SEBA HSLC Social Science Question Paper 2023 MCQ
{
"questions": [
{
"question": "কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল?",
"options": [
"লৰ্ড কাৰ্জন",
"লৰ্ড উইলিয়াম বেন্টিংক",
"ৰবাৰ্ট ক্লাইব",
"লৰ্ড ৱাৰেন হিষ্টংচ"
],
"answer": 0
},
{
"question": "এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?",
"options": [
"শ্বাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত",
"বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত",
"শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত",
"বাহাদুৰ শ্বাহ আৰু ৰবাৰ্ট ক্লাইবৰ মাজত"
],
"answer": 2
},
{
"question": "ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল:",
"options": [
"১৯১৬ চনত",
"১৯১৭ চনত",
"১৯১৮ চনত",
"১৯১৯ চনত"
],
"answer": 3
},
{
"question": "১৯৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল:",
"options": [
"টিকেন্দ্ৰজিতে",
"শম্ভুধন কছাৰীয়ে",
"উকিয়াং নংবাই",
"পিয়লি ফুকনে"
],
"answer": 2
},
{
"question": "উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ’ল:",
"options": [
"ডিব্ৰুগড় বিশ্ববিদ্যালয়",
"অসম বিশ্ববিদ্যালয়",
"গুৱাহাটী বিশ্ববিদ্যালয়",
"তেজপুৰ বিশ্ববিদ্যালয়"
],
"answer": 2
},
{
"question": "তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ’ল:",
"options": [
"কথাকলি",
"কুচিপুড়ী",
"কথক",
"ভাৰতনাট্যম"
],
"answer": 3
},
{
"question": "তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?",
"options": [
"মাছধৰা",
"বনজ সম্পদ আহৰণ",
"শিল্পোৎপাদন প্ৰক্ৰিয়া",
"কৃষিকৰ্ম"
],
"answer": 2
},
{
"question": "তলৰ কোনটো ‘সম্পদ’ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়?",
"options": [
"হস্তান্তৰ কৰিব নোৱাৰি",
"বজাৰ মূল্য নাই",
"মানৱ জাতিৰ কল্যাণ হয়",
"উপকাৰ, অপকাৰ দুয়োটা হ’ব পাৰে"
],
"answer": 1
},
{
"question": "বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ কিমান?",
"options": [
"০.০০৩৫%",
"০.০৩৫%",
"০.৩৫%",
"৩.৩৫%"
],
"answer": 1
},
{
"question": "তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে?",
"options": [
"আৰ্গন",
"কাৰ্বন মন’ক্সাইড",
"নাইট্ৰ’জেন",
"ছালফাৰ ডাই-অক্সাইড"
],
"answer": 3
},
{
"question": "২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে?",
"options": [
"২.৩৯%",
"২.৭৯%",
"২.৬০%",
"৩.৬%"
],
"answer": 2
},
{
"question": "অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল—",
"options": [
"অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল",
"তিব্বতীয়-বৰ্মন ভাষা কোৱা মংগোলীয় সকল",
"আহোমগণ",
"কোঁচ ৰাজবংশীয় লোকসকল"
],
"answer": 0
},
{
"question": "১৯৭৬ চনত সংবিধানৰ ৪২ নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ’ল—",
"options": [
"সাৰ্বভৌম, গণৰাজ্য, ঐক্য",
"সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য",
"গণতান্ত্ৰিক, গণৰাজ্য, ঐক্য",
"ধৰ্মনিৰপেক্ষ, সাৰ্বভৌম, ঐক্য"
],
"answer": 1
},
{
"question": "ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পঞ্চম স্থায়ী সদস্য ৰাষ্ট্ৰ কোনখন?",
"options": [
"ভাৰত",
"ৰাছিয়া",
"নেপাল",
"পাকিস্তান"
],
"answer": 1
},
{
"question": "১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে—
(i) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।
(ii) সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল।
", "options": [ "(i) আৰু (ii) উভয়ে শুদ্ধ", "(i) আৰু (ii) উভয়ে অশুদ্ধ", "কেৱল (i) শুদ্ধ", "কেৱল (ii) শুদ্ধ" ], "answer": 2 }, { "question": "ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন—", "options": [ "উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ", "উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ", "উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ", "উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ" ], "answer": 2 }, { "question": "১৯৯০ চনৰপৰা ক্ষুদ্ৰ উদ্যোগখণ্ডৰ উন্নয়নৰ বাবে কাৰ্যকৰী বিত্তীয় প্ৰতিষ্ঠান কোনটো?", "options": [ "NABARD", "SIDBI", "RRBs", "LICI" ], "answer": 2 }, { "question": "মুদ্ৰাৰ ক্ৰমবিকাশৰ সঠিক ধাৰা কোনটো?", "options": [ "মুদ্ৰা → ধাতু মুদ্ৰা → অমুদ্ৰিত ধাতুমান → জন্তুমান → বিনিময় প্ৰথা", "বিনিময় প্ৰথা → জন্তুৰ মান → অমুদ্ৰিত ধাতুমান → ধাতু মুদ্ৰা → কাগজী মুদ্ৰা", "বিনিময় প্ৰথা → কাগজী মুদ্ৰা → অমুদ্ৰিত ধাতুমান → জন্তুমান → ধাতুমুদ্ৰা", "জন্তুমান → অমুদ্ৰিত ধাতুমান → ধাতুমুদ্ৰা → বিনিময় প্ৰথা → কাগজী মুদ্ৰা" ], "answer": 1 }, { "question": "ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষৰ কালছোৱা কোনটো?", "options": [ "১ জানুৱাৰী–৩১ ডিচেম্বৰ", "১ ফেব্ৰুৱাৰী–৩১ ডিচেম্বৰ", "১ মাৰ্চ–২৮/২৯ ফেব্ৰুৱাৰী", "১ এপ্ৰিল–৩১ মাৰ্চ" ], "answer": 3 }, { "question": "তলৰ বিকল্পবোৰৰ পৰা পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্য-সমূহ চিনাক্ত কৰা।(ক) আৰ্থ-সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা।
(খ) আত্ম নিৰ্ভৰশীলতা অর্জন।
(গ) অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা।
(ঘ) দৰিদ্ৰতা নিৰ্মূল কৰা।
", "options": [ "(i), (ii), (iv)", "(i), (iii), (iv)", "(i), (ii), (iii), (iv)", "(i), (ii), (iii)" ], "answer": 2 } ] }
Comments
Post a Comment