SEBA Class X General Science Chapter 7 MCQ

{ "questions": [ { "question": "উদ্ভিদদেহত কোষ বিভাজনত সহায় কৰা হৰম’নবিধ—", "options": ["চাইট’কাইনিন", "অক্সিন", "জিবাৰেলিন", "এবচাইচিচ এচিড"], "answer": 0 }, { "question": "দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা—", "options": ["এক্সন আৰু ডেনড্রাইট", "এক্সন আৰু হাইড্ৰাইট", "এক্সন আৰু থাইমাচ", "ওপৰৰ এটাও নহয়"], "answer": 0 }, { "question": "হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয় ?", "options": ["ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা", "ফিড্‌-আপ পদ্ধতিৰ দ্বাৰা", "নন-ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা", "ওপৰৰ এটাও নহয়"], "answer": 0 }, { "question": "উদ্ভিদৰ পাত সৰি যোৱাৰ লগত জড়িত উদ্ভিদ হৰম’নবিধ —", "options": ["চাইট’কাইনিন", "এবচাইচিচ এচিড", "জিবাৰেলিন", "অক্সিন"], "answer": 1 }, { "question": "অগ্নাশ গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ—", "options": ["ইনচুলিন", "এড্ৰিনেলিন", "বৃদ্ধি হৰম’ন", "এষ্ট্ৰ’জেন"], "answer": 0 }, { "question": "মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকাৰ্য্য নিয়ন্ত্ৰণ কৰে, সেইটো হ’ল—", "options": ["কৰোটি", "চেৰিব্ৰাম", "চেৰিবেলাম", "মেডুলা"], "answer": 2 }, { "question": "তলৰ কোনটো হৰম’নৰ অভাৱত গৰল ৰোগ হয়—", "options": ["ইনচুলিন", "টেষ্ট ষ্টাৰণ", "থাইৰ’ক্সিন", "এড্ৰিনেলিন"], "answer": 2 }, { "question": "উদ্ভিদদেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম’নবিধ —", "options": ["চাইট’কাইনিন", "জিবাৰেলিন", "অক্সিন", "এবচাইচিচ এচিড"], "answer": 3 }, { "question": "পৰিৱেশৰ কোনো পৰিবৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ’ল—", "options": ["ঐচ্ছিক ক্রিয়া", "অনৈচ্ছিক ক্রিয়া", "প্রতীপ ক্রিয়া", "স্বতঃস্ফূর্ত ক্রিয়া"], "answer": 2 }, { "question": "আমাৰ ভোক লাগিলে লালটি ক্ষণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ—", "options": ["ঐচ্ছিক ক্রিয়া", "প্রতীপ ক্রিয়া", "অনৈচ্ছিক ক্রিয়া", "ৰাসায়নিক ক্রিয়া"], "answer": 1 }, { "question": "তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ—", "options": ["স্নায়ুৰজ্জু", "মস্তিষ্ক", "স্নায়ু", "নিউৰণ"], "answer": 1 }, { "question": "মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়—", "options": ["প্ৰান্তীয় স্নায়ুতন্ত্র", "স্বয়ংক্রিয় স্নায়ুতন্ত্র", "কেন্দ্রীয় স্নায়ুতন্ত্র", "অন্তঃস্রাবী তন্ত্র"], "answer": 2 }, { "question": "কেন্দ্রীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্রবিধ হ’ল—", "options": ["প্ৰান্তীয় স্নায়ুতন্ত্র", "অন্তঃস্রাবী তন্ত্র", "স্বয়ংক্রিয় স্নায়ুতন্ত্র", "ৰেচন তন্ত্ৰ"], "answer": 0 }, { "question": "তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য কৰা অংশ—", "options": ["মধ্যমস্তিষ্ক", "চেৰিবেলাম", "প্রমস্তিষ্ক", "মেডুলা"], "answer": 2 }, { "question": "আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টি সংবেদন গ্ৰহণ কৰা অংশটি হ’ল—", "options": ["মেডুলা", "চেৰিবেলাম", "মধ্যমস্তিষ্ক", "প্রমস্তিষ্ক"], "answer": 3 }, { "question": "ঐচ্ছিক ক্রিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি—", "options": ["প্রমস্তিষ্ক", "মধ্যমস্তিষ্ক", "পশ্চাৎ মস্তিষ্ক", "স্নায়ুৰজ্জু"], "answer": 0 }, { "question": "তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়—", "options": ["মস্তিষ্ক", "স্নায়ু", "স্নায়ুৰজ্জু", "মেৰুদণ্ড"], "answer": 2 }, { "question": "তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি নিৰ্ভরশীল চলন নহয় —", "options": ["পোহৰৰ দিশত কাণ্ড বেকা হোৱা", "সংবেদনশীল উদ্ভিদৰ পাত জঁই পৰা", "কাণ্ডৰ ঊৰ্ধ্বমুখী চলন", "পানীৰ দিশলৈ শিপা বেকা হোৱা"], "answer": 1 }, { "question": "তলত উল্লেখ কৰা কোনটো উপায়েৰে উদ্ভিদকোষে নিজৰ আকৃতি সলনি কৰে —", "options": ["প্ৰটিনৰ পুনৰসজ্জাৰ দ্বাৰা", "কোষলৈ অধিক পৰিমাণে অক্সিজেন আনি", "পানীৰ বাষ্পীভৱনৰ দ্বাৰা", "পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা"], "answer": 3 }, { "question": "তলৰ কোনটো পৰিঘটনাই উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলনক নুবুজায়—", "options": ["জলানুবেগী", "ৰসায়নুবেগী", "সূর্যমুখী ফুলৰ দিন-ৰাতিৰ প্ৰতিক্ৰিয়াত চলন", "ভূকেন্দ্রাবেগী"], "answer": 2 }, { "question": "পৃথিৱীৰ মধ্যাকৰ্ষণৰ প্ৰতিক্ৰিয়া ৰূপে উদ্ভিদৰ অংশৰ চলনক বোলা হয়—", "options": ["জলানুবেগী", "ভূকেন্দ্রাবেগী", "ৰসায়নুবেগী", "পোহৰানুবেগী"], "answer": 1 }, { "question": "তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়—", "options": ["মস্তিষ্ক", "স্নায়ু", "স্নায়ুৰজ্জু", "মেৰুদণ্ড"], "answer": 2 }, { "question": "আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ুৰ মাজৰ সংযোগ—", "options": ["স্নায়ুতন্ত্র", "প্ৰান্তীয় স্নায়ুতন্ত্র", "প্রতীপ ক্রিয়া", "প্রতীপ ধনু"], "answer": 3 }, { "question": "ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি তলৰ কোনটো পৰিঘটনাৰ উদাহৰণ—", "options": ["ভূকেন্দ্রাবেগী", "পোহৰানুবেগী", "ৰসায়নুবেগী", "জলানুবেগী"], "answer": 2 }, { "question": "বহুকোষী জীৱৰ ক্ষেত্ৰত ৰাসায়নিক সংযোগ তলৰ কোনটোৰ সহায়ত সাধিত হয় —", "options": ["হৰম’ন", "বৈদ্যুতিক প্ৰেৰণা", "চুম্বকীয় সংকেত", "পোহৰ"], "answer": 0 }, { "question": "তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম’নসমূহ অংশ—", "options": ["কেন্দ্রীয় স্নায়ুতন্ত্র", "প্ৰান্তীয় স্নায়ুতন্ত্র", "অন্তঃস্রাবী তন্ত্র", "পাচন তন্ত্র"], "answer": 2 }, { "question": "তলৰ কোনটো হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন আৱশ্যকীয়—", "options": ["থাইৰ’ক্সিন", "ইনচুলিন", "বৃদ্ধি হৰম’ন", "এষ্ট্ৰ’জেন"], "answer": 0 }, { "question": "তলৰ কোনটো হৰম’নৰ অভাৱে ডায়েবেটিছ ৰোগ সৃষ্টি কৰে—", "options": ["থাইৰ’ক্সিন", "ইনচুলিন", "এই জেন", "এড্ৰিনেলিন"], "answer": 1 }, { "question": "শৈশৱ কালত হোৱা তলৰ কোনটো হৰম’নৰ অভাৱে কিছুমান ব্যক্তিক বাওনা কৰে—", "options": ["থাইৰ’ক্সিন", "ইনচুলিন", "এড্ৰিনেলিন", "বৃদ্ধি হৰম’ন"], "answer": 3 }, { "question": "পুৰুষৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হম’নবিধ —", "options": ["এষ্ট্ৰ’জেন", "টেষ্ট’টেৰন", "এড্ৰিনেলিন", "থাইৰ’ক্সিন"], "answer": 1 }, { "question": "স্ত্ৰীৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম’নবিধ—", "options": ["টেষ্ট’টেৰন", "ইনচুলিন", "থাইৰ’ক্সিন", "এষ্ট্ৰ’জেন"], "answer": 3 }, { "question": "পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ —", "options": ["থাইৰ’ক্সিন", "ইনচুলিন", "বৃদ্ধি হৰম’ন", "টেষ্ট’টেৰন"], "answer": 2 }, { "question": "থাই ৰইড গ্রন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ —", "options": ["এড্ৰিনেলিন", "বৃদ্ধি হৰম’ন", "থাইৰ’ক্সিন", "ইনচুলিন"], "answer": 2 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ