SEBA Class X Social Science Geography Chapter 3 MCQ Assamese Medium
{
"questions":[
{
"question": "পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?",
"options": ["প্রশান্ত মহাসাগৰ", "ভাৰত মহাসাগৰ", "আটলান্টিক মহাসাগৰ", "দক্ষিণ মহাসাগৰ"],
"answer": 2
},
{
"question": "পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?",
"options": ["উত্তৰ আমেৰিকা মহাদেশ", "ইউৰোপ মহাদেশ", "এন্টার্কটিকা মহাদেশ", "ওছেনিয়া মহাদেশ"],
"answer": 3
},
{
"question": "ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?",
"options": ["আটলান্টিক মহাসাগৰ", "উত্তৰ মহাসাগৰ", "প্রশান্ত মহাসাগৰ", "ভাৰত মহাসাগৰ"],
"answer": 0
},
{
"question": "এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?",
"options": ["ভূমধ্য সাগৰ", "লোহিত সাগৰ", "কাস্পিয়ান সাগৰ", "আৰব সাগৰ"],
"answer": 1
},
{
"question": "এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?",
"options": ["ইউৰাইল পৰ্বতমালা", "ককেচাচ পৰ্বত", "কাস্পিয়ান সাগৰ", "ভল্গা নদী"],
"answer": 0
},
{
"question": "ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?",
"options": ["উত্তৰ আমেৰিকা", "দক্ষিণ আমেৰিকা", "আফ্রিকা", "এছিয়া"],
"answer": 1
},
{
"question": "ব্রাজিলৰ ৰাজধানী কি?",
"options": ["ৰিও ডি জেনেইৰো", "চাও পাওলো", "ব্ৰাচিলিয়া", "লিমা"],
"answer": 2
},
{
"question": "পৃথিৱীৰ মুঠ মাটিকালি—",
"options": ["প্ৰায় ২১০ নিযুত বর্গ কি.মি.", "প্ৰায় ৩৬১ নিযুত বর্গ কি.মি.", "প্ৰায় ৪১০ নিযুত বর্গ কি.মি.", "প্ৰায় ৫১০ নিযুত বর্গ কি.মি."],
"answer": 3
},
{
"question": "মহীঢালৰ গভীৰতা—",
"options": ["২০০০ মিঃ", "৩০০০ মিঃ", "৪৫০০ মিঃ", "৪০০০ মিঃ"],
"answer": 0
},
{
"question": "পৃথিৱীৰ গভীৰতম খাত—",
"options": ["মেৰিয়ান খাত", "ৰোমান্স খাত", "চুমেৰিয় খাত", "ছুণ্ডা খাত"],
"answer": 0
},
{
"question": "মেৰিয়ান খাতৰ গভীৰতা—",
"options": ["১১০১২ মিঃ", "১১০১১ মিঃ", "১১০২২ মিঃ", "১১০২১ মিঃ"],
"answer": 2
},
{
"question": "উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ—",
"options": ["কিলিমানজাৰো শৃংগ", "মেকিনলে শৃংগ", "পামিৰ গ্ৰন্থি", "তিব্বত মালভূমি"],
"answer": 1
},
{
"question": "কোনখন মহাদেশৰ আকৃতি এটা ওভোতা ত্ৰিভুজৰ দৰে?",
"options": ["এছিয়া", "আফ্রিকা", "দক্ষিণ আমেৰিকা", "ইউৰোপ"],
"answer": 2
},
{
"question": "পৃথিৱীৰ দীৰ্ঘতম নদী—",
"options": ["নীল নদী", "ইয়াংছিকিয়াং", "কংগো", "লেগী"],
"answer": 0
},
{
"question": "পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ—",
"options": ["ৰাছিয়া", "এছিয়া", "কানাডা", "ব্ৰাজিল"],
"answer": 2
}
]
}
Comments
Post a Comment