SEBA Class 10 Social science HSLC Question Paper 2025 MCQ
{
"questions": [
{
"question": "১৯০৫ চনৰ বংগ বিভাজন সম্পর্কে তলৰ কোনকেইটা উক্তি সত্য?
(i) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্রপাত ঘটাইছিল।
(ii) ইয়াক বংগদেশৰ ক্রমবর্ধমান জাতীয় জাগৰণক মষিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল।
(iii) শ্বিলঙক পূর্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল।
(iv) ই স্বদেশী আন্দোলনৰ সূত্রপাত ঘটাইছিল।", "options": [ "(i), (ii), (iv)", "(i), (iii), (iv)", "(ii), (iii), (iv)", "(i), (ii), (iii), (iv)" ], "answer": 3 }, { "question": "গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰক 'নাইটহুড' উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সর্বোৎকৃষ্ট ব্যাখ্যা কোনটো?", "options": [ "ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্রদানত ব্যর্থ হৈছিল", "ব্ৰিটিছ প্রশাসনত পোৱা স্থানক লৈ অসন্তুষ্ট হৈছিল", "বংগ বিভাজন নীতিৰ লগত অসম্মত হৈছিল", "ৰাজহুৱা জীৱনৰ পৰা সন্ন্যাস ল'ব বিচাৰিছিল" ], "answer": 2 }, { "question": "দাবী (A) আৰু কাৰণ (R) বিচাৰ কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা:
দাবী (A): ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সা-সামগ্রী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব বিচাৰিছিল।
কাৰণ (R): স্বদেশী আন্দোলনে প্রধানতঃ ব্ৰিটিছৰ কৰ-কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্রতিবাদ কৰাক লক্ষ্য কৰি লৈছিল।", "options": [ "(A) আৰু (R) উভয়ে সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা", "(A) সত্য কিন্তু (R) অসত্য", "(A) আৰু (R) উভয়ে সত্য কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়", "(A) অসত্য কিন্তু (R) সত্য" ], "answer": 1 }, { "question": "স্বদেশী আন্দোলনৰ সময়ত 'বন্দে মাতৰম' আলোচনী কোনে সম্পাদনা কৰিছিল?", "options": [ "অৰবিন্দ ঘোষ", "কৃষ্ণকুমাৰ মিত্ৰ", "সুৰেন্দ্ৰনাথ বেনাৰ্জী", "কুমুদিনী মিশ্র" ], "answer": 1 }, { "question": "অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ?
(i) লোণ আইনৰ বিৰোধিতা কৰা হৈছিল।
(ii) ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল।
(iii) হিন্দু আৰু মুছলমানৰ মাজত একতা।
(iv) মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল।", "options": [ "(i) আৰু (iv)", "(ii) আৰু (iii)", "(i) আৰু (ii)", "(i), (ii), (iii), (iv)" ], "answer": 1 }, { "question": "তলৰ কোনকেইটা ১৯৪৭ চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল?
(i) ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।
(ii) প্রতিখন স্ব-শাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকৈ প্রধানমন্ত্রী থাকিব।
(iii) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্রিটিছ কমনৱেলথত যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব।
(iv) দুয়োখন দেশৰ বিধানমণ্ডলে কেৱল ব্ৰিটিছ সংসদৰ তত্ত্বাৱধানতহে আইন প্রণয়ন কৰাৰ ক্ষমতা লাভ কৰিব।", "options": [ "(i) আৰু (ii)", "(i) আৰু (iii)", "(i) আৰু (iv)", "(ii) আৰু (iv)" ], "answer": 1 }, { "question": "সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা :
(i) আগষ্ট বিপ্লৱ
(ii) প্রত্যক্ষ দাবী দিৱস
(iii) ছাইমন কমিছন
(iv) পূৰ্ণ স্বৰাজৰ দাবী", "options": [ "(i)→(ii)→(iii)→(iv)", "(iii)→(iv)→(ii)→(i)", "(i)→(ii)→(iv)→(iii)", "(iii)→(iv)→(i)→(ii)" ], "answer": 1 }, { "question": "তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা :
দাবী (A): ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাত অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।
কাৰণ (R): কৃষকসকলে ৰাইজ মেলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল।", "options": [ "A সত্য কিন্তু R অসত্য", "A অসত্য কিন্তু R সত্য", "A আৰু R উভয়ে সত্য আৰু R, A ৰ শুদ্ধ ব্যাখ্যা", "A আৰু R উভয়ে সত্য কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়" ], "answer": 2 }, { "question": "মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাই অঞ্চলটোৰ পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেকৈ প্ৰভাৱিত কৰিছিল?", "options": [ "ব্ৰিটিছৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাব পাৰি বুলি বুজাই দি ই আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণত উৎসাহ প্ৰদান কৰিছিল।", "বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্ৰা হ্ৰাস কৰিছিল।", "ই ব্ৰিটিছ কৰ্তৃপক্ষ আৰু স্থানীয় নেতাসকলৰ মাজত সহযোগিতাৰ মনোভাৱ সৃষ্টি।", "কভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্রভাৱ পৰা নাছিল।" ], "answer": 0 }, { "question": "হেৰস্বকান্ত বৰপূজাৰীৰ মতে, উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহত যোগ দিছিল৷ ইয়াৰ শুদ্ধ কাৰণটো কি আছিল?", "options": [ "তেওঁলোকে আহোম অভিজাত শ্ৰেণীটোক সমৰ্থন জনাইছিল ।", "জব্ৰিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল।", "নব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ (নিষ্কৰ) ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল।", "তেওঁলোকে ব্ৰিটিছৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল" ], "answer": 2 }, { "question": "অসমত আবকাৰী কানিৰ সেৱন ১৯২০-২১ বৰ্ষত ১৬১৫ মোনিৰ পৰা হ্ৰাস হৈ ১৯২২-২৩ বৰ্ষত ৯৯৩ মোন হৈছিলগৈ । তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হাস হোৱাৰ কথা শুদ্ধভাৱে ব্যাখ্যা কৰিছে?", "options": [ "কানি সেৱনৰ কুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী সীমিত কৰিছিল।", "ৰাইজে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা বুজি পাইছিল।", "ৰাইজৰ মাজত কানিৰ চাহিদা হ্ৰাস পাইছিল।", "কংগ্ৰেছ কমীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি-বিৰোধী কাৰ্যপন্থা ।" ], "answer": 3 }, { "question": "লতলৰ বিকল্পবোৰৰ পৰা, মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কার্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য’ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল ।", "options": [ "ডাণ্ডি যাত্ৰী, অসহযোগ আন্দোলন", "ডাণ্ডি যাত্ৰা, আইন অমান্য আন্দোলন", "ততিলক স্বৰাজ্য পুঁজিৰ মাধ্যমেৰে পুঁজি সংগ্ৰহ, অসহযোগ আন্দোলন", "বোম্বাইৰ এঁতিহাসিক আগষ্ট সভা, ভাৰত ত্যাগ আন্দোলন" ], "answer": 1 }, { "question": "তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) অম্বিকাগিৰী ৰায়চৌধুৰী (a) জ্ঞান প্ৰদায়িনী সভা
(ii) পদ্মনাথ গোহাঁইবৰুৱা (b) বন্দিনী ভাৰত
(iii) লক্ষ্মীনাথ বেজবৰুৱা (c) আহোম সভা
(iv) আনন্দৰাম ঢেকিয়াল ফুকন (d) বীণ ব’ৰাগী", "options": [ "(i) → (b), (ii) → (c), (iii) → (d), (iv) → (a)", "(i) → (d), (ii) → (a), (iii) → (c), (iv) → (b)", "(i) → (b), (ii) → (c), (iii) → (a), (iv) → (d)", "(i) → (d), (ii) → (a), (iii) → (b), (iv) → (c)" ], "answer": 1 }, { "question": "গান্ধাৰ শৈলী সম্পৰ্কে তলৰ কোনটো শুদ্ধ ?", "options": [ "মুখ্য বিষয়বস্তু আছিল হিন্দু দেৱ-দেৱীসকল ।","ইয়াৰ বিকাশ প্ৰধানতঃ পশ্চিম উত্তৰ প্ৰদেশত হৈছিল।","ই কেৱল মথুৰা শৈলীৰ দ্বাৰা প্রভাৱিত হৈছিল।","ই গ্ৰীক্-ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত ।" ], "answer": 3 }, { "question": "ভাৰতবৰ্ষৰ সাংস্কৃতিক এতিহ্যই ইয়াৰ এতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰে?", "options": [ "একেধৰণৰ ৰাজনৈতিক ইতিহাসৰ যোগেদি", "বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্প-কলাৰ জৰিয়তে", "এটা একীভূত জাতীয় ভাষাৰ জৰিয়তে", "কেৱল এবিধ স্থাপত্য শৈলীৰ জৰিয়তে" ], "answer": 1 }, { "question": "তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা :
",
"options": [
"(i) → (b), (ii) → (c), (iii) → (d), (iv) → (a)","(i) → (b), (ii) → (d), (iii) → (a), (iv) → (c)","(i) → (c), (ii) → (a), (iii) → (b), (iv) → (d)","(i) → (a), (ii) → (c), (iii) → (d), (iv) → (b)"
],
"answer": 1
},
{
"question": "তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে৷ উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা :
দাবী (A): সিন্ধু উপত্যকাৰ ধৰ্ম ব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰো বিবিধতা দেখা যায়।
কাৰণ (R): ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা, সহবৰ্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰ নীতি গ্ৰহণ কৰিছিল।", "options": [ "(A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।","(A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) শুদ্ধ ব্যাখ্যা ।","(A) সত্য, (R) অসত্য ।","(A) অসত্য, (R) সত্য ।" ], "answer": 1 }, { "question": "IUCN সম্পৰ্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা ।
(i) IUCN ১৯৪৮ চনত গঠন কৰা হৈছিল৷
(ii) IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে Indian Union for
Conservation of Nature.
(iii) IUCNA উদ্যোগত বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল৷
(iv) জৰ্জ ছিজহ’ম IUCN ৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰধান আছিল।", "options": [ "(i), (ii), (iii)","(ii), (iii), (iv)","(ii), (iv)","(i), (iii)" ], "answer": 3 }, { "question": "কাৰ্বন ডাই-অক্সাইড উৎপন্ন নকৰা শক্তিৰ উৎস কোনকেইটা?", "options": [ "বতাহ শক্তি", "বতাহ, ভূ-তাপীয়, জলবিদ্যুৎ", "বতাহ আৰু জীৱাশ্ম", "সকলোবোৰ" ], "answer": 1 }, { "question": "চতুৰ্থক খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ ?", "options": [ "সম্প্ৰদায়-ভিত্তিক পৰ্যটন", "আধুনিক পৰিবেশ-অনুকূল প্রযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা", "এখন শ্বপিং মলৰ বিক্ৰী কাৰ্যবাহী বিষয়া", "সৰাজহুৱা পৰিবহণৰ বাবে সেউজ বাছ সেৱা" ], "answer": 1 }, { "question": "তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। এই উক্তিকেইটাৰ ভিত্তিত শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
দাবী (A): সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা, আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।
কাৰণ (R): মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত হৈছে।", "options": [ "(A) আৰু (R) উভয়ে শুদ্ধ ।", "(A) শুদ্ধ, (R) অশুদ্ধ ।", "(A) অশুদ্ধ, (R) শুদ্ধ ।", "(A) আৰু (R) উভয়ে অশুদ্ধ ।" ], "answer": 0 }, { "question": "সম্পদৰ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ ?
(i) দীৰ্থম্যাদী উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ
(ii) নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ
(iii) কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ
(iv) ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা", "options": [ "(i), (iv)", "(i), (ii)", "(ii), (iv)", "(i), (iii)" ], "answer": 3 }, { "question": "তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা ৷
দাবী (A): অর্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়, আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়।
কাৰণ (R) : মানুহৰ জীৱনধাৰণ প্ৰণালী আৰু অর্থনৈতিক কাৰ্যকলাপ স্থান-কাল ভেদে বেলেগ বেলেগ হয়।", "options": [ "(A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) শুদ্ধ ব্যাখ্যা।", "(A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) শুদ্ধ ব্যাখ্যা নহয়।", "(A) সত্য, (R) অসত্য ।", "(A) অসত্য, (R) সত্য ।" ], "answer": 0 }, { "question": "তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে/কোনকেইটাই কাৰ্বন ডাই-অক্সাইড উৎপন্ন নকৰে?
(i) বতাহ শক্তি
(ii) ভূ-তাপীয় শক্তি
(iii) জলবিদ্যুৎ শক্তি
(iv) জীৱাশ্ম ইন্ধন", "options": [ "(i)","(i), (ii), (iii)","(i), (iv)","(i), (ii), (iii), (iv)" ], "answer": 1 }, { "question": "তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
দাবী (A): বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এছিড বৰষুণৰ সৃষ্টি হয় ৷
কাৰণ (R) : তেনে ধৰণৰ বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে ।", "options": [ "(A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।","(A) সত্য, (R) অসত্য ৷","(A) অসত্য, (R) সত্য ।","(A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।" ], "answer": 3 }, { "question": "সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে?
(i) সাগৰপৃষ্ঠৰ উত্থান
(ii) উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব
(iii) পানীৰ নাটনিৰ সমস্যা সমাধান হ’ব
(iv) জৈৱ বৈচিত্ৰ্যতা সুৰক্ষিত হ’ব", "options": [ "(i), (ii), (iii), (iv)","(i), (iii)","(ii), (iii)","(i), (ii)" ], "answer": 3 }, { "question": "নদ-নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কত তলত দিয়া উক্তি (i) আৰু (ii) বিচাৰ কৰা, আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ৷
(i) ওদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্রবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে ।
(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ ৫৫% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্রদূষকৰ দ্বাৰা প্ৰদূষিত হৈছে।", "options": [ "(i) আৰু (ii) দুয়োটাই সত্য","(i) আৰু (ii) দুয়োটাই অসত্য","(i) সত্য, (ii) অসত্য","(i) অসত্য, (ii) সত্য" ], "answer": 0 }, { "question": "পৰিবেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ৷
(i) দিল্লী, বেংগালুৰু, গুৱাহাটী, পুণে আদি চহৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে।
(ii) পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ-নদীৰ গৰাখহনীয়া এক ভয়ানক পাৰিপাৰ্শ্বিক সমস্যা ।", "options": [ "(i) সত্য, (ii) অসত্য","(i) অসত্য, (ii) সত্য","(i) আৰু (ii) উভয়ে সত্য","(i) আৰু (ii) উভয়ে অসত্য" ], "answer": 2 }, { "question": "উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ ?
(i) ৬৭% মাটি এই অঞ্চলৰ অন্তৰ্গত ।
(ii) পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% এই অঞ্চলত বাস কৰে।
(iii) ৫৭% মাটি এই অঞ্চলৰ অন্তৰ্গত৷
(iv) পৃথিৱীৰ মুঠ জনসংখ্যাৰ 80% এই অঞ্চলত বাস কৰে।", "options": [ "(i) আৰু (ii)", "(iii) আৰু (iv)", "(i) আৰু (iv)", "(ii) আৰু (iii)" ], "answer": 2 }, { "question": "তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখন চিনাক্ত কৰা :
(i) এই মহাসাগৰখনে পৃথিৱীৰ প্ৰায় এক-তৃতীয়াংশ ঠাই আগুৰি আছে।
(ii) এই মহাসাগৰখনৰ গড় গভীৰতা প্ৰায় ৫০০০ মিটাৰ ।
(iii) সামুদ্ৰিক খাতসমূহৰ ভিতৰত গভীৰতম মেৰিয়ানা খাতকে ধৰি এলিউছিয়ান, কিউৰাইল, ফিলিপাইন, টোংগা, পেৰু-চিলি আদি খাত বিশেষভাৱে উল্লেখযোগ্য ৷", "options": [ "ভাৰত মহাসাগৰ","প্ৰশান্ত মহাসাগৰ","আটলাণ্টিক মহাসাগৰ","উত্তৰ মহাসাগৰ" ], "answer": 1 }, { "question": "তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে?", "options": [ "দক্ষিণ আমেৰিকা : চাহাৰা মৰুভূমি", "আটলাণ্টিক মহাসাগৰ : মেৰিয়ানা খাত", "এছিয়া : বেৰিং প্রণালী", "উত্তৰ আমেৰিকা : ডেথ্ ভেলী" ], "answer": 3 }, { "question": "তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি৷ উক্তিকেইটা বিচাৰ কৰা আৰু আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা ।
দাবী (A) : উপকূলৱৰ্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্ৰিকা মহাদেশৰ বেছি অংশই এখন বৃহৎ মালভূমি, এইখন মহাদেশত সুউচ্চ পৰ্বতশ্ৰেণী নাই।
কাৰণ (R) : পূব প্ৰান্তত থকা কিলিমান্জাৰো শৃংগই আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাই ।", "options": [ "(A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।", "(A) সত্য, (R) অসত্য ।", "(A) অসত্য, (R) সত্য ।", "(A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ এক শুদ্ধ ব্যাখ্যা নহয়।" ], "answer": 3 }, { "question": "তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতিসমূহ বৰ্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ।", "options": [ "গভীৰ সমুদ্ৰ খাত → সামুদ্ৰিক শৈলসিৰা → সমুদ্ৰতলীয় দ্ৰোণী → গভীৰ সমুদ্ৰতল→ মহীঢাল → মহীসোপান", "মহীসোপান → মহীঢাল → গভীৰ সমুদ্ৰতল → সমুদ্ৰতলীয় দ্ৰোণী → সামুদ্ৰিক শৈলসিৰা → গভীৰ সমুদ্ৰ খাত", "মহীঢাল → মইীসোপান → সমুদ্ৰতলীয় দ্ৰোণী → গভীৰ সমুদ্ৰতল → গভীৰ সমুদ্ৰ খাত → সামুদ্ৰিক শৈলসিৰা", "মইীসোপান → মহীঢাল → গভীৰ সমুদ্ৰতল → সামুদ্ৰিক শৈলসিৰা → গভীৰ সমুদ্ৰ খাত → সমুদ্ৰতলীয় দ্ৰোণী" ], "answer": 1 }, { "question": "তলত উল্লেখ কৰা জনগোটসমূহৰ অসমলৈ হোৱা প্রব্ৰজনৰ প্ৰবাহ একাদিক্ৰমে সজোৱা ৷
(i) মংগোলীয়
(ii) অষ্ট্ৰিক
(iii) আৰ্য
(iv) আহোম", "options": [ "(i) → (ii) → (iii) → (iv)", "(ii) → (iii) → (i) → (iv)", "(i) → (iv) → (iii) → (ii)", "(ii) → (i) → (iii) → (iv)" ], "answer": 3 }, { "question": "তলত দিয়াবোৰৰ কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল ?", "options": [ "1901–1911", "1981–1991", "1991–2001", "1941–1951" ], "answer": 1 }, { "question": "গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়?
(i) ই নাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে।
(ii) ই অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে৷
(iii) ই বাদ-বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে।", "options": [ "(i), (ii)", "(i), (iii)", "(ii), (iii)", "(i), (ii), (iii)" ], "answer": 1 }, { "question": "তলত দিয়া প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা ।
দাবী (A): প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যাব ।
কাৰণ (R): প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য।", "options": [ "(A) সত্য, কিন্তু (R) অসত্য ।", "(A) অসত্য, কিন্তু (R) সত্য ।", "(A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।", "(A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।" ], "answer": 3 }, { "question": "ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ’ব পাৰে?", "options": [ "কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ", "উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ", "কোনো উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ", "উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ" ], "answer": 1 }, { "question": "ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা ।
(i) সচিবালয়
(ii) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ
(iii) সাধাৰণ সভা
(iv) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি", "options": [ "(iii), (iv)", "(ii), (iv)", "(i), (iv)", "(i), (iii)" ], "answer": 3 },{ "question": "ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো/কোনকেইটা উক্তি সত্য ?
(i) ই ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ ৷
(iii) ইয়াৰ প্ৰধান কাম হৈছে আক্ৰান্ত সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।", "options": [ "কেৱল (i) সত্য", "(i) আৰু (ii) সত্য", "(ii) আৰু (iii) সত্য", "(i) আৰু (iii) সত্য" ], "answer": 1 }, { "question": "চেক মুদ্ৰা সম্পৰ্কত তলত দিয়া অশুদ্ধ উক্তিকেইটা চিহ্নিত কৰা :
(i) বিনিময়ৰ মাধ্যম হিচাপে চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে।
(ii) চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাটোৱে আইন ভংগ কৰা বুজায় ।
(iii) চেক মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি কৰা হয়।
(iv) চেক হ’ল মুদ্ৰা পৰিশোধৰ এটা আদেশ আৰু বেংকৰ কাউণ্টাৰত নগদীকৰণ কৰি ল’ব পাৰি।
(v) চেক মুদ্ৰা কেৱল কেন্দ্ৰীয় বেংকেহে ছপা আৰু বিতৰণ কৰিব পাৰে।", "options": [ "(i), (ii), (iii), (v)", "(i), (ii), (iv), (v)", "(ii), (iii), (iv), (v)", "(i), (iii), (iv), (v)" ], "answer": 2 }, { "question": "ৰমেনে এলাহাবাদ বেংকত বিছ হাজাৰ (20,000) টকাৰে এটা একাউণ্ট খুলিলে । একাউণ্ট খোলাৰ তিনি মাহৰ পিছত তেওঁ আকৌ একাউণ্টত তিনি হাজাৰ (৩,০০০) টকা জমা কৰিলে । বিত্তীয় বৰ্ষটোৰ শেষত বেংকে তেওঁৰ একাউণ্টত পাঁচশ পঞ্চাশ (৫৫০) টকাৰ সুত প্ৰদান কৰিলে ।
ওপৰৰ পৰিস্থিতিটো বিচাৰ কৰি ৰমেনৰ বেংকত থকা একাউণ্টটোৰ প্ৰকাৰ বাছি উলিওৱা।", "options": [ "চলিত আমানত একাউণ্ট", "স্থিৰ আমানত একাউণ্ট", "ৰেকাৰিং আমানত একাউণ্ট", "সঞ্চয় আমানত একাউণ্ট" ], "answer": 3 }, { "question": "তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। উক্তি দুটা বিচাৰ কৰি তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা:
দাবী (A) : মুদ্ৰাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি ।
কাৰণ (R): মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰি ।", "options": [ "(A) সত্য, কিন্তু (R) অসত্য ।", "(A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা ।", "(A) অসত্য, কিন্তু (R) সত্য।", "(A) আৰু (R) দুয়োটাই সত্য; কিন্তু আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।" ], "answer": 1 }, { "question": "অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পৰ্কে উক্তি (i) আৰু (ii) বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ৷
(i) অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা, কিন্তু অৰ্থনৈতিক বিকাশ এটা পৰিমাণ-সূচক ধাৰণা৷
(ii) অৰ্থনৈতিক উন্নয়নৰ অৰ্থ সীমিত, কিন্তু অৰ্থনৈতিক বিকাশৰ অৰ্থ ব্যাপক ।", "options": [ "(i) সত্য, (ii) সত্য", "(i) সত্য, (ii) অসত্য", "(i) অসত্য, (ii) অসত্য", "(i) অসত্য, (ii) সত্য" ], "answer": 1 }, { "question": "নীতি (NITI) আয়োগৰ অধ্যক্ষজন হ’ল", "options": [ "ৰাষ্ট্ৰপতি", "কেন্দ্ৰীয় বিত্তমন্ত্ৰী", "প্ৰধানমন্ত্ৰী", "উপৰাষ্ট্ৰপতি" ], "answer": 2 }, { "question": "তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা :
",
"options": [
"(i)→(a), (ii)→(c), (iii)→(b)",
"(i)→(c), (ii)→(a), (iii)→(b)",
"(i)→(c), (ii)→(b), (iii)→(a)",
"(i)→(b), (ii)→(c), (iii)→(a)"
],
"answer": 3
}
]

| (i) কথাকলি | (a) অন্ধ্ৰপ্ৰদেশ |
| (ii) ভাৰতনাট্যম | (b) কেৰালা |
| (iii) কথক | (c) তামিল নাডু |
| (iv) কুটীপুড়ী | (d) উত্তৰ ভাৰত |

| (i) গণতান্ত্রিক পৰিকল্পনা | (a) প্ৰশাসন ব্যৱহাৰ একেবাৰে নিম্ন পৰ্যায়ত পৰিকল্পনা যুগুতকৰণত জড়িত হোৱা |
| (ii) অর্থনৈতিক পৰিকল্পনা | (b) ৰাইজে পৰিকল্পনা যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত অংশগ্ৰহণ কৰে |
| (iii)তৃণমূল পৰ্যায়ৰ পৰিকল্পনা | (c) কেতবোৰ সুনিৰ্দিষ্ট উন্নয়নৰ লক্ষ্যত উপনীত হোৱা |
Comments
Post a Comment