SEBA Class X General Science Chapter 13 MCQ

{ "questions": [ { "question": "চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য—", "options": [ "দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে।", "চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।", "চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।", "চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্র।" ], "answer": 3 }, { "question": "প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ’ল—", "options": [ "সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি", "ফ্লেমিঙৰ বাঁওহতীয়া নীতি", "ফ্লেমিঙৰ সোঁহতীয়া নীতি", "ওপৰৰ এটাও নহয়।" ], "answer": 0 }, { "question": "প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—", "options": [ "কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্ৰ সুষম।", "কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক বলৰেখাবোৰ সৰলৰেখা।", "কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।", "কুণ্ডলীত প্ৰবাহৰ মান বঢ়ালে কুণ্ডলীৰ অন্তৰ্ভাগত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানো বাঢ়ে।" ], "answer": 2 }, { "question": "চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে—", "options": [ "পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান", "চৌম্বক ক্ষেত্ৰখনৰ মান", "পৰিবাহীৰ দৈৰ্ঘ্য", "ওপৰৰ আটাইকেইটা" ], "answer": 3 }, { "question": "চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰে—", "options": [ "চৌম্বক ক্ষেত্ৰৰ দিশ", "পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশ", "(a) আৰু (b) দুয়োটা", "ওপৰৰ এটাও নহয়" ], "answer": 2 }, { "question": "চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল—", "options": [ "সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি", "ফ্লেমিঙৰ বাঁওহতীয়া নীতি", "ফ্লেমিঙৰ সোঁহতীয়া নীতি", "ওপৰৰ এটাও নহয়" ], "answer": 1 }, { "question": "এটা বাণিজ্যিক মটৰত তলৰ কোনটো ব্যৱহৃত নহয়?", "options": [ "বৃহৎ সংখ্যক পাকৰ কুণ্ডলী", "স্থায়ী চুম্বক", "আৰ্মেচাৰ", "ব্ৰাছ" ], "answer": 1 }, { "question": "বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ’ল—", "options": [ "গেলভেন’মিটাৰ", "এমিটাৰ", "ভল্টমিটাৰ", "ওপৰৰ এটাও নহয়" ], "answer": 0 }, { "question": "চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰে—", "options": [ "কুণ্ডলীৰ গতিৰ দিশ", "চৌম্বক ক্ষেত্ৰৰ দিশ", "(a) আৰু (b) দুয়োটা", "ওপৰৰ এটাও নহয়" ], "answer": 2 }, { "question": "চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল—", "options": [ "ফ্লেমিঙৰ সোঁহতীয়া নীতি", "ফ্লেমিঙৰ বাঁওহতীয়া নীতি", "সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি", "ওপৰৰ এটাও নহয়" ], "answer": 0 }, { "question": "ভারতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক হ’ল—", "options": [ "25Hz", "50Hz", "100Hz", "5Hz" ], "answer": 1 }, { "question": "ভারতত AC ৰ দিশ সলনি হয় প্রতি—", "options": [ "0.01 ছেকেণ্ড", "0.02 ছেকেণ্ড", "1 ছেকেণ্ড", "5 ছেকেণ্ড" ], "answer": 0 }, { "question": "ভারতত সজীৰ আৰু উদাসীন তাঁৰৰ মাজত বিভবভেদৰ মান—", "options": [ "100V", "250V", "200V", "220V" ], "answer": 3 }, { "question": "প্ৰবাহযুক্ত চ’লেনইডৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰে—", "options": [ "কুণ্ডলীৰ মাজেৰে যোৱা প্রবাহ", "কুণ্ডলীৰ ব্যাস", "কুণ্ডলীৰ পাকৰ সংখ্যা", "ওপৰৰ আটাইকেইটা" ], "answer": 3 }, { "question": "এটা AC জেনেৰেটৰত ব্যৱহৃত হয়—", "options": [ "দুটা স্লিপ ৰিং", "এটা ফলা আঙুঠি", "(a) নাইবা (b)", "ওপৰৰ এটাও নহয়" ], "answer": 0 }, { "question": "এটা DC জেনেৰেটৰত ব্যৱহৃত হয়—", "options": [ "দুটা স্লিপ ৰিং", "এটা ফলা আঙুঠি", "(a) নাইবা (b)", "ওপৰৰ এটাও নহয়" ], "answer": 1 }, { "question": "এটা বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তক হিচাপে কাম কৰে—", "options": [ "আয়তাকাৰ কুণ্ডলী", "স্লিপ ৰিং", "ব্ৰাছ", "ফলা আঙুঠি" ], "answer": 3 }, { "question": "এটা বৈদ্যুতিক মটৰত কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় প্রতি—", "options": [ "দুটা পাকৰ মূৰত", "এটা পাকৰ মূৰত", "আধা পাকৰ মূৰত", "চাৰি পাকৰ মূৰত" ], "answer": 1 }, { "question": "চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত বল সৰ্বোচ্চ হ’ব তলৰ কোন কোণত?", "options": [ "45°", "90°", "120°", "180°" ], "answer": 1 }, { "question": "চৌম্বক ক্ষেত্ৰত প্রবাহযুক্ত পৰিবাহীত বল শূন্য হ’ব তলৰ কোন কোণত?", "options": [ "45°", "90°", "60°", "180°" ], "answer": 3 }, { "question": "এটা AC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়?", "options": [ "ফলা আঙুঠি", "দুটা সম্পূর্ণ আঙুঠি", "ব্ৰাছ", "চুম্বক" ], "answer": 0 }, { "question": "তলৰ কোনটো নীতিৰ ওপৰত জেনেৰেটৰ নিৰ্মিত?", "options": [ "বিদ্যুৎ-চুম্বকীয় আবেশৰ নীতি", "ফ্লেমিঙৰ সোঁহতীয়া নীতি", "সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি", "চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত বল" ], "answer": 0 }, { "question": "তলৰ কোন সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰে?", "options": [ "বৈদ্যুতিক জেনেৰেটৰ", "গেলভেন’মিটাৰ", "বৈদ্যুতিক মটৰ", "এমিটাৰ" ], "answer": 2 }, { "question": "তলৰ কোন সঁজুলিয়ে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে?", "options": [ "বৈদ্যুতিক জেনেৰেটৰ", "গেলভেন’মিটাৰ", "বৈদ্যুতিক মটৰ", "এমিটাৰ" ], "answer": 0 }, { "question": "চৌম্বক ক্ষেত্ৰ আৰু কুণ্ডলীৰ গতিৰ মাজত কোন কোণত আবিষ্ট প্ৰবাহ সৰ্বোচ্চ হয়?", "options": [ "60°", "90°", "45°", "180°" ], "answer": 1 }, { "question": "ঘৰুৱা বৰ্তনীত কোনটো ব্যৱস্থা ধাতৱ শৰীৰলৈ নিঃসৰিত প্রবাহৰ পৰা সুৰক্ষা দিয়ে?", "options": [ "সজীৱ তাঁৰ", "উদাসীন তাঁৰ", "ফিউজ", "ভূমি সংলগ্ন তাঁৰ" ], "answer": 3 }, { "question": "হ্রস্ব বর্তনী / অভাৰলোড হ'লে কোনটো সুৰক্ষা ব্যৱস্থা কাম কৰে?", "options": [ "সজীৱ তাঁৰ", "উদাসীন তাঁৰ", "ফিউজ", "ভূমি সংলগ্ন তাঁৰ" ], "answer": 2 }, { "question": "এটা বৈদ্যুতিক মটৰত ব্যৱহৃত হয়—", "options": [ "(i), (ii), (iii)", "(i), (ii)", "কেৱল (iv)", "(i), (ii), (iv)" ], "answer": 3 }, { "question": "এটা DC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়?", "options": [ "ফলা আঙুঠি", "দুটা সম্পূর্ণ আঙুঠি", "ব্ৰাছ", "চুম্বক" ], "answer": 1 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ