SEBA Class X General Science Chapter 10 MCQ

{ "questions": [ { "question": "লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে, লক্ষ্যবস্তুটি উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ?", "options": [ "মুখ্য ফ’কাছত", "ফ’কাছ দৈৰ্ঘটৰ দুগুণ দূৰত্বত", "অসীমত", "আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত" ], "answer": 1 }, { "question": "খুউৱ সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?", "options": [ "50 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্‌ছ", "5 cm ফ’কাছ দৈৰ্ঘৰ অৱতল লেন্‌ছ", "5 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্‌ছ", "50 cm ফ’কাছ দৈৰ্ঘৰ অৱতল লেন্‌ছ" ], "answer": 2 }, { "question": "উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব―", "options": [ "সৎ, বিবর্ধিত", "সৎ, সংকুচিত", "অসৎ, বিবর্ধিত", "অসৎ, সংকুচিত" ], "answer": 3 }, { "question": "গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়―", "options": [ "উত্তল দাপোণ", "অৱতল দাপোণ", "সমতল দাপোণ", "ইয়াৰ এটাও নহয়" ], "answer": 0 }, { "question": "সমতল দাপোণত উৎপন্ন প্রতিবিম্ব―", "options": [ "সৎ, ওলোটা, সংকুচিত", "অসৎ, থিয়, বিবর্ধিত", "অসৎ, থিয়, সমান", "অসৎ, থিয়, সংকুচিত" ], "answer": 2 }, { "question": "তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল―", "options": [ "সমতল", "উত্তল", "অৱতল", "এটাও নহয়" ], "answer": 1 }, { "question": "এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎপ্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ’ব লাগিব―", "options": [ "মেৰু আৰু মুখ্য ফ’কাছৰ মাজত", "মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত", "ভাঁজকেন্দ্ৰত", "ভাঁজকেন্দ্ৰৰ বাহিৰত" ], "answer": 2 }, { "question": "তলৰ কোনটো লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে অৱতল দাপোণ এখনে সৎ ওলোটা প্রতিবিম্ব গঠন নকৰে―", "options": [ "অসীমত", "মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত", "ভাঁজকেন্দ্ৰৰ বাহিৰত", "ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত" ], "answer": 3 }, { "question": "অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে―", "options": [ "ভাঁজকেন্দ্ৰত", "মুখ্য ফ’কাছত", "মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত", "মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত" ], "answer": 1 }, { "question": "অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে―", "options": [ "মুখ্য ফ’কাছত", "মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত", "ভাঁজকেন্দ্ৰত", "মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত" ], "answer": 3 }, { "question": "অবতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান―", "options": [ "ভাঁজকেন্দ্ৰত", "ভাঁজকেন্দ্ৰৰ বাহিৰত", "অসীমত", "মুখ্য ফ’কাছত" ], "answer": 2 }, { "question": "অবতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ স্থান―", "options": [ "ভাঁজকেন্দ্ৰ", "অসীম", "মুখ্য ফ’কাছ", "ভাঁজকেন্দ্ৰৰ বাহিৰত" ], "answer": 0 }, { "question": "এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব―", "options": [ "মুখ্য ফ’কাছত", "অসীমত", "ভাঁজকেন্দ্ৰৰ বাহিৰত", "মুখ্য ফ’কাছ আৰু মেৰুৰ মাজত" ], "answer": 1 }, { "question": "এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব―", "options": [ "অসীমত", "ভাঁজকেন্দ্ৰত", "ভাঁজকেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত", "মুখ্য ফ’কাছত" ], "answer": 3 }, { "question": "উত্তল লেন্‌ছত উৎপন্ন প্রতিবিম্ব―", "options": [ "সদায় সৎ", "সদায় অসৎ", "সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে", "ইয়াৰ এটাও নহয়" ], "answer": 2 }, { "question": "অৱতল লেন্‌ছত উৎপন্ন প্রতিবিম্ব―", "options": [ "সৎ, সংকুচিত", "অসৎ, সংকুচিত", "অসৎ, সমান", "অসৎ, বিবর্ধিত" ], "answer": 1 }, { "question": "উত্তল লেন্‌ছ এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ এটা অসৎ, থিয় আৰু বিবর্ধিত প্রতিবিম্ব পাবলৈ চেষ্টা কৰা হ’ল। লক্ষ্যবস্তুটো থ’ব লাগিব―", "options": [ "অসীমত", "মুখ্য ফ’কাছত", "2F দূৰত্বত", "মুখ্য ফ’কাছ আৰু আলোককেন্দ্ৰ মাজত" ], "answer": 3 }, { "question": "এখন উত্তল লেন্‌ছে সৎ, ওলোটা আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব―", "options": [ "মুখ্য ফ’কাছ F1", "F1 আৰু 2F1 ৰ মাজত", "2F1 ত", "2F1 ৰ বাহিৰত" ], "answer": 1 }, { "question": "অৱতল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব―", "options": [ "সদায় সৎ", "সদায় অসৎ", "সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে", "ইয়াৰ এটাও নহয়" ], "answer": 2 }, { "question": "এখন উত্তল লেন্‌ছে সৎ, ওলোটা আৰু সংকুচিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব―", "options": [ "2F1 ৰ বাহিৰত", "2F1 ত", "F1 ত", "অসীমত" ], "answer": 0 }, { "question": "লক্ষ্যবস্তু উত্তল লেন্‌ছ এখনৰ মুখ্য ফ’কাছ F1 ত ৰখা হ’ল। প্ৰতিবিম্বটো হ’ব―", "options": [ "সৎ, সংকুচিত", "অসৎ, বিবর্ধিত", "সৎ, অতিকৈ বিবর্ধিত", "সৎ, সমান আকাৰৰ" ], "answer": 2 }, { "question": "উত্তল লেন্‌ছ এখনৰ মুখ্য ফ’কাছ F1 আৰু আকোলকেন্দ্ৰ O ৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। উৎপন্ন প্রতিবিম্ব―", "options": [ "সৎ, সংকুচিত", "অসৎ, সংকুচিত", "সৎ, বিবর্ধিত", "অসৎ, বিবর্ধিত" ], "answer": 3 }, { "question": "অসীম আৰু আলোককেন্দ্ৰ O ৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে অবতল লেন্‌ছ এখনে উৎপন্ন কৰা প্রতিবিম্ব―", "options": [ "মুখ্য ফ’কাছ F1 ত", "অসীমত", "মুখ্য ফ’কাছ F1 আৰু আলোককেন্দ্ৰৰ মাজত", "2F1 ত" ], "answer": 2 }, { "question": "উত্তল লেন্‌ছ এখনৰ 2F ও লক্ষ্যবস্তু এটা ৰাখিলে এটা সৎ, সমান আকাৰৰ প্ৰতিবিম্ব পোৱা যাব―", "options": [ "2F1 ত", "2F2 ত", "F2 ত", "2F2 ৰ বাহিৰত" ], "answer": 3 }, { "question": "10 ছে.মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ পৰা 20 ছে.মি. দূৰত লক্ষ্যবস্তু এটা ৰাখিলে, প্ৰতিবিম্ব হ’ব―", "options": [ "সৎ, বিবর্ধিত", "সৎ, সংকুচিত", "অসৎ, বিবর্ধিত", "সৎ, সমান আকাৰৰ" ], "answer": 3 }, { "question": "লেন্‌ছৰ ক্ষমতাৰ একক হ’ল―", "options": [ "cm", "kg", "ডায়’প্টাৰ", "m" ], "answer": 2 }, { "question": "50 ছে.মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছৰ ক্ষমতা―", "options": [ "2D", "0.5D", "5D", "25D" ], "answer": 0 }, { "question": "−1.5D ক্ষমতাৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য হ’ব―", "options": [ "-15 cm", "-66.6 cm", "1.5 cm", "1 cm" ], "answer": 1 }, { "question": "15 ছে.মি. ফ’কাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোণ এখনৰ ভাঁজব্যাসাৰ্দ্ধ হ’ব―", "options": [ "1.5 cm", "7.5 cm", "30 cm", "15 cm" ], "answer": 2 }, { "question": "এখন 15 ছে.মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ মেৰুৰ পৰা 12 ছে.মি. আঁতৰত লক্ষ্যবস্তু এটা ৰখা হ’ল। প্ৰতিবিম্ব হ’ব―", "options": [ "সৎ, বিবর্ধিত", "অসৎ, বিবর্ধিত", "সৎ, সমান আকাৰৰ", "সৎ, সংকুচিত" ], "answer": 1 }, { "question": "তলৰ কোনখন দাপোণে এটা থিয় বিবর্ধিত প্ৰতিবিম্ব দিব?", "options": [ "সমতল", "উত্তল", "অৱতল", "ওপৰৰ আটাইকেইটা" ], "answer": 2 }, { "question": "পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পানীত পোহৰ ৰশ্মি―", "options": [ "একেটা নিশত গতি কৰি থাকিব", "অভিলম্বৰ দিশত বেঁকা হ’ব", "অভিলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব", "অভিলম্বৰ ওপৰেৰে গতি কৰিব" ], "answer": 1 }, { "question": "গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য ভাঁজব্যাসাৰ্দ্ধৰ অনুপাত―", "options": [ "0.5", "1", "2", "3" ], "answer": 0 }, { "question": "তলৰ কোনটোৱে প্ৰতিফলনৰ নিয়মবোৰ মানি চলে?", "options": [ "সমতল দাপোণ", "অৱতল দাপোণ আৰু উত্তল দাপোণ", "সকল ধৰণৰ দাপোণ", "সকলো প্ৰতিফলনকাৰী পৃষ্ঠ" ], "answer": 3 }, { "question": "তলৰ কোনটোৱে প্ৰতিসৰণৰ নিয়মবোৰ মানি চলে?", "options": [ "উত্তল লেন্‌ছ", "অৱতল লেন্‌ছ", "সকলো ধৰণৰ লেন্‌ছ", "সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ" ], "answer": 3 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ