SEBA Class X General Science Chapter 11 MCQ

{ "questions": [ { "question": "নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল—", "options": ["25 মিটাৰ", "25 ছে. মি.", "2.5 ছে. মি", "2.5 মিটাৰ"], "answer": 1 }, { "question": "চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য়ৰ পৰিবৰ্তন হয়?", "options": ["চকুৰ মণি", "চিলিয়াৰী পেশী", "চকুৰ পতা", "ৰেটিন"], "answer": 1 }, { "question": "ৰামধেনু —", "options": ["সূৰ্যৰ একে দিশত সৃষ্টি হয়", "সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়", "সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে", "ওপৰৰ এটাও নহয়"], "answer": 1 }, { "question": "অক্ষিগোলকৰ ব্যাস হ’ল প্ৰায়—", "options": ["2.1 cm", "2.2 cm", "2.3 cm", "2.4 cm"], "answer": 2 }, { "question": "নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আতৰাব লাগে?", "options": ["10-12 ঘন্টা", "6-7 ঘন্টা", "2-3 ঘন্টা", "4-5 ঘন্টা"], "answer": 3 }, { "question": "তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব নোৱাৰে?", "options": ["মধুমেহ", "উচ্চৰক্তচাপ", "এজমা", "কেটেৰেক্ট"], "answer": 3 }, { "question": "আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি?", "options": ["পোহৰৰ প্ৰতিফলন", "পোহৰৰ প্ৰতিসৰণ", "পোহৰৰ বিক্ষেপন", "ওপৰৰ এটাও নহয়"], "answer": 2 }, { "question": "তলৰ কোনটো পোহৰ দীঘল তৰংগ দৈৰ্ঘ্য়যুক্ত ৰঙৰ—", "options": ["নীলা", "হালধীয়া", "সেউজীয়া", "ৰঙা"], "answer": 3 }, { "question": "মায়াপিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে?", "options": ["উত্তল লেন্স", "সমতল লেন্স", "অৱতল লেন্স", "ওপৰৰ এটাও নহয়"], "answer": 2 }, { "question": "চকুৰ প্ৰতিবিম্ব কত গঠন হয় ?", "options": ["ৰেটিনা", "কৰ্ণিয়া", "নেত্রোদ", "ইৰিচ"], "answer": 0 }, { "question": "তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত—", "options": ["প্ৰতিফলন", "বিক্ষেপণ", "বিচ্ছুৰণ", "প্ৰতিসৰণ"], "answer": 3 }, { "question": "অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং—", "options": ["বগা", "নীলা", "ৰঙা", "বেঙুনীয়"], "answer": 1 }, { "question": "কোন অংশৰে চকুত পোহৰ সোমায়—", "options": ["ৰেটিনা", "কৰ্ণিয়া", "নো", "ইৰিচ"], "answer": 1 }, { "question": "ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং—", "options": ["নীলা", "ৰঙা", "বগা", "ইয়াৰ এটাও নহয়"], "answer": 2 }, { "question": "সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—", "options": ["প্ৰতিফলন", "বিচ্ছুৰণ", "প্ৰতিসৰণ", "বিক্ষেপণ"], "answer": 3 }, { "question": "চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং—", "options": ["নীলা", "বেঙুনীয়া", "ক’লা", "ৰঙা"], "answer": 2 }, { "question": "হাইপাৰমেট্ৰ’পিক চকুৰ বাবে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব গঠন স্থান—", "options": ["ৰেটিনাত", "ৰেটিনাৰ সমুখত", "ৰেটিনাৰ পিছত", "স্ফটিকীয় লেন্‌ছত"], "answer": 2 }, { "question": "মায়’পিক চকু এটাৰ ভিতৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান—", "options": ["ৰেটিনাত", "ৰেটিনাৰ সমুখত", "ৰেটিনাৰ পিছত", "স্ফটিকীয় লেন্‌ছত"], "answer": 1 }, { "question": "ব্যক্তি এগৰাকী চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো—", "options": ["মায়’পিয়া", "হাইপাৰমেট্ৰ’পিয়া", "কেটেৰেক্ট", "প্ৰেছবায়’পিয়া"], "answer": 1 }, { "question": "ব্যক্তি এগৰাকী চকুৰ দূৰ বিন্দু চকুৰ পৰা 1.5m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো হ’ল—", "options": ["মায়’পিয়া", "প্ৰেছবায়’পিয়া", "কেটেৰেক্ট", "হাইপাৰমেট্ৰ’পিয়া"], "answer": 0 }, { "question": "মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—", "options": ["বিচ্ছুৰণ", "প্ৰতিসৰণ", "বিক্ষেপণ", "প্ৰতিফলন"], "answer": 2 }, { "question": "চকুৰ সৈতে জড়িত অংশবিলাকে কি ৰূপান্তৰ কৰে—", "options": ["পোহৰক স্নায়বিক সংকেতলৈ", "পোহৰক চুম্বকীয় সংকেতলৈ", "পোহৰক বৈদ্যুতিক সংকেতলৈ", "ওপৰৰ এটাও নহয়"], "answer": 2 }, { "question": "মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান—", "options": ["কৰ্ণিয়া", "চকুৰ পতা", "চকুৰ মণি", "অক্ষিপট"], "answer": 3 }, { "question": "চকুৰ কৰ্ণিয়াৰ পিছফালে কি থাকে?", "options": ["চকুৰ মণি", "ইৰিচ", "ৰেটিনা", "অক্ষিপট"], "answer": 1 }, { "question": "বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণক কোৱা হয়—", "options": ["বিচ্ছুৰণ", "প্ৰতিসৰণ", "বিক্ষেপণ", "প্ৰতিফলন"], "answer": 0 }, { "question": "তলৰ কোনটো টিণ্ডেল পৰিঘটনাৰ লগত জড়িত ?", "options": ["বিচ্ছুৰণ", "প্ৰতিসৰণ", "বিক্ষেপণ", "প্ৰতিফলন"], "answer": 2 }, { "question": "মানুহৰ দুটা চকুৰ অনুভুমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ—", "options": ["100°", "180°", "200°", "160°"], "answer": 1 }, { "question": "মানুহৰ এটা চকুৰ অনুভুমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ—", "options": ["100°", "180°", "200°", "150°"], "answer": 3 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ