SEBA Class X General Science Chapter 15 MCQ
{
"questions": [
{
"question": "তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয় ?",
"options": [
"পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা",
"পুৰণি ফটা কাপোৰ",
"প্লাষ্টিকৰ মোনা",
"পুৰণি বাতৰি কাকত"
],
"answer": 2
},
{
"question": "তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য ?",
"options": [
"পলিথিনৰ মোনা",
"আমৰ বাকলি",
"ফালি যোৱা চামৰাৰ মোনা",
"প্লাষ্টিকৰ বটল"
],
"answer": 1
},
{
"question": "বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে বাধা দিয়ে—",
"options": [
"অৱলোহিত ৰশ্মি",
"দৃশ্যমান পোহৰ",
"অতিবেঙুনীয়া ৰশ্মি",
"(a) আৰু (c) দুয়োটাহ"
],
"answer": 2
},
{
"question": "তলৰ কোনটোৰে এডাল খাদ্যশৃংখল গঠন কৰে ?",
"options": [
"বাঁহ, গেছ, আৰু আম",
"বাঁহ, ছাগলী আৰু মানুহ",
"ছাগলী, গৰু আৰু হাতী",
"ঘাঁহ, মাছ আৰু ছাগলী"
],
"answer": 1
},
{
"question": "তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?",
"options": [
"ঘাঁহ, ফুল আৰু চামৰা",
"ঘাঁহ, কাঠ আৰু প্ৰান্তিক",
"ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস",
"পিঠা, কাঠ আৰু ঘাঁহ"
],
"answer": 2
},
{
"question": "তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?",
"options": [
"বাঁহ, ঘেঁহু আৰু আম",
"ঘাঁহ, ছাগলী আৰু বাঘ",
"ছাগলী, গৰু আৰু হাতী",
"বাঁহ, মাছ আৰু ছাগলী"
],
"answer": 1
},
{
"question": "তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?",
"options": [
"দোকান বা বজাৰলৈ কাপোৰৰ মোনা লৈ যোৱা",
"অপ্রয়োজনীয় লাইট-ফেন বন্ধ কৰি ৰখা",
"নিজে হাঁহি বিদ্যালয়লৈ যোৱা",
"ওপৰৰ আটাইকেইটা অভ্যাস"
],
"answer": 3
},
{
"question": "পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত কোৱা হয়—",
"options": ["বায়’লজী", "জুলজী", "চেৰোলজী", "ইক’লজী"],
"answer": 3
},
{
"question": "পৰিস্থিতিতন্ত্ৰত উৎপাদক বোলা হয়—",
"options": ["তৃণভোজী জন্তু", "মাংসহাৰী জন্তু", "সেউজীয়া উদ্ভিদ", "বিয়োজক"],
"answer": 2
},
{
"question": "খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ—",
"options": [
"দ্বিতীয়ক উপভোক্তা",
"তৃতীয়ক উপভোক্তা",
"বিয়োজক",
"উৎপাদক"
],
"answer": 0
},
{
"question": "খাদ্য শৃংখলত শক্তিৰ ভঁৰাল হ’ল—",
"options": ["সূৰ্য", "সেউজীয়া উদ্ভিদ", "দৃশ্যমান পোহৰ", "অতিবেঙুনীয়া ৰশ্মি"],
"answer": 0
},
{
"question": "কোনবোৰ জীৱই মৃতদেহৰ পৰা লাগতিয়াল দ্রব্য উৎপাদন কৰি মাটিত মিহলাই দিয়ে?",
"options": ["উৎপাদক", "বিয়োজক", "অনুজীৱ", "শেলাই"],
"answer": 1
},
{
"question": "তলৰ কোনটো বিয়োজক হয়—",
"options": ["মানুহ", "উদ্ভিদ", "মাছ", "ভেকুৰ"],
"answer": 3
},
{
"question": "তলৰ কোনটো পৰিঘটনাৰ বাবে খাদ্য বস্তুত কীটনাশকৰ অৱশিষ্ট ৰৈ যায়—",
"options": ["খাদ্য জাল", "পৰিস্থিতি তন্ত্ৰ", "জৈবিক বিবৰ্ধক", "বিয়োজক"],
"answer": 2
},
{
"question": "তলৰ কোনবিধ পদাৰ্থ জীৱ অনিম্নীকৰণ—",
"options": ["কাঠ", "কাগজ", "কপাহী কাপোৰ", "প্লাষ্টিক"],
"answer": 3
},
{
"question": "তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশতন্ত্র ?",
"options": ["বাগিছা", "পুখুৰী", "হ্রদ", "অৰণ্য"],
"answer": 0
},
{
"question": "তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি –",
"options": ["বেক্টেৰিয়া", "ভেঁকুৰ", "নীল-সেউজ শেলাই", "তৃণভোজী প্রাণী"],
"answer": 2
},
{
"question": "তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে—",
"options": ["নীল-সেউজ শেলাই", "বেক্টেৰিয়া", "সেউজীয়া উদ্ভিদ", "পৰজীৱী"],
"answer": 1
},
{
"question": "স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তর্ভুক্ত —",
"options": ["প্ৰথম", "দ্বিতীয়", "তৃতীয়", "চতুৰ্থ"],
"answer": 0
},
{
"question": "তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তা তলৰ কোনটো স্তৰত —",
"options": ["প্ৰথম", "দ্বিতীয়", "তৃতীয়", "চতুৰ্থ"],
"answer": 1
},
{
"question": "সৰু মাংসভোজী প্রাণী দ্বিতীয়ক উপভোক্তা তলৰ কোনটো স্তৰত —",
"options": ["প্ৰথম", "দ্বিতীয়", "তৃতীয়", "চতুৰ্থ"],
"answer": 2
},
{
"question": "চতুৰ্থ পৌষ্টিক স্তৰত তলৰ কোনবিধ প্রাণী—",
"options": ["স্বপোষী", "সৰু মাংসভোজী", "ডাঙৰ মাংসভোজী", "তৃণভোজী"],
"answer": 2
},
{
"question": "সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তি আবদ্ধ কৰে?",
"options": ["10%", "1%", "90%", "100%"],
"answer": 0
},
{
"question": "উপভোক্তাৰ এটা স্তৰৰ পৰা পৰৱৰ্তী স্তৰলৈ জৈব পদাৰ্থ স্থানান্তৰ মান—",
"options": ["1%", "20%", "40%", "10%"],
"answer": 3
},
{
"question": "তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশতন্ত্ৰত আটাইতকৈ বেছি হয়",
"options": ["উৎপাদক", "তৃণভোজী", "দ্বিতীয়ক উপভোক্তা", "তৃতীয়ক উপভোক্তা"],
"answer": 0
},
{
"question": "অ’জন স্তৰৰ অৱক্ষয়ৰ বাবে দায়ী—",
"options": ["অক্সিজেন", "অতিবেঙুনীয়া ৰশ্মি", "CFC", "হিলিয়াম"],
"answer": 2
},
{
"question": "কোনবোৰ গোষ্ঠীত জীৱ অনিম্নীকৰণ বস্তু আছে?",
"options": [
"ঘাঁহ, ফুল, চামৰা",
"ঘাঁহ, কাঠ, প্লাষ্টিক",
"ফলৰ বাকলি, কেক, নেমুৰ ৰস",
"কেক, কাঠ, ঘাঁহ"
],
"answer": 1
},
{
"question": "তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখলা গঠন কৰে?",
"options": [
"ঘাঁহ, মাছ, ছাগলী",
"ছাগলী, গৰু, হাতী",
"ঘাঁহ, ছাগলী, মানুহ",
"ঘাঁহ, ঘেঁহু, আম"
],
"answer": 2
},
{
"question": "তলৰ দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া ?",
"options": ["পলিথিন", "আমৰ বাকলি", "এলুমিনিয়াম", "কাচ"],
"answer": 1
},
{
"question": "তলৰ কোনটো জীৱ অনিম্নীকৰণ দ্ৰব্য ?",
"options": [
"ব্যৱহাৰ হোৱা চাহপাত",
"চামৰাৰ বেগ",
"খালী ঔষধৰ বটল",
"কাঠৰ কাৰ্টন"
],
"answer": 2
},
{
"question": "জীৱ অনিম্নীকৰণ পদাৰ্থসমূহ ভাঙি নাযায় কাৰণ—",
"options": [
"অতিকৈ কঠিন",
"তাপ-চাপৰ প্ৰভাৱ নাই",
"জীৱাণুৰে ভাঙি নেৰে",
"এটাও নহয়"
],
"answer": 2
},
{
"question": "জীৱ নিম্নীকৰণ পদাৰ্থসমূহ তলৰ কোন প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি যায়?",
"options": ["ভৌতিক", "ৰাসায়নিক", "জৈৱিক", "তাপীয়"],
"answer": 2
},
{
"question": "এটা অঞ্চলৰ সকলো আন্তঃক্রিয়াশীল জীৱে একেলগে গঠন কৰে—",
"options": ["পৰিবেশ", "জৈৱিক সম্প্রদায়", "জীৱমণ্ডল", "পৰিস্থিতি তন্ত্ৰ"],
"answer": 3
},
{
"question": "তলৰ কোনবিধ এবিধ বিয়োজক ?
(i) বেক্টেৰিয়া
(ii) শেলাই
(iii) আদ্যপ্রাণী
(iv) ভেঁকুৰ
শুদ্ধ বিকল্পটো হ’ল-", "options": [ "(i), (ii)", "(i)", "(i), (iv)", "(i), (iii)" ], "answer": 2 }, { "question": "খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰত থাকে—", "options": [ "প্রাথমিক উপভোক্তা", "তৃণভোজী", "উপভোক্তা", "উৎপাদক" ], "answer": 3 }, { "question": "খাদ্য শৃংখলৰ দ্বিতীয় পৌষ্টিক স্তৰত—", "options": [ "দ্বিতীয়ক উপভোক্তা", "উৎপাদক", "প্রাথমিক উপভোক্তা", "তৃতীয়ক উপভোক্তা" ], "answer": 2 } ] }
(i) বেক্টেৰিয়া
(ii) শেলাই
(iii) আদ্যপ্রাণী
(iv) ভেঁকুৰ
শুদ্ধ বিকল্পটো হ’ল-", "options": [ "(i), (ii)", "(i)", "(i), (iv)", "(i), (iii)" ], "answer": 2 }, { "question": "খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰত থাকে—", "options": [ "প্রাথমিক উপভোক্তা", "তৃণভোজী", "উপভোক্তা", "উৎপাদক" ], "answer": 3 }, { "question": "খাদ্য শৃংখলৰ দ্বিতীয় পৌষ্টিক স্তৰত—", "options": [ "দ্বিতীয়ক উপভোক্তা", "উৎপাদক", "প্রাথমিক উপভোক্তা", "তৃতীয়ক উপভোক্তা" ], "answer": 2 } ] }
Comments
Post a Comment