SEBA Class X General Science Chapter 4 MCQ
{
"questions": [
{
"question": "প্ৰপেনৰ অণু এটাত থাকে—",
"options": [
"10 সহযোজী বান্ধনি",
"9 সহযোজী বান্ধনি",
"11 সহযোজী বান্ধনি",
"8 সহযোজী বান্ধনি"
],
"answer": 0
},
{
"question": "বিউটেনৰ অণু এটাত থাকে—",
"options": [
"9 সহযোজী বান্ধনি",
"4 সহযোজী বান্ধনি",
"13 সহযোজী বান্ধনি",
"10 সহযোজী বান্ধনি"
],
"answer": 2
},
{
"question": "তিনি-কাৰ্বনযুক্ত যৌগ প্ৰপানেলত থকা কাৰ্যকৰী মূলকটো হ’ল—",
"options": [
"কিট’ন",
"এলক’হল",
"এলডিহাইড",
"হেল’জেন"
],
"answer": 2
},
{
"question": "তলৰ কোনটো যৌগৰ কাৰ্বন পৰমাণুবোৰৰ মাজত কেবল এক বান্ধনি আছে?",
"options": [
"C₂H₄",
"C₂H₆",
"C₃H₆",
"C₅H₁₀"
],
"answer": 1
},
{
"question": "তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি আছে?",
"options": [
"C₂H₄",
"C₂H₆",
"C₃H₈",
"C₅H₁₂"
],
"answer": 0
},
{
"question": "তলৰ কোনটো এলকেনৰ সাধাৰণ সংকেত?",
"options": [
"CnH2n+2",
"CnH4n",
"CnH2n-2",
"CnH2n"
],
"answer": 0
},
{
"question": "তলৰ কোনটো এলকিনৰ সাধাৰণ সংকেত?",
"options": [
"CnH2n+2",
"CnH4n",
"CnH2n-2",
"CnH2n"
],
"answer": 3
},
{
"question": "তলৰ কোনটো একলাইনবোৰৰ সাধাৰণ সংকেত?",
"options": [
"CnH2n+2",
"CnH4n",
"CnH2n-2",
"CnH2n"
],
"answer": 2
},
{
"question": "কাৰ্বনে অজস্ৰ প্ৰকাৰৰ যৌগ গঠন কৰাৰ কাৰণ –",
"options": [
"(i) কেটিনেচন, (ii) কার্বন পৰমাণুৰ ক্ষুদ্ৰ আকাৰ",
"(ii) কার্বন পৰমাণুৰ ক্ষুদ্ৰ আকাৰ, (iii) কাৰ্বনৰ চতুৰ্যোজ্যতা",
"(i) কেটিনেচন, (iv) কাৰ্বনৰ শক্তিশালী বান্ধনিৰ গঠন",
"(i) কেটিনেচন, (iii) কাৰ্বনৰ চতুৰ্যোজ্যতা"
],
"answer": 3
},
{
"question": "গাঢ় ছালফিউৰিক এছিডৰ লগত ইথানল উত্তপ্ত কৰিলে উৎপন্ন হয়—",
"options": [
"ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন",
"ইথিন আৰু পানী",
"ছ’ডিয়াম ইথান’য়েট আৰু পানী",
"এষ্টাৰ"
],
"answer": 1
},
{
"question": "ইথিন উৎপন্ন কৰা বিক্ৰিয়াত গাঢ় ছালফিউৰিক এছিডে কোন হিচাপে কাম কৰে?",
"options": [
"জাৰক পদাৰ্থ",
"বিজাৰক পদার্থ",
"অনুঘটক",
"নিৰুদক পদার্থ"
],
"answer": 3
},
{
"question": "তলৰ কোনটোক গ্লেচিয়েল এচেটিক এছিড বুলি কোৱা হয়?",
"options": [
"বিশুদ্ধ ইথানয়িক এছিড",
"ভিনেগাৰ",
"লঘু ইথানয়িক এছিড",
"সকলোৱেই"
],
"answer": 0
},
{
"question": "এষ্টাৰ পুনৰ এলক’হল আৰু ছ’ডিয়াম লৱণলৈ ৰূপান্তৰিত কৰা বিক্ৰিয়াটো—",
"options": [
"এষ্টাভিৱন",
"চেপ’নিফিকেচন",
"হাইড্ৰ’জেনেচন",
"কেটিনেচন"
],
"answer": 1
},
{
"question": "কাৰ্বক্সিলিক এচিড আৰু এলক’হলৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হয়—",
"options": [
"ইথ’ক্সাইড",
"ছ’ডিয়াম ইথান’য়েট",
"এষ্টাৰ",
"ছ’ডিয়াম কার্বনেট"
],
"answer": 2
},
{
"question": "উদ্ভিদজাত তেলৰ পৰা বনস্পতি তৈল তৈয়াৰ কৰাটো—",
"options": [
"এষ্টাভিৱন",
"চেপ’নিফিকেচন",
"প্রতিস্থাপন",
"হাইড্ৰ’জেনেচন"
],
"answer": 3
},
{
"question": "ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল—",
"options": [
"প্ৰতিস্থাপন",
"যোগাত্মক",
"জাৰণ",
"বিজাৰণ"
],
"answer": 2
},
{
"question": "সংপৃক্ত হাইড্ৰ’কাৰ্বনে দহন কৰিলে কিহৰ ৰঙৰ শিখা উৎপন্ন কৰে?",
"options": [
"নীলা",
"লগীয়া",
"ধোঁৱাযুক্ত",
"ৰঙা"
],
"answer": 0
},
{
"question": "দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ আণৱিক ভৰৰ পাৰ্থক্য—",
"options": [
"12u",
"1u",
"14u",
"2u"
],
"answer": 2
},
{
"question": "সমগণীয় শ্রেণীত আণৱিক ভৰ বৃদ্ধি পালে গলনাংক আৰু উলাংক—",
"options": [
"বৃদ্ধি হয়",
"হ্ৰাস পায়",
"একে থাকে",
"এটাও নহয়"
],
"answer": 0
},
{
"question": "ইথানলৰ লগত ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন গেছ হ’ল—",
"options": [
"CO₂",
"H₂",
"O₂",
"C"
],
"answer": 1
},
{
"question": "বিউটেন (C₄H₁₀) ৰ গঠন সমযোজীৰ সংখ্যা—",
"options": [
"2",
"3",
"0",
"1"
],
"answer": 0
},
{
"question": "কাৰ্বন শৃংখলত হাইড্ৰ’জেনৰ ঠাইত আন মৌল প্রতিস্থাপিত হ’ল—",
"options": [
"বিষম পৰমাণু",
"সমগণ",
"কাৰ্যকৰী মূলক",
"সমযোজী"
],
"answer": 0
},
{
"question": "পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা—",
"options": [
"2",
"3",
"4",
"5"
],
"answer": 1
},
{
"question": "ইথিন প্ৰস্তুত কৰিবলৈ কোন নিৰুদক পদার্থ ব্যৱহৃত হয়?",
"options": [
"লঘু HCl",
"গাঢ় HCl",
"গাঢ় H₂SO₄",
"লঘু H₂SO₄"
],
"answer": 2
}
]
}
Comments
Post a Comment