SEBA Class X Social Science History Chapter 1 MCQ Assamese Medium
{
"questions": [
{
"question": "‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?",
"options": [
"নবাব ছলিমউল্লা",
"নীলতন চৰকাৰ",
"অম্বিকাগিৰি ৰায়চৌধুৰী",
"আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়"
],
"answer": 3
},
{
"question": "বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?",
"options": [
"১৯১০ চনৰ ১১ ডিচেম্বৰত",
"১৯১২ চনৰ ১২ ডিচেম্বৰত",
"১৯১১ চনৰ ১১ ডিচেম্বৰত",
"১৯১১ চনৰ ১০ ডিচেম্বৰত"
],
"answer": 2
},
{
"question": "“ডি ডন” পত্ৰিকাৰ সম্পাদক কোন আছিল ?",
"options": [
"চাৰু দাস বন্দোপাধ্যায়",
"সতীশচন্দ্ৰ মুখোপাধ্যায়",
"ৰবীন্দ্ৰনাথ ঠাকুৰ",
"আব্দুল ৰছুল"
],
"answer": 1
},
{
"question": "১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্রিটিশ প্রশাসকজন কোন আছিল ?",
"options": [
"লর্ড মিন্টো",
"লর্ড কার্জন",
"লর্ড কর্ণৱালিছ",
"লর্ড ৰিপন"
],
"answer": 0
},
{
"question": "কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী হৈছিল ?",
"options": [
"লর্ড মাউন্টবেটেন",
"লর্ড উইলিয়াম বেন্টিংক",
"লর্ড ডেলহাউচী",
"লর্ড কার্জন"
],
"answer": 3
},
{
"question": "স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল ?",
"options": [
"অৰুণোদয়",
"যুগান্তৰ",
"বন্দিনী ভাৰত",
"ওপৰৰ এটাও নহয়"
],
"answer": 1
},
{
"question": "‘যুগান্তৰ’ পত্রিকাখনৰ সম্পাদক কোন আছিল ?",
"options": [
"অম্বিকাগিৰি ৰায়চৌধুৰী",
"আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়",
"লক্ষ্মীনাথ বেজবৰুৱা",
"ভূপেন্দ্ৰনাথ দত্ত"
],
"answer": 3
},
{
"question": "বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?",
"options": [
"লর্ড কার্জন",
"লর্ড নেথানিয়েল কার্জন",
"এন্ড্রুফেজাৰ",
"লর্ড মিন্টো"
],
"answer": 1
},
{
"question": "কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ?",
"options": [
"১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত",
"১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰত",
"১৯০০ খ্ৰীষ্টাব্দৰ ১১ অক্টোবৰত",
"১৯০৪ চনত ১৫ অক্টোবৰত"
],
"answer": 0
},
{
"question": "‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন ?",
"options": [
"আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়",
"ভূপেন্দ্ৰনাথ দত্ত",
"অম্বিকাগিৰি ৰায় চৌধুৰী",
"লক্ষ্মীনাথ বেজবৰুৱা"
],
"answer": 2
},
{
"question": "বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?",
"options": [
"১৯০৬ চনৰ ১০ মাৰ্চত",
"১৯০৬ চনৰ ১১ মাৰ্চত",
"১৯০৫ চনৰ ১০ মাৰ্চত",
"১৯০৬ চনৰ ১২ মাৰ্চত"
],
"answer": 0
},
{
"question": "মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কেতিয়া কৰা হৈছিল ?",
"options": [
"১৯০৫ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত",
"১৯১৫ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত",
"১৯১০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত",
"১৯১১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত"
],
"answer": 2
},
{
"question": "‘ইউনাইটেড বেংগল ষ্টোৰছ’ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল ?",
"options": [
"১৯০৫ চনত",
"১৯০৬ চনত",
"১৯০৭ চনত",
"১৯০৯ চনত"
],
"answer": 0
},
{
"question": "১৯৩২ চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰীজন আছিল –",
"options": [
"ক্লিমেন্ট এটলি",
"উইনষ্টন চার্চিল",
"ৰামছে মেকডোনল্ড",
"থেৰেছা মেই"
],
"answer": 2
},
{
"question": "বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?",
"options": [
"জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত",
"জাতীয় কংগ্ৰেছৰ দ্বাবিংশ অধিৱেশনত",
"জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতিতম অধিৱেশনত",
"জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশ অধিৱেশনত"
],
"answer": 0
},
{
"question": "অবিভক্ত বংগ দেশৰ মুঠ জনসংখ্যা কিমান আছিল ?",
"options": [
"৫৫ নিযুত",
"৫৪ নিযুত",
"৫৩ নিযুত",
"৫২ নিযুত"
],
"answer": 1
},
{
"question": "‘বন্দে মাতৰম’ গীতটোৰ ৰচক কোন আছিল ?",
"options": [
"প্ৰফুল্ল চন্দ্ৰ ৰায়",
"ৰবীন্দ্ৰনাথ ঠাকুৰ",
"বঙ্কিমচন্দ্ৰ চেটাৰ্জী",
"বিঙ্কিমচন্দ্ৰ চেটাৰ্জী"
],
"answer": 2
},
{
"question": "কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল ?",
"options": [
"১৯০৫ চনত",
"১৯০৬ চনত",
"১৯০৭ চনত",
"১৯০৮ চনত"
],
"answer": 1
},
{
"question": "ভাইচৰয় লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল ?",
"options": [
"কৰ্ণেল ডানলপ স্মিথ",
"লাল-বাল-পাল",
"ছাৰ এ. ঠি অৰণ ডেলৰ",
"এলিজাবেথ নবোল"
],
"answer": 0
},
{
"question": "ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত ?",
"options": [
"১৮৩০ খ্ৰীষ্টাব্দত",
"১৮৩১ খ্ৰীষ্টাব্দত",
"১৮৩২ খ্ৰীষ্টাব্দত",
"১৮৩৩ খ্ৰীষ্টাব্দত"
],
"answer": 2
},
{
"question": "মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় ?",
"options": [
"১৮৩৮ খ্ৰীষ্টাব্দত",
"১৮৩৯ খ্ৰীষ্টাব্দত",
"১৮৪০ খ্ৰীষ্টাব্দত",
"১৮৪১ খ্ৰীষ্টাব্দত"
],
"answer": 1
},
{
"question": "পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল ?",
"options": [
"কলকতা",
"পূৰ্ব বংগ",
"ঢাকা",
"কাছাৰ"
],
"answer": 2
},
{
"question": "কোনজন ব্যক্তিয়ে বৃটিছ চৰকাৰক ‘নাইটহুড’ উপাধি দিছিল ?",
"options": [
"বাল গংগাধৰ তিলক",
"প্ৰফুল্ল চন্দ্ৰ ৰায়",
"ৰবীন্দ্ৰনাথ ঠাকুৰ",
"লাল-বাল-পাল"
],
"answer": 2
},
{
"question": "ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্রতিষ্ঠান গঢ়ি তুলিছিল ?",
"options": [
"বেংগল টেকনিকেল প্রতিষ্ঠান",
"স্বদেশী বস্ত্ৰ প্রতিষ্ঠান",
"স্বদেশী ভাণ্ডাৰ",
"বঙ্গ বস্ত্ৰ উদ্যোগ"
],
"answer": 2
},
{
"question": "“স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য।” — উক্তিটো কাৰ ?",
"options": [
"অম্বিকাগিৰি ৰায়চৌধুৰী",
"বাল গংগাধৰ তিলক",
"মহাত্মা গান্ধী",
"প্ৰফুল্ল চন্দ্ৰ ৰায়"
],
"answer": 1
},
{
"question": "স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল ?",
"options": [
"২০ টা",
"২২ টা",
"২৩ টা",
"২৪ টা"
],
"answer": 2
},
{
"question": "সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্ব গড়ি উঠা সংগঠনটো কি আছিল ?",
"options": [
"যুৱ সংসদ",
"ছাত্ৰ সংসদ",
"বেংগল সংসদ",
"স্বদেশী সংসদ"
],
"answer": 1
}
]
}
Comments
Post a Comment