SEBA Class X General Science Chapter 8 MCQ

{ "questions": [ { "question": "তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে—", "options": ["কোষ প্রৰস", "ক্ৰম’জম", "কোষকেন্দ্ৰ প্রৰস", "অতিকেন্দ্র"], "answer": 1 }, { "question": "তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ তথ্যৰ উৎস বোলা হয়—", "options": ["কোষকেন্দ্র", "DNA", "অতিকেন্দ্র", "কোষকেন্দ্ৰ প্ৰৰস"], "answer": 1 }, { "question": "তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে —", "options": ["পুনৰুৎপত্তি", "বিভংগন", "ৰেণু গঠন", "বিভাজন"], "answer": 3 }, { "question": "তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম’ডিয়ামে প্ৰজনন কৰে—", "options": ["দ্বি-ভাজন", "পুনৰুৎপত্তি", "বহুবিভাজন", "মুকুলোদ্‌গম"], "answer": 2 }, { "question": "তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে—", "options": ["পুনৰুৎপত্তি", "মুকুলোদ্‌গম", "বিভাজন", "ৰেণু গঠন"], "answer": 0 }, { "question": "দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ—", "options": ["মুকুলোদ্‌গম", "আংগিক বিস্তাৰণ", "বিভাজন", "ৰেণু গঠন"], "answer": 1 }, { "question": "ৰাইজ’পাচে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি—", "options": ["আংগিক বিস্তাৰণ", "মুকুলোদ্‌গম", "বিভাজন", "ৰেণু গঠন"], "answer": 3 }, { "question": "পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয় —", "options": ["ভ্ৰূণ", "ডিম্বাণু", "যোজন কোষ", "শুক্রাণু"], "answer": 2 }, { "question": "পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়—", "options": ["অংকুৰণ", "নিষেচন", "ইতৰ-পৰাগযোগ", "স্ব-পৰাগযোগ"], "answer": 1 }, { "question": "ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়—", "options": ["ডিম্বক", "গর্ভাশয়", "গর্ভমুণ্ড", "স্ত্ৰীস্তৱক"], "answer": 0 }, { "question": "ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয় —", "options": ["ডিম্বক", "গর্ভাশয়", "পাহি", "বেটুপাত"], "answer": 1 }, { "question": "পিউবাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’ন—", "options": ["এষ্ট্ৰ’জেন", "থাইৰক্সিন", "টেষ্ট’ষ্টেৰণ", "ইনচুলিন"], "answer": 2 }, { "question": "পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’ন—", "options": ["ইনচুলিন", "বৃদ্ধি হৰম’ন", "টেষ্ট’ষ্টেৰণ", "এষ্ট্ৰ’জেন"], "answer": 3 }, { "question": "মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়—", "options": ["মূত্রপথ", "ফেল’পিয়ান নলী", "শুক্রবাহী নলী", "প্রষ্টেট গ্রন্থি"], "answer": 1 }, { "question": "তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয় –", "options": ["ডিম্ববাহী নলী", "জৰায়ু", "ডিম্বাশয়", "যোনি"], "answer": 2 }, { "question": "তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয় –", "options": ["প্রষ্টেট গ্রন্থি", "শুক্রবাহী নলী", "শুক্ৰাধাৰ", "শুক্রাশয়"], "answer": 3 }, { "question": "প্ৰেচেষ্টাই মাতৃগৰ্ভত ভ্রূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে –", "options": ["পৰিপুষ্টি", "ৰেচন", "শ্বসন", "ওপৰৰ আটাইকেইটা"], "answer": 3 }, { "question": "তলৰ কোনটো জীৱত মুকুলোদ্‌গমৰ জৰিয়তে অযৌন প্রজনন সম্পন্ন হয় —", "options": ["এমিবা", "ইষ্ট", "প্লাজম’ডিয়াম", "লাইছমেনিয়া"], "answer": 1 }, { "question": "তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয়—", "options": ["ডিম্বাশয়", "জৰায়ু", "শুক্রবাহী নলী", "ডিম্ববাহী নলী"], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ