SEBA Class X General Science Chapter 14 MCQ
{
"questions": [
{
"question": "তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় ?",
"options": ["জীৱাশ্ম ইন্ধন", "জীৱভৰ", "নিউক্লীয় শক্তি", "বায়ু শক্তি"],
"answer": 1
},
{
"question": "তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস —",
"options": ["বায়ু শক্তি", "জল শক্তি", "জৈৱ-ভৰ", "জীৱাশ্মজাত ইন্ধন"],
"answer": 3
},
{
"question": "তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ?",
"options": ["জৈৱ উপাদান", "নিউক্লীয় শক্তি", "ভূতাপীয় শক্তি", "বায়ু শক্তি"],
"answer": 1
},
{
"question": "তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?",
"options": ["খৰিৰ", "নিউক্লীয় শক্তি", "গোবৰ গেছ", "কয়লা"],
"answer": 1
},
{
"question": "তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস?",
"options": ["জীৱাশ্মজাত ইন্ধন", "তাপভিত্তিক শক্তি প্রকল্প", "জলশক্তি প্রকল্প", "সৌৰশক্তি"],
"answer": 3
},
{
"question": "তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয় ?",
"options": ["খৰি", "গোবৰ গেছ", "কয়লা", "নিউক্লীয় শক্তি"],
"answer": 3
},
{
"question": "আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?",
"options": ["ভূ-তাপীয় শক্তি", "বায়ু শক্তি", "নিউক্লীয় শক্তি", "জৈৱ উপাদান"],
"answer": 2
},
{
"question": "পেট্ৰ’ল আৰু ডিজেল হৈছে—",
"options": ["নৱীকৰণযোগ্য শক্তিৰ উৎস", "প্ৰদূষণ নকৰা শক্তিৰ উৎস", "শক্তিৰ মুখ্য উৎস", "নৱীকৰণ অযোগ্য শক্তিৰ উৎস"],
"answer": 3
},
{
"question": "পেট্ৰ’লিয়ামৰ পাতনত জড়িত এটা প্রক্রিয়া হৈছে—",
"options": ["ঘনীভৱন", "বাষ্পীভৱন", "পাতন", "তৰলীকৰণ"],
"answer": 1
},
{
"question": "এনথ্ৰাছাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে—",
"options": ["65%", "78%", "95%", "99%"],
"answer": 2
},
{
"question": "খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো—",
"options": ["খাৰুৱা তেলত সহজে পৰিবহণযোগ্য কৰিবলৈ", "কেল’ৰি মান বঢ়াবলৈ", "আঁতৰাবলৈ", "উৎপন্ন হোৱা পেট্ৰ’লৰ পৰিমাণ বঢ়াবলৈ"],
"answer": 3
},
{
"question": "এল. পি. জিক সংৰক্ষিত কৰা হয়—",
"options": ["উচ্চ চাপত", "কম উষ্ণতাত", "অনুঘটকৰ উপস্থিতিত", "ওপৰত উল্লেখ কৰা আটাইকেইটা"],
"answer": 0
},
{
"question": "নিউক্লীয় শক্তি উৎপাদন কৰা হয়—",
"options": ["নিউক্লীয় একীভৱনৰ দ্বাৰা", "তাপ অঘটনৰ দ্বাৰা", "নিউক্লীয় বিখণ্ডনৰ দ্বাৰা", "বিভাজন পাতনৰ দ্বাৰা"],
"answer": 2
},
{
"question": "প্লাষ্টিকবোৰ—",
"options": ["অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস", "অপচয়ৰ-পৰা-শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি", "জীৱনমনীয়", "এবিধ জীৱাৱশেষ শক্তিৰ উৎস"],
"answer": 0
},
{
"question": "তৰলীকৃত পেট্ৰলীয়াম গেছৰ প্ৰধান উপাদান হৈছে—",
"options": ["এক্টিন", "বিউটিন", "বিউটেন", "পেন্টেন"],
"answer": 2
},
{
"question": "কিহৰ পৰা ক’ক উৎপন্ন হয়—",
"options": ["পেট্ৰলিয়াম", "বিটুমিনাচ কয়লা", "কাঠ কয়লা", "আয়ন"],
"answer": 1
},
{
"question": "তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি—",
"options": ["জোৱাৰ শক্তি", "ভূতাপীয় শক্তি", "তৰংগ শক্তি", "মহাসামূদ্রিক তাপীয় শক্তি"],
"answer": 1
},
{
"question": "তলৰ কোনটো এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস—",
"options": ["জীৱাশ্ম ইন্ধন", "তাপভিত্তিক শক্তি প্রকল্প", "জলশক্তি প্রকল্প", "নিউক্লীয় শক্তি"],
"answer": 2
},
{
"question": "সেউজ গৃহ গেছটো হ’ল—
(i) কার্বন ডাই অক্সাইড
(ii) মিথেন
(iii) ছালফাৰ ডাই অক্সাইড
(iv) নাইট্ৰ’জেন ডাই অক্সাইড
শুদ্ধ উত্তৰটো হ’ল-", "options": ["(i)", "(i), (ii)", "(i), (iii)", "(i), (iii), (iv)"], "answer": 1 }, { "question": "জৈৱ-গেছত থকা মিথেনৰ শতকৰা পৰিমাণ—", "options": ["50%", "75%", "80%", "95%"], "answer": 1 }, { "question": "জৈৱ-গেছ এটা উত্তম ইন্ধন। কাৰণ—(i) ইয়াৰ উত্তাপন ক্ষমতা বেছি
(ii) ই ধোঁৱাবিহীনভাৱে জ্বলে
(iii)ই দহনৰ পিছত কোনো অৱশিষ্ট নেৰে
(iv) ইয়াত 75% পর্যন্ত মিথেন থাকে
শুদ্ধ উত্তৰটো হ’ল-", "options": ["আটাইবোৰ", "(i), (ii), (iii)", "(iv)", "(i)"], "answer": 0 }, { "question": "পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱৰা দিনটো হৈছে এটা—", "options": ["ৰৌদ্রোজ্বল দিন", "ডাৱৰীয়া দিন", "গৰম দিন", "বতাহে কোবোৱা দিন"], "answer": 1 } ] }
(i) কার্বন ডাই অক্সাইড
(ii) মিথেন
(iii) ছালফাৰ ডাই অক্সাইড
(iv) নাইট্ৰ’জেন ডাই অক্সাইড
শুদ্ধ উত্তৰটো হ’ল-", "options": ["(i)", "(i), (ii)", "(i), (iii)", "(i), (iii), (iv)"], "answer": 1 }, { "question": "জৈৱ-গেছত থকা মিথেনৰ শতকৰা পৰিমাণ—", "options": ["50%", "75%", "80%", "95%"], "answer": 1 }, { "question": "জৈৱ-গেছ এটা উত্তম ইন্ধন। কাৰণ—(i) ইয়াৰ উত্তাপন ক্ষমতা বেছি
(ii) ই ধোঁৱাবিহীনভাৱে জ্বলে
(iii)ই দহনৰ পিছত কোনো অৱশিষ্ট নেৰে
(iv) ইয়াত 75% পর্যন্ত মিথেন থাকে
শুদ্ধ উত্তৰটো হ’ল-", "options": ["আটাইবোৰ", "(i), (ii), (iii)", "(iv)", "(i)"], "answer": 0 }, { "question": "পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱৰা দিনটো হৈছে এটা—", "options": ["ৰৌদ্রোজ্বল দিন", "ডাৱৰীয়া দিন", "গৰম দিন", "বতাহে কোবোৱা দিন"], "answer": 1 } ] }
Comments
Post a Comment