰস্পৰ সমান।", "একে সমান বস্তুবোৰৰ আধাবোৰ পৰস্পৰ সমান নহয় ।" ], "answer": 2 }, { "question": "এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰত আপতিত হৈ একেফালে দুটা অন্তঃকোণ $\\alpha$ আৰু $\\beta$ সৃষ্টি কৰিছে আৰু এনেভাৱে সৃষ্টি কৰা অন্তঃকোণৰ ফালে ৰেখা দুডাল অনির্দিষ্টভাৱে বঢ়াই গৈ থাকিলে ইহঁতে পৰস্পৰ কটাকটি কৰে। এই ক্ষেত্ৰত-", "options": [ "$\\alpha+\\beta$ দুই সমকোণৰ সমান।", "$\\alpha+\\beta$ দুই সমকোণতকৈ ডাঙৰ।", "ওপৰৰ এটাও নহয়।", "$\\alpha+\\beta$ দুই সমকোণতকৈ সৰু।" ], "answer": 3 }, { "question": "প্লেফেয়াৰৰ স্বীকাৰ্য অনুসৰি প্ৰদত্ত ৰেখা এডালৰ সমান্তৰালকৈ আৰু ৰেখাডালত নথকা যিকোনো বিন্দুৰে", "options": [ "মাথো এডালেই ৰেখা টানিব পাৰি।", "দুডাল ৰেখা টানিব পাৰি।", "কোনো ৰেখা টানিব নোৱাৰি।", "অসীম সংখ্যক ৰেখা টানিব পাৰি।" ], "answer": 0 }, { "question": "পিৰামিড হ'ল এনে এক গোটা অৱয়র (আকৃতি) যাৰ ভূমি হ'ল –", "options": [ "বর্গ", "ত্রিভুজ", "আয়ত", "যিকোনো বহুভূজ" ], "answer": 1 }, { "question": "পিৰামিডৰ কাষৰ পৃষ্ঠসমূহ হ'ল", "options": [ "বর্গ", "সামান্তৰিক", "সমবাহু ত্রিভুজ", "ট্ৰেপিজিয়াম" ], "answer": 2 }, { "question": "যি উক্তিৰ সত্যতা এক প্ৰণালীবদ্ধ যুক্তিৰে আগবঢ়োৱা প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল তাক কোৱা হয়", "options": [ "স্বীকার্য", "স্বতঃসিদ্ধ", "সংজ্ঞা", "উপপাদ্য" ], "answer": 3 }, { "question": "ইউক্লিডৰ মতে 'সকলো সমকোণ পৰস্পৰ সমান' উক্তিটো এটা —", "options": [ "স্বীকার্য", "সংজ্ঞা", "স্বতঃসিদ্ধ", "উপপাদ্য" ], "answer": 0 }, { "question": "ইউক্লিডে বাস কৰা দেশখন আছিল", "options": [ "গ্ৰীচ", "ইজিপ্ত", "ভাৰত", "বেবলিন" ], "answer": 1 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ