SEBA Class X Social Science History Chapter 5 MCQ Assamese Medium

{ "questions": [ { "question": "ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে—", "options": ["৪,০৫০ টা", "৬,৬০০ টা", "৬,০০০ টা", "৫,৫০০ টা"], "answer": 2 }, { "question": "ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা—", "options": ["২২ টা", "১৫ টা", "১৮ টা", "২৫ টা"], "answer": 0 }, { "question": "‘বসুধৈব কুটুম্বকম’ এই বাক্যশাৰী মূলতঃ আহিছে—", "options": ["উপনিষদৰ পৰা", "মহোপনিষদৰ পৰা", "মহাভাৰতৰ পৰা", "ৰামায়ণৰ পৰা"], "answer": 1 }, { "question": "‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ প্ৰণেতা—", "options": ["জৱাহৰলাল নেহৰু", "মহাত্মা গান্ধী", "আবুল কালাম আজাদ", "গৌতম বুদ্ধ"], "answer": 0 }, { "question": "বিবিধতাৰ মাজত একতা’ এই কথাঁফাকিয়ে স্থায়িত্ব লাভ কৰিছিল—", "options": ["ভাৰত সম্ভেদ", "ৰামায়ণ", "ভাগৱত", "গীতা"], "answer": 0 }, { "question": "“সত্যমেৱ জয়তে” এই বাক্যশাৰী মূলতঃ লোৱা হৈছে—", "options": ["মহাভাৰতৰ পৰা", "গীতাৰ পৰা", "মুণ্ডক উপনিষদৰ পৰা", "পুৰাণৰ পৰা"], "answer": 2 }, { "question": "পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ—", "options": ["বাইবেল", "কোৰাণ", "পুৰাণ", "ঋকবেদ সংহিতা"], "answer": 3 }, { "question": "সিন্ধু সভ্যতাৰ পতন ঘটে—", "options": ["খ্রীষ্টপূৰ্ব ১২০০", "খ্রীষ্টপূৰ্ব ২০০০", "খ্রীষ্টপূৰ্ব ১৫০০", "খ্রীষ্টপূৰ্ব ৩০০০"], "answer": 2 }, { "question": "অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল—", "options": ["জোনাকী আলোচনীত", "বাঁহী আলোচনীত", "অৰুণোদয় আলোচনীত", "কেশৰী আলোচনীত"], "answer": 2 }, { "question": "শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল—", "options": ["স্বৰ্গদেউ ৰুদ্ৰসিংহ", "স্বৰ্গদেউ গদাধৰ সিংহ", "স্বৰ্গদেউ প্ৰমত্ত সিংহ", "স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ"], "answer": 0 }, { "question": "অসমৰ প্ৰথম বার্তালোচনী ‘অৰুণোদয়’ প্রকাশ হৈছিল—", "options": ["১৮৩৬", "১৮৪৫", "১৮৪০", "১৮৪৬"], "answer": 3 }, { "question": "মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন—", "options": ["অনন্ত কন্দলি", "শ্ৰীমন্ত শংকৰদেৱ", "মাধৱ কন্দলি", "শ্ৰীশ্ৰী মাধৱদেৱ"], "answer": 1 }, { "question": "‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসব—", "options": ["নগা", "মিজো", "খাচী", "জয়ন্তীয়া"], "answer": 1 }, { "question": "মিজো শব্দৰ অৰ্থ—", "options": ["ভৈয়ামৰ বাসিন্দা", "সহজ-সৰল মানুহ", "পাহাৰৰ বাসিন্দা", "গাঁওৰ বাসিন্দা"], "answer": 2 }, { "question": "চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল—", "options": ["গদাধৰ সিংহ", "শিৱসিংহ", "ৰুদ্ৰ সিংহ", "প্ৰমত্ত সিংহ"], "answer": 0 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ