SEBA Class X Social Science Geography Chapter 1 MCQ Assamese Medium

{ "questions": [ { "question": "তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?", "options": ["নদ-নদী", "খনিজ তেল", "জলসিঞ্চন নলা", "অৰণ্য"], "answer": 2 }, { "question": "তলৰ কোনটো অজীৱীয় সম্পদ?", "options": ["বায়ু", "উদ্ভিদ", "জীৱ-জন্তু", "শস্য"], "answer": 0 }, { "question": "তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?", "options": ["বায়ু", "পানী", "শস্য", "কয়লা"], "answer": 3 }, { "question": "তলৰ কোনটো বিলুপ্তপ্ৰায় প্রাণী?", "options": ["এশিঙিয়া গঁড়", "নল গাহৰি", "জিৰাফ", "মিথুন"], "answer": 1 }, { "question": "IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?", "options": ["UNESCO", "UNO", "WWF", "UNEP"], "answer": 0 }, { "question": "ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয়—", "options": ["প্রাকৃতিক ভূগোল", "মানৱ ভূগোল", "অর্থনৈতিক ভূগোল", "আঞ্চলিক ভূগোল"], "answer": 2 }, { "question": "শিল এবিধ—", "options": ["জীৱীয় সম্পদ", "অজীৱীয় সম্পদ", "মানৱ সৃষ্ট সম্পদ", "মানৱ সম্পদ"], "answer": 1 }, { "question": "অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু হ’ল—", "options": ["ম’হ", "মেকুৰী", "শহাপহু", "সোণালী বান্দৰ"], "answer": 3 }, { "question": "তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?", "options": ["পানী", "সূৰ্য্যৰ ৰশ্মি", "গছ-গছনি", "প্রাকৃতিক গেছ"], "answer": 3 }, { "question": "অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল—", "options": ["কার্ল ৰিটাৰ", "জর্জ ছিছ হম", "ডার্কেনরাল্ড", "ফেইট্রিফ বাটজেল"], "answer": 1 }, { "question": "তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?", "options": ["কৃষি কার্য", "বেংক বা অন্য বিত্তীয় অনুষ্ঠান", "মাছ ধৰা", "বনজ সম্পদ আহৰণ"], "answer": 1 }, { "question": "তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়—", "options": ["শিল্পোৎপাদন প্রক্রিয়া", "যাতায়াত আৰু পৰিবহণ কার্য", "প্ৰচাৰ মাধ্যম", "নির্মাণ কার্য"], "answer": 0 }, { "question": "তলৰ কোনটো তৃতীয়ক বৃত্তি হয়—", "options": ["কৃষি কার্য", "চিকাৰ", "বয়ন কার্য", "বেপাৰ বাণিজ্য"], "answer": 3 }, { "question": "তলৰ কোনটো চতুৰ্থক বৃত্তি হয়—", "options": ["মিস্ত্রি", "শিক্ষক", "কম্পিউটাৰ নিৰ্মাণকাৰী", "ব্যৱসায়ী"], "answer": 1 }, { "question": "তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়—", "options": ["প্রযুক্তি", "উদ্যোগ", "সৌৰশক্তি", "কার্যালয়"], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ