SEBA Class X Social Science Geography Chapter 4 MCQ Assamese Medium
{
"questions": [
{
"question": "অসমৰ আটাইতকৈ জনবহুল নগৰ—",
"options": ["ধুবুৰী", "ডিব্ৰুগড়", "গুৱাহাটী", "শিলচৰ"],
"answer": 2
},
{
"question": "২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত—",
"options": ["১৯৮ জন", "২৮৮ জন", "৩০৮ জন", "৩৯৮ জন"],
"answer": 3
},
{
"question": "২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা—",
"options": ["ধুবুৰী", "নগাঁও", "কামৰূপ", "বঙাইগাঁও"],
"answer": 1
},
{
"question": "২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা—",
"options": ["কাৰ্বি আংলং", "ডিমা হাছাও", "হাইলাকান্দি", "ধেমাজি"],
"answer": 1
},
{
"question": "জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল—",
"options": ["বড়ো", "কাৰ্বি", "ৰাভা", "মিছিং"],
"answer": 3
},
{
"question": "জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে—",
"options": ["বড়ো", "মিছিং", "ৰাভা", "কাৰ্বি"],
"answer": 0
},
{
"question": "ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—",
"options": ["৮৭১ কি.মি.", "৮৯৫ কি.মি.", "৮৯১ কি.মি.", "৮৯০ কি.মি."],
"answer": 1
},
{
"question": "বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—",
"options": ["২৭১ কি.মি.", "১২১ কি.মি.", "২৬১ কি.মি.", "১৫৫ কি.মি."],
"answer": 1
},
{
"question": "অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ’ল—",
"options": ["কামৰূপ", "শিৱসাগৰ", "নগাঁও", "কাৰ্বি আংলং"],
"answer": 3
},
{
"question": "অসমৰ চূণশিল থকা ঠাই খন হ’ল—",
"options": ["ডিলাই পাহাৰ", "ধুবুৰী", "বোকাজান", "নামৰূপ"],
"answer": 0
},
{
"question": "অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়—",
"options": ["নামেৰি উদ্যানত", "মানাহ উদ্যানত", "কাজিৰঙা উদ্যানত", "ডিব্ৰু-ছৈখোৱা উদ্যানত"],
"answer": 3
},
{
"question": "অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিল’মিটাৰ পশ্চিম বংগৰ সৈতে ভৰত ভূ-খণ্ডৰ লগত সংলগ্ন হৈ আছে—",
"options": ["৫০ কিল’মিটাৰ", "৪০ কিল’মিটাৰ", "৭০ কিল’মিটাৰ", "৫৫ কিল’মিটাৰ"],
"answer": 0
},
{
"question": "২০০১ চনৰ তথ্যমতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—",
"options": ["৮৮%", "৮৭%", "৮১%", "৮৩%"],
"answer": 1
},
{
"question": "২০১১ চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—",
"options": ["৮১.৯০", "৮২.৯০", "৮৫.৯০", "৮৪.৯০"],
"answer": 2
},
{
"question": "২০১১ চনৰ তথ্যমতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা—",
"options": ["৬", "৫", "৪", "৭"],
"answer": 3
}
]
}
Comments
Post a Comment