SEBA Class X Social Science History Chapter 4 MCQ Assamese Medium
{
"questions": [
{
"id": 1,
"question": "‘অসমীয়া লিটাৰেৰী ছচাইটী’ নামৰ সংগঠনটো গঠন হৈছিল—",
"options": ["১৮৬২ চনত", "১৮৬৭ চনত", "১৮৭২ চনত", "১৮৭৬ চনত"],
"answer": 2
},
{
"id": 2,
"question": "“অসমীয়া লিটাৰেৰী চ’চাইটী” নামৰ সংগঠনটো গঠন হৈছিল—",
"options": ["কলিকতাত", "যোৰহাটত", "গুৱাহাটীত", "দৰঙত"],
"answer": 0
},
{
"id": 3,
"question": "অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল—",
"options": ["১৮৮৮ চনত", "১৮৭৩ চনত", "১৯৮৮ চনত", "১৮৩৭ চনত"],
"answer": 0
},
{
"id": 4,
"question": "“অসমীয়া ভাষা-উন্নতি সাধিনী” সভাই প্রকাশ কৰা আলোচনীখন হ’ল—",
"options": ["অৰুণোদয", "যুগান্তৰ", "জোনাকী", "বন্দেমাতম"],
"answer": 2
},
{
"id": 5,
"question": "অসম ছাত্র সন্মিলন গঠন হৈছিল—",
"options": ["১৯১৪ চনত", "১৯১৫ চনত", "১৯১৬ চনত", "১৯১৭ চনত"],
"answer": 2
},
{
"id": 6,
"question": "অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল—",
"options": ["মিলন", "বন্তি", "জ্ঞান বিকাশ", "স্বাধীন"],
"answer": 0
},
{
"id": 7,
"question": "গাৰত অনুষ্ঠিত ‘অসম ছাত্ৰ সন্মিলন’ৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল—",
"options": ["জ্যোতিপ্ৰসাদ আগৰৱালা", "চন্দ্ৰকুমাৰ আগৰৱালা", "লক্ষীনাথ বেজবৰুৱা", "মাণিক চন্দ্ৰ বৰুৱা"],
"answer": 2
},
{
"id": 8,
"question": "সদৌ অসম ৰায়ত সভা গঠন হৈছিল—",
"options": ["১৯২৮ চনত", "১৯৩০ চনত", "১৯৩২ চনত", "১৯৩৩ চনত"],
"answer": 3
},
{
"id": 9,
"question": "সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিবেশন বহিছিল—",
"options": ["দেৰগাঁৱত", "তেজপুৰত", "নগাঁৱত", "শিৱসাগৰত"],
"answer": 0
},
{
"id": 10,
"question": "সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল—",
"options": ["জ্যোতিপ্ৰসাদ আগৰৱালা", "তৰুণৰাম ফুকন", "নবীন চন্দ্ৰ বৰদলৈ", "যতীন্দ্ৰ নাথ দুৱৰাই"],
"answer": 2
},
{
"id": 11,
"question": "অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল—",
"options": ["কুলধৰ চলিহা", "গোপীনাথ বৰদলৈ", "অম্বিকাগিৰী ৰায় চৌধুৰী", "লক্ষ্মীনাথ বেজবৰুৱা"],
"answer": 0
},
{
"id": 12,
"question": "অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল—",
"options": ["পদ্মনাথ গোহাঞিবৰুৱা", "অমিয় কুমাৰ দাস", "নবীন চন্দ্ৰ বৰদলৈ", "কুলধৰ চলিহা"],
"answer": 2
},
{
"id": 13,
"question": "অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল—",
"options": ["১৯৬২ চনত", "১৯৬৮ চনত", "১৯৬৫ চনত", "১৯৬৯ চনত"],
"answer": 3
},
{
"id": 14,
"question": "গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল—",
"options": ["১৯৪৭ চনৰ ২১ জানুৱাৰী", "১৯৪৭ চনৰ ২৫ জানুৱাৰী", "১৯৪৮ চনৰ ২৬ জানুৱাৰী", "১৯৪৮ চনৰ ১১ জানুৱাৰী"],
"answer": 2
},
{
"id": 15,
"question": "শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল—",
"options": ["১৯৬৮ চনত", "১৯৬০ চনত", "১৯৬৪ চনত", "১৯৬৬ চনত"],
"answer": 0
}
]
}
Comments
Post a Comment