SEBA HSLC GENERAL SCIENCE 2024 MCQ
{
"questions": [
{
"question": "বেৰিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱ আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্রৱ যোগ কৰাৰ ফলত অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্রৱ প্রস্তুত হ’ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা-চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ’ব?",
"options": [
"BaCl (aq) + NaSO₄ (aq) → BaSO₄ (s) ↓ + NaCl (aq)",
"BaCl₂ (s) + Na₂SO₄ (s) → BaSO₄ (s) + NaCl(s)",
"BaCl₂(aq) + Na₂SO₄ (s)→ BaSO₄(aq) + 2NaCl (aq)",
"BaCl₂(aq) + Na₂SO₄ (aq) → BaSO₄ (s) ↓+2NaCl (aq)"
],
"answer": 3
},
{
"question": "তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই?",
"options": [
"খাদ্য হজম হোৱা।",
"শ্বসন।",
"মমবাতি জ্বলা।",
"মমবাতি গলা।"
],
"answer": 3
},
{
"question": "এটা সন্তুলিত ৰাসায়নিক বিক্রিয়াই তলৰ কোনটো সূত্র মানি চলে?",
"options": [
"ভৰবেগৰ ৰক্ষণশীলতা।",
"ভৰৰ ৰক্ষণশীলতা।",
"শক্তিৰ ৰক্ষণশীলতা।",
"ঘনত্বৰ ৰক্ষণশীলতা।"
],
"answer": 1
},
{
"question": "তলৰ কোনটো ঘ্রাণেন্দ্রিক সূচক?",
"options": [
"লিটমাছ।",
"হালধী।",
"ভেনিলা।",
"ফিন’ফথেলিন।"
],
"answer": 2
},
{
"question": "ধাতৱ অক্সাইডবোৰ হ’ল—",
"options": [
"আম্লিক।",
"ক্ষাৰকীয়।",
"প্রশম।",
"ওপৰৰ এটাও নহয়।"
],
"answer": 1
},
{
"question": "NaHCO₃ আৰু Na₂CO₃.10H₂O ক সাধাৰণতে ক্রমান্বয়ে ____________ আৰু ____________ বোলা যায়।",
"options": [
"কাপোৰ ধোৱা ছ’ডা, বেকিং ছ’ডা।",
"বেকিং ছ’ডা, কাপোৰ ধোৱা ছ’ডা।",
"ক’ষ্টিক ছ’ডা, বেকিং ছ’ডা।",
"বেকিং ছ’ডা, ক’ষ্টিক ছ’ডা।"
],
"answer": 1
},
{
"question": "দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা:
(i) PH ৰ মান 5.5 ৰ তলত হ’লে দন্তক্ষয়ৰ সূচনা হয়।
(ii) ফ’চফ’ৰিক এচিডে pH ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়।
তলৰ কোন বিকল্পটো শুদ্ধ?", "options": [ "(i) সত্য আক (ii) অসত্য।", "(i) অসত্য আৰু (ii) সত্য।", "(i) আৰু (ii) দুয়োটা সত্য।", "(i) আক (ii) দুয়োটা অসত্য।" ], "answer": 0 }, { "question": "তলৰ কোনটো আটাইতকৈ ঘাতসহনশীল ধাতু?", "options": [ "ছ’ডিয়াম।", "আইৰন।", "সোণ।", "ক’পাৰ।" ], "answer": 2 }, { "question": "যদি A ধাতুৰে B ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেতিয়া", "options": [ "A ধাতু B তকৈ বেছি সক্রিয়।", "B ধাতু A তকৈ বেছি সক্রিয়।", "A আৰু B ধাতু সক্রিয় নহয়।", "A আৰু B ধাতু সমানে সক্ৰিয়।" ], "answer": 0 }, { "question": "কোনটো ধাতুৰ ছালফাইড আকৰিক হ’ল চিনাবাৰ?", "options": [ "ক’পাৰ।", "মার্কুৰি (পাৰা)।", "এলুমিনিয়াম।", "আইৰন (লো)।" ], "answer": 1 }, { "question": "একোটা ছালফাৰৰ অনুত সর্বাধিক কেইটা পৰমাণু থাকিব পাৰে?", "options": [ "2", "4", "8", "10" ], "answer": 2 }, { "question": "তিনিটা কার্বন আৰু এলডিহাইড কার্যকৰী মূলক থকা যৌগটোৰ নাম হ’ব—", "options": [ "প্র’পিন।", "প্র’পানল।", "প্র’পেন।", "প্র’পানেল।" ], "answer": 3 }, { "question": "জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য?", "options": [ "ই হাইড্র’জেন দিয়ে।", "ই অক্সিজেন দিয়ে।", "ই অক্সিজেন লয়।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "পর্যাবৃত্ত তালিকাত তলৰ কোনটো ধর্ম বর্গ এটাত ওপৰৰ পৰা তললৈ বাড়ে?
(i) যোজ্যতা।
(ii) ধাতৱীয় গুণ।
(iii) কার্যকৰী নিউক্লীয় আধান।
(iv) পাৰমাণৱিক ব্যাসার্ধ।", "options": [ "(i) আৰু (ii)", "(ii) আৰু (iv)", "(iii) আৰু (iv)", "(i) আৰু (iv)" ], "answer": 1 }, { "question": "মৌল X য়ে X C1₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে, যিটো উচ্চ গলনাংকৰ এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে পর্যাবৃত্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?", "options": [ "Na", "Mg", "A1", "Si" ], "answer": 1 }, { "question": "এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্রত্যেকৰে ফ’কাছ দৈর্ঘ্য -15 cm. দাপোণ আৰু লেন্ছৰ প্রকৃতি কেনেকুৱা হ’ব পাৰে?", "options": [ "দুয়োখন উত্তল।", "দুয়োখন অৱতল।", "দাপোণখন অৱতল আৰু লেন্ছখন উত্তল।", "দাপোণখন উত্তল আৰু লেন্ছখন অৱতল।" ], "answer": 1 }, { "question": "এজন ল’ৰাই তেওঁৰ চকুৰ পৰা 17 cm দূৰত্বত ৰখা বস্তু দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 cm তকৈ অধিক দূৰত্বত ৰাখিলে বস্তু দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰি—", "options": [ "উত্তল লেন্ছ ব্যৱহাৰ কৰি।", "অৱতল লেন্ছ ব্যৱহাৰ কৰি।", "দ্বি-ফ’কাছ লেন্ছ ব্যৱহাৰ কৰি।", "স্পর্শলেন্ছ ব্যৱহাৰ কৰি।" ], "answer": 0 }, { "question": "অৱতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?", "options": [ "মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসার্ধৰ মাজত।", "ভাঁজ কেন্দ্রত।", "ভাঁজ কেন্দ্ৰৰ বাহিৰত।", "দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।" ], "answer": 3 }, { "question": "পৰিবাহী তাঁৰ এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ’ল:
\u003Cimg src=\"https://lh7-rt.googleusercontent.com/docsz/AD_4nXfwt7DdxSTbXpmKKLwaZBma_phIFcnBkxLxUKjOh36TA8cNxReYGn4N9KCd8FqzA3-DPZI-k0RgY1zzuC5HhVM0pmh6jh4ZI-1YOKJ3b_3aADVSNgZFuo3NzIQxmaqpe3BWubad?key=NaMcPIX1uciHBo1ZOxulQ3iw\" width=\"150\" /\u003E
(i) ভল্টেজৰ সৈতে বিদ্যুৎ ৰৈখিকভাৱে বৃদ্ধি হ’ব।
(ii) V ৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰোধ ভিন্ন হ’ব।
(iii) V আৰু I প্রত্যেক মানৰ ক্ষেত্ৰত গ্ৰাফৰ প্রৱণতা একে।", "options": [ "মাত্র (i)", "(i) আৰু (iii)", "মাত্র (ii)", "(i) আৰু (ii)" ], "answer": 2 },{ "question": "বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্রখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব?", "options": [ "(i)
\u003Cimg src=\"https://lh7-rt.googleusercontent.com/docsz/AD_4nXc_s5sbjOGq0UjiO3Dw8H5wleP3oEZYW9Q6Z3Brja762TD0Cn_mUJ-l1CfaLFAnclJGgz2XujFfzrZ10bt93DisSo5ShSYkXCU9MuDeeF1VFI2lyKjC8yJlkYBYw6HpEwMOFzlzUw?key=NaMcPIX1uciHBo1ZOxulQ3iw\" width=\"150\" /\u003E", "(ii)
\u003Cimg src=\"https://lh7-rt.googleusercontent.com/docsz/AD_4nXfZhRSiVI9Vh2v-PC9efsg9V511vOBHV6Jvdqvui_SZfd6ckgE8wugswFj4WuPy7SzlXppCtc5K9yzMZFw5rRYXB28yyKabJvB017-BIv_vCqwVukzQuNcpQ7SjOv3cKINXrw0-XQ?key=NaMcPIX1uciHBo1ZOxulQ3iw\" width=\"150\" /\u003E", "(iii)
\u003Cimg src=\"https://lh7-rt.googleusercontent.com/docsz/AD_4nXcZjNSWfLHUKbI-H3aMOn7SURQJizsqK29LSenzg-xulO6uim1_UU3WbhzCWQzTfFjJNjr60DJIWQgd8N0skye-q3q8_oEg9spsgnSo0BXpc7O_IS-RN5nGa3S5aSDTH9N9Rmo4mg?key=NaMcPIX1uciHBo1ZOxulQ3iw\" width=\"150\" /\u003E", "(iv)
\u003Cimg src=\"https://lh7-rt.googleusercontent.com/docsz/AD_4nXdOYpWc9NblbgxGkTmMkzZuF_CQlBj0p1ml-fgu_QCJcVBvmXUOhrX0LZqNxbJFSb75ox6JIHM7Cn9g6t-N2lgshlulruPrcYdOii77TqjU3GNpPO_ANZup3rKUwp85LskTTeXM6Q?key=NaMcPIX1uciHBo1ZOxulQ3iw\" width=\"150\" /\u003E" ], "answer": 2 }, { "question": "তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহী তাঁৰৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে?", "options": [ "ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰলৰেখাৰে গঠিত।", "ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰলৰেখাৰে গঠিত।", "ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত।", "ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত।" ], "answer": 2 }, { "question": "মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ’ল—", "options": [ "চকুৰ পতা।", "চকুৰ মণি।", "অক্ষিপট।", "কৰ্ণিয়া।" ], "answer": 2 }, { "question": "মুকলি আকাশৰ ৰং নীলা কিয়?", "options": [ "পোহৰৰ প্ৰতিফলনৰ বাবে।", "পোহৰৰ প্ৰতিসৰণৰ বাবে।", "পোহৰৰ বিক্ষেপণৰ বাবে।", "বায়ুমণ্ডলৰ স্তৰৰ বাবে।" ], "answer": 2 }, { "question": "তলৰ কোনটো শক্তি সৌৰশক্তি আধাৰিত নহয়?", "options": [ "বায়ু শক্তি।", "ভূ-তাপীয় শক্তি।", "নিউক্লীয় শক্তি।", "জীৱভৰ।" ], "answer": 2 }, { "question": "1 kWh = ____________ জুল।", "options": [ "3.6 × 10⁵", "3.6 × 10⁶", "3.6 × 10⁷", "3.6 × 10⁸" ], "answer": 1 }, { "question": "লেন্ছৰ ক্ষমতাৰ SI একক হ’ল—", "options": [ "জুল।", "ডায়’প্টাৰ।", "ওম।", "এম্পিয়াৰ।" ], "answer": 1 }, { "question": "1 eV = ___________", "options": [ "1.602 × 10⁻¹⁸ J", "1.602 × 10⁻¹⁹ J", "1.601 × 10⁻¹⁷ J", "1.601 × 10⁻¹⁶ J" ], "answer": 1 }, { "question": "বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জ’নে বাধা দিয়ে—", "options": [ "অৱলোহিত বিকিৰণ।", "দৃশ্য ৰশ্মি।", "অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ।", "উভয় (A) আৰু (C)" ], "answer": 2 }, { "question": "তলত দিয়া কোনটো শক্তিৰ নবীকৰণযোগ্য উৎস নহয়?", "options": [ "সূৰ্য।", "বতাহ।", "জীৱাশ্ম ইন্ধন।", "পানী।" ], "answer": 2 }, { "question": "কয়লা আৰু পেট্র’লিয়াম গঠনৰ উৎস হ’ল—", "options": [ "কলিফর্ম।", "জীৱভৰ।", "সেউজগৃহ গেছ।", "মহাসামুদ্ৰিক পানী।" ], "answer": 1 }, { "question": "শক্তি প্রৱাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে, শক্তিৰ প্রৱাহ সদায়—", "options": [ "একমুখী।", "বহুমুখী।", "বায়ুত ঊর্ধ্বমুখী।", "পানীত অধঃমুষী।" ], "answer": 0 }, { "question": "\u003Cimg src=\"https://lh7-rt.googleusercontent.com/docsz/AD_4nXfXIxre0ORtz6zEug5nlS491kSj2LXGff_XRsT0RFoRrKaPeQywfTuEb_wL9mSjcwItPBY88FHIZxj5bLXwmU7sZFYpImBrbONuBCFOWLxOeWY6xaS6yLOauEgZbOjPzZDmPCtL?key=NaMcPIX1uciHBo1ZOxulQ3iw\" width=\"150\" /\u003E
চিত্ৰত দেখুওৱাৰ দৰে, এটা ইলেক্ট্রন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্রনৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ হ’ব—", "options": [ "সোঁফাললৈ।", "বাওঁফাললৈ।", "পৃষ্ঠাৰ বাহিৰলৈ।", "পৃষ্ঠাৰ ভিতৰলৈ।" ], "answer": 3 }, { "question": "এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 A প্রৱাহ লয়। বর্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ’ব—", "options": [ "330 C", "310 C", "320 C", "300 C" ], "answer": 3 }, { "question": "এমিবাই তাৰ চৌপাশৰ পৰাই __________ৰ সহায়ত খাদ্যবস্তু সংগ্রহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে।", "options": [ "কূটপদ।", "চিলিয়া।", "ফ্লেজেলা।", "স্পৰ্শক।" ], "answer": 0 }, { "question": "উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ’ল—", "options": [ "পানীৰ পৰিবহণ।", "খাদ্যৰ পৰিবহণ।", "এমিন’ এছিডৰ পৰিবহণ।", "অক্সিজেনৰ পৰিবহণ।" ], "answer": 0 }, { "question": "কোষত এণ্ড’থার্মিক বিক্রিয়া সংঘটিত কৰাৰ বাবে কোষে ____________ ব্যৱহাৰ কৰে।", "options": [ "এ.ডি.পি.", "এ.টি.পি.", "এ.এম.পি.", "কার্বন ডাইঅক্সাইড।" ], "answer": 1 }, { "question": "দুটা নিউৰণৰ মাজৰ খালী ঠাইখিনিক __________ বোলা হয়।", "options": [ "ডেড্রাইট।", "ছাইনেপচ্।", "এক্সন।", "প্রেৰণা।" ], "answer": 1 }, { "question": "তলৰ কোনবিধ উদ্ভিদ হৰম’নে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে?", "options": [ "ছাইট’কাইনিন্।", "ইষ্ট্র’জেন।", "থাইৰ’ক্সিন্।", "ইন্চুলিন।" ], "answer": 0 }, { "question": "কিছুমান ঐচ্ছিক কার্য যেনে, এডাল চিধা ৰেখাত খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্রণ কৰা পশ্চাৎ মস্তিস্কৰ অংশটো হ’ল—", "options": [ "চেৰিবেলাম।", "চেৰিব্ৰাম।", "পনস্।", "মেডুলা।" ], "answer": 0 }, { "question": "এমিবাৰ দৰে এককোষী প্রাণীয়ে ____________ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে।", "options": [ "দ্বি-বিভাজন।", "বহুবিভাজন।", "মুকুলোদ্গম।", "বিভংগন।" ], "answer": 0 }, { "question": "পৰাগধানীত __________ থাকে।", "options": [ "বেটুপাত।", "ডিম্বক।", "স্ত্রীকেশৰ।", "পৰাগৰেণু।" ], "answer": 3 }, { "question": "তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্রীজনন তন্ত্রৰ অংশ নহয়?", "options": [ "ডিম্বাশয়।", "জৰায়ু।", "শুক্রবাহী নলী।", "ফেল’পিয়ান নলী।" ], "answer": 2 }, { "question": "তলত দিয়া সমবৃত্তিক অংগ বাছি উলিওৱা।", "options": [ "বাদুলীৰ পাখি আৰু চৰাইৰ পাখি।", "বাদুলীৰ পাখি আৰু মানুহৰ আগহাত।", "ভেকুলীৰ আগঠেং আৰু জেঠীৰ আগঠেং।", "চৰাইৰ পাখি আক ভেকুলীৰ আগঠেং।" ], "answer": 0 }, { "question": "ঊনৈশ শতিকাত ‘প্রাকৃতিক নির্বাচন’ৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল?", "options": [ "চার্লচ্ ডাৰউইন।", "শ্ৰীগৰ জোহান মেণ্ডেল।", "ষ্টেন্লি এল্. মিলাৰ।", "হেৰ’ল্ড চি. উৰে।" ], "answer": 0 }, { "question": "এটা মেণ্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ’ল। কিন্তু প্রায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ’ল। এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুক্তি ওখ পৈত্রিক গছত আছিল বুলি ধৰিব পৰা যাব?", "options": [ "TTWW", "ttww", "TtWW", "TtWw" ], "answer": 3 } ] }

Comments
Post a Comment