Class IX সাধাৰণ গণিতঃ অধ্যায় 4 MCQ
{
"questions": [
{
"question": "$x + y = 0$ সমীকৰণটোৰ সমাধান কিমানটা ?",
"options": [
"অসীম",
"1",
"2",
"4"
],
"answer": 0
},
{
"question": "তলৰ কোনটো ৰৈখিক সমীকৰণ ?",
"options": [
"$\\frac1x+\\frac1x=10x$",
"$2x-3=0$",
"$x^2=4$",
"$x^2-2x+1=6$"
],
"answer": 1
},
{
"question": "তলৰ কোনটো ৰৈখিক সমীকৰণ নহয় ?",
"options": [
"$3x=4$",
"$x-2y=6$",
"$2x^2-4x+3=0$",
"$x=y$"
],
"answer": 2
},
{
"question": "তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ।",
"options": [
"$3x-5=0$",
"$x^2+y^2=10$",
"$x^2-2x+3=0$",
"$2x=6-4y$"
],
"answer": 3
},
{
"question": "তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয় ?",
"options": [
"$2x+7=0$",
"$x-y=7$",
"$4x=y-9$",
"$y=mx+c$"
],
"answer": 0
},
{
"question": "তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয় ?",
"options": [
"$2x+3y-5=0$",
"$xy=4$",
"$x=y-9$",
"$x+y=10$"
],
"answer": 1
},
{
"question": "তলৰ কোনটো $2x+y=7$ সমীকৰণটোৰ এটা সমাধান ?",
"options": [
"$\\left(1,7\\right)$",
"$\\left(1,3\\right)$",
"$\\left(3,1\\right)$",
"$\\left(7,0\\right)$"
],
"answer": 2
},
{
"question": "তলৰ কোনটো $x+y=9$ সমীকৰণটোৰ সমাধান নহয় ?",
"options": [
"$\\left(0,9\\right)$",
"$\\left(9,0\\right)$",
"$\\left(4,5\\right)$",
"$\\left(9,1\\right)$"
],
"answer": 3
},
{
"question": "$\\left(a,3\\right)$ সমীকৰণ $x-y=3$ ৰ এটা সমাধান হ'লে ৰ $a$ মান হ'ব-",
"options": [
"$6$",
"$-6$",
"$3$",
"$0$"
],
"answer": 0
},
{
"question": "$ax+y=10$ সমীকৰণৰ এটা সমাধান $\\left(1,1\\right)$ হ'লে $a$ ৰ মান হ'ব-",
"options": [
"$1$",
"$9$",
"$4$",
"$-9$"
],
"answer": 1
},
{
"question": "$x=0$ তলৰ কোনটো ৰেখাৰ সমীকৰণ",
"options": [
"$x-$অক্ষ",
"মূলবিন্দুৰ মাজেৰে যোৱা ৰেখা",
"$y-$অক্ষ",
"$x-$অক্ষৰ সমান্তৰাল ৰেখা"
],
"answer": 2
},
{
"question": "তলৰ কোনটো সমীকৰণৰ লেখ $x-$অক্ষৰ সমান্তৰাল হ'ব?",
"options": [
"$x=3$",
"$x+y=0$",
"$x+2=0$",
"$y=4$"
],
"answer": 3
},
{
"question": "তলৰ কোনটো সমীকৰণৰ লেখ $y-$অক্ষৰ সমান্তৰাল হ'ব?",
"options": [
"$x+5=0$",
"$y-6=0$",
"$2x=y$",
"$2y+3=0$"
],
"answer": 0
},
{
"question": "তলৰ কোনটো সমীকৰণৰ লেখ মূলবিন্দুৰে যাব ?",
"options": [
"$x+10=0$",
"$x+y=0$",
"$y=7$",
"$2x+3y=0$"
],
"answer": 1
},
{
"question": "$\\left(3,-2\\right)$ বিন্দুৰে যোৱা $y–$অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ হ'ব",
"options": [
"$y+2=0$",
"$x+y=1$",
"$x=3$",
"$x+2=0$"
],
"answer": 2
},
{
"question": "$\\left(2,3\\right)$ বিন্দুৰে যোৱা $x-$অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ হ'ব",
"options": [
"$x=2$",
"$x+y=5$",
"$x-y+1=0$",
"$y=3$"
],
"answer": 3
},
{
"question": "মূলবিন্দু আৰু $\\left(3,-3\\right)$ বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ হ'ল—",
"options": [
"$x+y=0$",
"$xy=0$",
"$x=y$",
"$x=3$"
],
"answer": 0
}
]
}
Comments
Post a Comment