SEBA Class X General Science Chapter 12 MCQ
{
"questions": [
{
"question": "তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক (বাণিজ্যিক) একক—",
"options": ["জুল", "কিলোৱাট", "কিলোৱাট/ঘণ্টা", "বাট"],
"answer": 2
},
{
"question": "এটা পদাৰ্থৰ ৰোধকতাৰ SI একক—",
"options": ["Ω", "Ω m", "Ω m^{-1}", "Ω m^{-2}"],
"answer": 1
},
{
"question": "দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধ, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2, তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ’ব?",
"options": ["1:2", "1:4", "4:1", "1: √2"],
"answer": 0
},
{
"question": "এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব ?",
"options": ["1.6×10^18", "6.25×10^{-18}", "6.25×10^{18}", "1.6×10^{-19}"],
"answer": 2
},
{
"question": "বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1kWh মানে—",
"options": ["36×10^6 J", "3.6×10^6 J", "3.6×10^5 J", "36×10^4 J"],
"answer": 1
},
{
"question": "বৈদ্যুতিক আধানৰ SI একক হ’ল কি?",
"options": ["এম্পিয়াৰ", "ভল্ট", "কুলম্ব", "ৱাট"],
"answer": 2
},
{
"question": "বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল কি?",
"options": ["ভল্টমিটাৰ", "এমিটাৰ", "গেলভেন’মিটাৰ", "পৰিৱৰ্তনশীল ৰোধ"],
"answer": 1
},
{
"question": "এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, চালিত বৈদ্যুতিক আধানৰ পৰিমাণ—",
"options": ["5 C", "50C", "600C", "300C"],
"answer": 2
},
{
"question": "তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়—",
"options": ["1c/1v", "1v/1c", "1c/1s", "1J/1c"],
"answer": 2
},
{
"question": "তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায়—",
"options": ["1c/1v", "1v/1c", "1c/1s", "1J/1c"],
"answer": 3
},
{
"question": "বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো—",
"options": ["এমিটাৰ", "ভল্টমিটাৰ", "গেলভেন’মিটাৰ", "পৰিৱৰ্তনশীল ৰোধ"],
"answer": 1
},
{
"question": "ভল্টমিটাৰ সংযোগ কৰা হয়—",
"options": ["সমান্তৰালভাৱে", "শ্ৰেণীবদ্ধভাৱে", "দুইয়ে", "একো নহয়"],
"answer": 0
},
{
"question": "এমিটাৰ সংযোগ কৰা হয়—",
"options": ["সমান্তৰালভাৱে", "শ্ৰেণীবদ্ধভাৱে", "দুইয়ে", "একো নহয়"],
"answer": 1
},
{
"question": "6V বিভৱভেদৰ মাজত 4C আধান চালিত কৰোঁতে কৰা কাৰ্য—",
"options": ["1.5J", "12 J", "2/3 J", "24 J"],
"answer": 3
},
{
"question": "2mA প্রবাহ আৰু 9V বিভৱভেদত ৰোধ—",
"options": ["2×10^3 Ω", "4 Ω", "4.8×10^3 Ω", "4.82 Ω"],
"answer": 2
},
{
"question": "200 Ω ৰোধকত 3µA প্ৰবাহ চালিত হ’লে বিভৱভেদ—",
"options": ["60V", "6×10^{-7}V", "10V", "6×10^{-4}V"],
"answer": 3
},
{
"question": "15 Ω ৰোধৰ হিটাৰ 3KV ত কাম কৰিলে প্ৰবাহ—",
"options": ["200A", "45A", "45000A", "5A"],
"answer": 0
},
{
"question": "বৈদ্যুতিক ৰোধৰ SI একক—",
"options": ["Ω", "Ω m", "কুলম্ব", "এম্পিয়াৰ"],
"answer": 0
},
{
"question": "1 ওমৰ প্ৰকাশৰাশি—",
"options": ["1V/1S", "1V/1A", "1J/1C", "1C/1S"],
"answer": 1
},
{
"question": "প্ৰবাহ নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটো—",
"options": ["গেলভেন’মিটাৰ", "এমিটাৰ", "ভল্টমিটাৰ", "ৰিঅ’ষ্টেট"],
"answer": 3
},
{
"question": "ৰোধ নিৰ্ভৰ কৰে—",
"options": ["দৈৰ্ঘ্য", "গ্ৰন্থচ্ছেদৰ কালি", "উষ্ণতা", "আটাইকেইটা"],
"answer": 3
},
{
"question": "দৈৰ্ঘ্য দুগুণ কৰিলে প্ৰবাহৰ মান—",
"options": ["দুগুণ", "½ হয়", "⅓ হয়", "একেই থাকে"],
"answer": 1
},
{
"question": "ৰোধ আধা কৰিলে প্ৰবাহৰ মান—",
"options": ["আধা", "একেই", "দুগুণ", "4 গুণ"],
"answer": 2
},
{
"question": "বিভৱভেদ আধা কৰিলে প্ৰবাহ—",
"options": ["দুগুণ", "তিনিগুণ", "চাৰিগুণ", "আধা"],
"answer": 3
},
{
"question": "বৈদ্যুতিক প্ৰবাহৰ SI একক—",
"options": ["ভল্ট", "ৱাট", "কুলম্ব", "এম্পিয়াৰ"],
"answer": 3
},
{
"question": "এটা ইলেক্ট্ৰনৰ আধান—",
"options": ["1.6×10^{-19} C", "1.6×10^{-18} C", "1.6×10^{18} C", "6.25×10^{-19} C"],
"answer": 0
},
{
"question": "বৈদ্যুতিক হিটাৰ কুণ্ডলীত ব্যৱহৃত—",
"options": ["তাম", "নিকেল", "টাংস্টেন", "নিক্ৰ’ম"],
"answer": 3
},
{
"question": "শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত অসত্য—",
"options": ["প্ৰবাহ একে", "প্ৰতিটোৰ বিভৱভেদ সমান", "মুঠ ৰোধ বৃদ্ধি পায়", "মুঠ প্ৰবাহ কমে"],
"answer": 1
},
{
"question": "জুলৰ তাপীয় ক্ৰিয়া—",
"options": ["P=VI", "V=IR", "H=I²Rt", "P=Rt"],
"answer": 2
},
{
"question": "ফিউজৰ কাৰ্য—",
"options": ["চুম্বকীয়", "পোহৰ", "তাপীয়", "যান্ত্রিক"],
"answer": 2
},
{
"question": "বাল্বৰ ফিলামেন্ট—",
"options": ["তাম", "এলুমিনিয়াম", "নিকেল", "টাংষ্টেন"],
"answer": 3
},
{
"question": "বৰ্তনী সম্পৰ্কীয় অসত্য—",
"options": ["প্ৰবাহ ধনাত্মকৰ পৰা ঋণাত্মকলৈ", "ইলেক্ট্ৰনৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে", "ইলেক্ট্ৰনৰ দিশ বিপৰীত", "ধনাত্মকৰ দিশক প্ৰবাহৰ দিশ ধৰা হয়"],
"answer": 1
},
{
"question": "তাপীয় ক্ৰিয়াত কাম নকৰে—",
"options": ["ইস্ত্রি", "পাংখা", "পাউৰুটি সেকা সঁজুলি", "কেটলি"],
"answer": 1
},
{
"question": "বৈদ্যুতিক ক্ষমতাৰ SI একক—",
"options": ["ওম", "ভল্ট", "ৱাট", "এম্পিয়াৰ"],
"answer": 2
},
{
"question": "1 ৱাট =",
"options": ["1V × 1C", "1V × 1A", "1J/1C", "1A × 1J"],
"answer": 1
}
]
}
Comments
Post a Comment