SEBA HSLC GENERAL SCIENCE 2023 MCQ

{ "questions": [ { "question": "তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয়?", "options": [ "Si", "Ge", "Al", "B" ], "answer": 2 }, { "question": "তলৰ কোনটো যৌগক চ’ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়–", "options": [ "Nacl", "Na2CO3", "NaHCO3", "NH4Cl" ], "answer": 2 }, { "question": "বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ?", "options": [ "তাপগ্ৰাহী বিক্ৰিয়া।", "তাপবৰ্জী বিক্ৰিয়া।", "দুয়োটা।", "ওপৰৰ এটাও নহয়।" ], "answer": 1 }, { "question": "চ’লেনইডৰ কুণ্ডলীত বৈদ্যুতিক প্রবাহ প্রবাহীত হলে, চৌম্বক ক্ষেত্র–", "options": [ "প্ৰবাহীত প্ৰবাহৰ দিশত বাঢ়িব।", "প্ৰবাহীত প্ৰবাহৰ দিশত কমিব।", "সকলো সময়ত একেই থাকিব।", "শূন্য হব।" ], "answer": 2 }, { "question": "তলৰ কোনটোয়ে বৰ্তনীৰ বিভৱ ভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়–", "options": [ "এমিটাৰ।", "ভল্টমিটাৰ।", "গেলভেন’মিটাৰ।", "মাল্টিমিটাৰ।" ], "answer": 1 }, { "question": "তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়?", "options": [ "বায়ু শক্তি।", "নিউক্লীয় শক্তি।", "ভূ-তাপীয় শক্তি।", "তৰংগ শক্তি।" ], "answer": 1 }, { "question": "তলত উল্লেখিত কোনে অ’জন স্তৰ অৱক্ষয় কৰিব পাৰে–", "options": [ "ক্ল’ ৰ ফ্ল’ৰ কাৰ্বন।", "নাইট্ৰ’জেন।", "হাইড্ৰ’জেন।", "অক্সিজেন।" ], "answer": 0 }, { "question": "তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?", "options": [ "ঘাঁহ, ঘেহুঁ আৰু আম l", "ঘাঁহ, ছাগলী আৰু মানুহ l", "ছাগলী, গৰু আৰু হাতী।", "ঘাঁহ, মাছ আৰু ছাগলী।" ], "answer": 1 }, { "question": "তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন হয়?", "options": [ "অক্ষিপট।", "চকুৰ পতা।", "চিলিয়াৰী পেশী।", "নেত্ৰ স্নায়ু।" ], "answer": 2 }, { "question": "লেন্স এখনৰ ফ’কাছ দৈৰ্ঘ 1 মিটাৰ, ক্ষমতা হব–", "options": [ "0.5D", "1D", "1.5 D", "2D" ], "answer": 1 }, { "question": "অৱতল দাপোনে গঠিত প্ৰতিবিম্ব–", "options": [ "সৎ আৰু সংকুচিত।", "সৎ আৰু বিবৰ্ধিত।", "অসৎ আৰু বিবৰ্ধিত।", "অসৎ আৰু অসংকুচিত।" ], "answer": 0 }, { "question": "কাঁচৰ প্ৰতিসৰণাংক 1.5 হলে, কাঁচত পোহৰৰ দ্ৰুতি হ’ব–", "options": [ "2 × 10⁸ m/s", "3 × 10⁵ m/s", "2.25 × 10⁸ m/s", "3 × 10⁸ m/s" ], "answer": 0 }, { "question": "গ্লুকোজৰ ভংগণ ঘটি পাইৰুভেটলৈ পতিবৰ্তিত হয়–", "options": [ "কোষৰ কোষপ্ৰৰসত।", "মাইটকন্ড্ৰিয়াত।", "কোষাৱৰণত।", "গলগি বডিত।" ], "answer": 0 }, { "question": "বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে–", "options": [ "ADP", "AMP", "ATP", "CO₂" ], "answer": 2 }, { "question": "দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনি বোলা হয়–", "options": [ "ভেনড্ৰাইট।", "ছাইনেপছ।", "এক্সন।", "স্নায়ুপ্ৰান্ত।" ], "answer": 1 }, { "question": "তলৰ কোনটো এবিধ উদ্ভিদ হৰম’ন?", "options": [ "ইনচুলিন।", "থাইৰক্সিন।", "হাইড্ৰজেন।", "চাইট’কাইনিন।" ], "answer": 3 }, { "question": "ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি ল’ব পৰা প্ৰক্ৰিয়াটোক বোলা হয়–", "options": [ "পুণৰ জীৱন।", "মুকুলোদগম।", "বিভংগন।", "দীখণ্ডন বা বিভাজন।" ], "answer": 0 }, { "question": "দ্বি – বিভাজন প্ৰক্ৰিয়া সংঘটিত হয়–", "options": [ "এমিবাত।", "পেৰামেচিয়ামত।", "প্লেনেৰিয়া।", "এই আটাইবোৰতে।" ], "answer": 3 }, { "question": "সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে –", "options": [ "চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা।", "পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা।", "পাৰৰ পাখি আৰু মানুহৰ হাত।", "ভাটৌ চৰাইৰ পাখি আৰু মৌমাখিৰ পাখি।" ], "answer": 2 }, { "question": "তলৰ কোনযোৰ ক্ৰম’জ’মে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুরুষ লিংগ নিৰ্দ্ধাৰণ কৰিব?", "options": [ "XX", "XY", "XO", "YO" ], "answer": 1 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ