SEBA Class X General Science Chapter 9 MCQ
{
"questions": [
{
"question": "যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন কৰে, সেইবোৰ হ’ল—",
"options": ["সমসংস্থ", "সমবৃত্তি", "নিকটৱৰ্ত্তী", "অবশেষাংগ"],
"answer": 1
},
{
"question": "মানুহৰ বিকাশ হৈছিল—",
"options": ["এচিয়াত", "আফ্ৰিকাত", "অষ্ট্ৰেলিয়াত", "ইউৰোপত"],
"answer": 1
},
{
"question": "জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হোৱাৰ প্ৰক্ৰিয়াক বোলা হয়—",
"options": ["প্ৰজাতিকৰণ", "ক্রমবিকাশ", "বংশানুক্ৰম", "বিভিন্নতা"],
"answer": 0
},
{
"question": "জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটিলে অপত্য জনুত কি দেখা যায়?",
"options": ["ওখ (TT) আৰু চাপৰ (tt) দুয়ো ধৰণৰ", "কেৱল ওখ", "চাপৰ", "ওপৰৰ এটাও নহয়"],
"answer": 1
},
{
"question": "তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়—",
"options": ["9:1:1:3", "9:3:3:1", "1:3:9:3", "9:3:1:3"],
"answer": 1
},
{
"question": "তলৰ কোনযোৰ যৌন ক্ৰম’জ’মে এটি ছোৱালী শিশুক সূচায়—",
"options": ["XY", "XX", "YY", "এটাও শুদ্ধ নহয়"],
"answer": 1
},
{
"question": "তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ—",
"options": ["ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং", "বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং", "বাদুলীৰ হাত আৰু চৰাইৰ হাত", "বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা"],
"answer": 3
},
{
"question": "যদি বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ কৰা হয়, কোন জনুত অপ্ৰভাৱী লক্ষণ প্রথমে দেখা যায়—",
"options": ["F2 জনুত", "F1 জনুত", "F3 জনুত", "এটাও শুদ্ধ নহয়"],
"answer": 0
},
{
"question": "তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় –",
"options": ["1:9", "3:1", "9:3:3:1", "9:1:3:3"],
"answer": 1
},
{
"question": "তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম —",
"options": ["TT", "Tt", "tt", "tT"],
"answer": 2
},
{
"question": "তলৰ কোন বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক বোলা হয়―",
"options": ["ডাৰউইন", "জোহানসেন", "বেটিছন", "মেণ্ডেল"],
"answer": 3
},
{
"question": "বংশগতিৰ ভৌতিক আধাৰ হ’ল―",
"options": ["কোষকেন্দ্র", "কোষপ্রৰস", "ক্রম’জ’ম", "এটাও শুদ্ধ নহয়"],
"answer": 2
},
{
"question": "মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ওখ গছ আৰু বগা চাপৰ গছ সংগম কৰোঁতে সকলো অপত্য বেগুনীয়া ফুল, কিন্তু আধাই চাপৰ — ইয়ে সূচায় যে পৈতৃক গছজোপাৰ আগুৰংশিক সজ্জা—",
"options": ["TTWW", "TTww", "TtWW", "TtWw"],
"answer": 2
},
{
"question": "সমসংস্থ অংগৰ উদাহৰণ হ’ল―",
"options": ["আমাৰ হাত আৰু কুকুৰৰ আগঠেং", "আমাৰ দাঁত আৰু হাতীৰ দাঁত", "আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড", "ওপৰৰ আটাইকেইটা"],
"answer": 3
},
{
"question": "বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত মানুহৰ বেছি মিল আছে―",
"options": ["এজন চীনা স্কুলীয়া ল’ৰা", "এটা চিম্পাঞ্জী", "এটা মকৰা", "এটা বেক্টেৰিয়া"],
"answer": 0
},
{
"question": "উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ—",
"options": ["সমসংস্থ", "সমবৃত্তিক", "নিকটৱৰ্তী", "অৱশেষাংগ"],
"answer": 0
}
]
}
Comments
Post a Comment