SEBA Class X General Science Chapter 6 MCQ

{ "questions": [ { "question": "চর্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে—", "options": ["টিপচিনে", "পেপছিনে", "এমাইলেজে", "পিত্ত লবণে"], "answer": 3 }, { "question": "অবাত শ্বসন সম্পন্ন হয়—", "options": ["মাইট’কন্দ্ৰিয়াত", "ক্ল’ৰ’প্লাষ্টত", "কোষকেন্দ্ৰত", "চাইট’প্লাজমত"], "answer": 3 }, { "question": "শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল—", "options": ["এমাইলেজ", "লাইপেজ", "পেপচিন", "ট্ৰিপচিন"], "answer": 0 }, { "question": "যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক—", "options": ["সালোক সংশ্লেষণ", "বাষ্পমোচন", "স্থানান্তৰ", "দীপ্তফচফ’ৰিলীকৰণ"], "answer": 0 }, { "question": "আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয়—", "options": ["এমাইলেজ", "লাইপেজ", "ট্ৰিপচিন", "পেপ্‌চিন"], "answer": 0 }, { "question": "অবাত শ্বসন সংঘটিত হয়—", "options": ["চাইট প্লাজমত", "প্ৰমস্তিষ্কত", "পেশী কোষত", "ওপৰৰ এটাও নহয়"], "answer": 0 }, { "question": "স্পাইগ’মেনোমিটাৰ এবিধ যন্ত্ৰ, যাক মানুহৰ ________জুখিবলৈ ব্যৱহাৰ কৰা হয়", "options": ["ৰক্তচাপ", "তেজত O2 ৰ মাত্ৰা", "তেজত চৰ্কৰাৰ মাত্ৰা", "তেজত ইউৰিয়াৰ মাত্ৰা"], "answer": 0 }, { "question": "ভিলাই ক’ত থাকে ?", "options": ["ক্ষুদ্রান্ত্ৰ", "বৃহদান্ত্ৰ", "যকৃত", "পাকস্থলী"], "answer": 0 }, { "question": "শৰীৰত অক্সিজেন বিতৰণত কোনে সহায় কৰে —", "options": ["হিমগ্লবিন", "অগ্নাশয়", "বৃহদান্ত্ৰ", "ওপৰৰ এটাও নহয়"], "answer": 0 }, { "question": "মানুহৰ দেহৰ কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পাচন হয় —", "options": ["বৃহদান্ত্ৰ", "ক্ষুদ্রান্ত্ৰ", "অগ্নাশয়", "ওপৰৰ এটাও নহয়"], "answer": 1 }, { "question": "বৃক্কৰ গঠনৰ একক হ’ল —", "options": ["ভিলাই", "নেফ্ৰন", "ধমনী", "শিৰা"], "answer": 1 }, { "question": "মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ —", "options": ["পৰিপুষ্টি", "শ্বসন", "ৰেচন", "পৰিবহন"], "answer": 2 }, { "question": "উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-", "options": ["পানীৰ পৰিবহন", "খাদ্যৰ পৰিবহন", "এমিন’ এছিডৰ পৰিবহন", "অক্সিজেনৰ পৰিবহন"], "answer": 0 }, { "question": "স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—", "options": ["কাৰ্বন ডাই অক্সাইড আৰু পানী", "পত্ৰহৰিৎ", "সূৰ্যৰ পোহৰ", "ওপৰৰ আটাইকেইটা"], "answer": 3 }, { "question": "পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-", "options": ["চাইট’প্লাজমত", "মাইট’কন্ড্ৰিয়াত", "ক্ল’ৰপ্লাষ্টত", "কোষকেন্দ্ৰত"], "answer": 1 }, { "question": "পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰি বিয়পি পৰাক—", "options": ["আসৃতি", "ব্যাপন", "অৱশোষণ", "নিসৃতি"], "answer": 1 }, { "question": "এজন প্রাপ্তবয়স্ক মানুহৰ দুয়োটা বৃদ্ধৰদ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰাৱণ হয়?", "options": ["2 L", "180 L", "100 L", "50 L"], "answer": 1 }, { "question": "জাইলেম কলাৰ নলীকাবোৰক বোলা হয়—", "options": ["লসিকা", "ট্ৰেকাইড", "অণুচক্ৰিকা", "ভিলাই"], "answer": 1 }, { "question": "মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থৰ নাম—", "options": ["কাৰ্ব’হাইড্ৰেইট", "প্ৰটিন", "হিম’গ্ল’বিন", "প্লাজমা"], "answer": 2 }, { "question": "তেজৰ তৰল মাধ্য়মটোক কোৱা হয়—", "options": ["প্ৰটিন", "হিম’গ্ল’বিন", "প্লাজমা", "ৰক্তজালিকা"], "answer": 2 }, { "question": "হওঁফাওঁৰ ভিতৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগবোৰ হৈছে—", "options": ["ৰক্তনলীক", "ভিলাই", "লসিকা", "বায়ুকূপ"], "answer": 3 }, { "question": "A.T.P অণুত থকা ফছফেট অণু ওলাই গলে উৎপন্ন হোৱা শক্তিৰ পৰিমাণ—", "options": ["33.3 K.J/Mol", "30.5 K.J/Mol", "37.3 K.J/Mol", "31.5 K.J/Mol"], "answer": 1 }, { "question": "পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গলে পাইৰুভেত অনুৰ ভাঙোন ঘটি কি উৎপন্ন হয়?", "options": ["হাইড্ৰ’ক্ল’ৰিক এচিড", "কাৰ্বন’ডাই’অক্সাইড", "লেকটিক এচিড", "ইথানল"], "answer": 2 }, { "question": "মলত্য়গ কাৰ্যক নিয়ন্ত্ৰণ কৰে—", "options": ["স্নায়ু পেশীয়ে", "স্ফিনক্টাৰ পেশীয়ে", "অগ্নাশয়ে", "বৃক্কই"], "answer": 1 }, { "question": "ক্ষুদ্রান্ত্ৰৰ বেৰত থকা আঙুলী সদৃশ প্ৰবৰ্ধবোৰ হল—", "options": ["বায়ুকূপ", "ভিলাই", "লসিকা", "জাইলেম"], "answer": 1 }, { "question": "আমাৰ পাকস্থলীত উৎপন্ন হোৱা এচিডবিধ হল—", "options": ["এমিন এচিড", "হাইড্ৰ’ক্লৰিক এচিড", "ছালফিউৰিক এচিড", "মিথানয়িক এচিড"], "answer": 1 }, { "question": "জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায়—", "options": ["শ্বসন", "প্রস্বেদন", "পৰিপুষ্টি", "ৰেচন"], "answer": 2 }, { "question": "জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি খাদ্যৰ বিশ্লেষণত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো—", "options": ["পৰিপুষ্টি", "পৰিবহণ", "ৰেচন", "শ্বসন"], "answer": 2 }, { "question": "জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল—", "options": ["শ্বসন", "পৰিবহণ", "পৰিপুষ্টি", "ৰেচন"], "answer": 1 }, { "question": "জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল—", "options": ["পৰিপুষ্টি", "শ্বসন", "ৰেচন", "পৰিবহন"], "answer": 2 }, { "question": "মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচক—", "options": ["লাইপেজ", "পেপচিন", "ট্ৰিপচিন", "লালটি এমাইলেজ"], "answer": 3 }, { "question": "পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচক—", "options": ["পেপচিন", "ট্ৰিপচিন", "লালটি এমাইলেজ", "লাইপেজ"], "answer": 0 }, { "question": "তলৰ কোনটো গ্ৰন্থি হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত —", "options": ["লালটি গ্রন্থি", "আন্ত্রিক গ্রন্থি", "পাকস্থলী গ্রন্থি", "যকৃত"], "answer": 2 }, { "question": "তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত খাদ্যক ক্ষাৰকীয় গুণবিশিষ্ট কৰে—", "options": ["লালটি", "পিত্তৰস", "আগ্নিক ৰস", "অগ্নাশয় ৰস"], "answer": 1 }, { "question": "চৰীৰ পাচনৰ লগত জড়িত উৎসেচক হ'ল—", "options": ["পেপচিন", "লাইপেজ", "লালটি এমাইলেজ", "ট্ৰিপচিন"], "answer": 1 }, { "question": "তলৰ কোনবিধ উৎসেচক প্ৰটিন বিশ্লেষণৰ লগত জড়িত—", "options": ["লালটি এমাইলেজ", "হাইড্ৰ’ক্লৰিক এছিড", "লাইপেজ", "ট্ৰিপচিন"], "answer": 3 }, { "question": "প্ৰ’টিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থ হ’ল—", "options": ["এমিন’ এছিড", "গ্লুক’জ", "ফেটি এছিড", "গ্লিচাৰ’ল"], "answer": 0 }, { "question": "জটিল কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থ—", "options": ["গ্লুক’জ", "গ্লাইক’জেন", "শ্বেতসাৰ", "মাল্টজ"], "answer": 0 }, { "question": "লালটিত থকা উৎসেচক বিধৰ নাম—", "options": ["পেপচিন", "টায়েলিন", "ৰেনিন", "এমাইলেজ"], "answer": 3 }, { "question": "উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহণৰ লগত জড়িত কলাবিধ—", "options": ["ফ্লোৱেম", "জাইলেম", "ক’লেনকাইমা", "স্কেলেৰেনকাইমা"], "answer": 1 }, { "question": "উদ্ভিদদেহত খাদ্যদ্রব্য পৰিবহণৰ লগত জড়িত কলাবিধ—", "options": ["ফ্লোৱেম", "জাইলেম", "স্কেলেৰেনকাইমা", "কলেনকাইমা"], "answer": 0 } ] }

Comments