SEBA Class X Social Science Geography Chapter 2 MCQ Assamese Medium

{ "questions":[ { "question": "গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল—", "options": ["মিথেন", "নাইট্ৰাছ অক্সাইড", "ক্ল’ৰফ্ল’ৰ কাৰ্বন", "কাৰ্বন-ডাই-অক্সাইড"], "answer": 3 }, { "question": "গোলকীয় উত্তাপ বৃদ্ধি এটা—", "options": ["স্থানীয় সমস্যা", "আন্তঃৰাষ্ট্ৰীয় সমস্যা", "আঞ্চলিক সমস্যা", "ব্যক্তিগত সমস্যা"], "answer": 1 }, { "question": "বহনক্ষম উন্নয়ন হৈছে—", "options": ["অর্থনৈতিক উন্নয়ন", "বিবেচনাসম্পন্ন উন্নয়ন", "পাৰিৱেশিক উন্নয়ন", "গোলকীয় উন্নয়ন"], "answer": 1 }, { "question": "বৰ্তমান পৃথিৱীৰ বয়স—", "options": ["৪৭০০ নিযুত বছৰ", "৪৬০০ নিযুত বছৰ", "৩৪০০ নিযুত বছৰ", "৫০০০ নিযুত বছৰ"], "answer": 1 }, { "question": "পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে—", "options": ["প্রায় ২০ শতাংশ", "প্রায় ৩৫ শতাংশ", "প্রায় ২৫ শতাংশ", "প্রায় ৩০ শতাংশ"], "answer": 1 }, { "question": "ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে—", "options": ["২৮০ কি. মি.", "৫৮০ কি.মি.", "৩৮০ কি.মি.", "১০,০০০ কি.মি."], "answer": 3 }, { "question": "এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়—", "options": ["মেৰু অঞ্চলত", "ঔদ্যোগিক অঞ্চলত", "অৰণ্য অঞ্চলত", "ঘাঁহনি অঞ্চলত"], "answer": 1 }, { "question": "তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?", "options": ["কাৰ্বন ডাইঅক্সাইড", "অ’য’ন", "মিথেন", "নাইট্ৰাছ অক্সাইড"], "answer": 1 }, { "question": "বায়ুমণ্ডলত থকা নাইট্ৰ’জেন গেছৰ পৰিমাণ—", "options": ["77.07%", "78.08%", "76.06%", "74.04%"], "answer": 1 }, { "question": "বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ—", "options": ["20.98%", "21.12%", "19.90%", "03.35%"], "answer": 0 }, { "question": "বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ—", "options": ["0.08%", "0.93%", "0.81%", "0.01%"], "answer": 1 }, { "question": "বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ—", "options": ["0.035%", "0.031%", "0.036%", "0.032%"], "answer": 0 }, { "question": "জনমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে—", "options": ["61%", "51%", "71%", "73%"], "answer": 2 }, { "question": "জীবমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা—", "options": ["১.৬৫ নিযুত", "১.৫৫ নিযুত", "১.৪৫ নিযুত", "১.৭৫ নিযুত"], "answer": 3 }, { "question": "ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যা সমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি?", "options": ["৩ ধৰণে", "৫ ধৰণে", "৪ ধৰণে", "৬ ধৰণে"], "answer": 0 } ] }

Comments