SEBA Class X General Science Chapter 3 MCQ

{ "questions": [ { "question": "তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা—", "options": [ "ছডিয়াম", "এলুমিনিয়াম", "ক্ল’ৰিন", "ব’ৰণ" ], "answer": 3 }, { "question": "তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে বিক্ৰিয়া কৰে ?", "options": [ "Al", "Fe", "Na", "Ca" ], "answer": 3 }, { "question": "তলতনাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্রিয়া কৰে ?", "options": [ "Na", "Fe", "Cu", "Ag" ], "answer": 0 }, { "question": "খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো —", "options": [ "টিনতকৈ যিংক দামী", "যিংকৰ গলনাংক টিনতকৈ বেছি", "যিংক টিনতকৈ অধিক সক্রিয়", "যিংক টিনতকৈ কম সক্রিয়" ], "answer": 2 }, { "question": "এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যোগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ’ল –", "options": [ "কেলছিয়াম", "কাৰ্বন", "ছিলিকন", "আয়ন" ], "answer": 0 }, { "question": "লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত—", "options": [ "গ্ৰীজ ব্যৱহাৰ কৰি", "ৰং ব্যৱহাৰ কৰি", "যিংকৰ প্ৰলেপ দি", "ওপৰৰ সকলো" ], "answer": 2 }, { "question": "তলৰ মৌলবোৰৰ কোনটো আটাইতকৈ বেছি ঘাতসহনশীল ?", "options": [ "ছ’ডিয়াম", "তাম", "সোণ", "এলুমিনিয়াম" ], "answer": 2 }, { "question": "লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই পোৱা সংকৰ ধাতুটো হ’ল—", "options": [ "ব্ৰ’ঞ্জ", "পিতল", "ষ্টেইনলেছ ষ্টীল", "ছ’ল্ডাৰ" ], "answer": 2 }, { "question": "আকৰৰ পৰা আহৰণ কৰাৰ পিছত ধাতু এটাত থকা বিভিন্ন অশুদ্ধি আঁতৰ কৰা পদ্ধতিটো হ’ল—", "options": [ "গাঢ়ীকৰণ", "বিদ্যুৎ পৰিশোধন", "দগ্ধীকৰণ", "তাপজাৰণ" ], "answer": 1 }, { "question": "খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি অশুদ্ধি আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল—", "options": [ "দক্ষীকৰণ", "শোধন", "গাঢ়ীকৰণ", "বিজাৰণ" ], "answer": 2 }, { "question": "উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ হয় ?", "options": [ "কাৰ্বন বিজাৰণ", "বিদ্যুৎ বিজাৰণ", "প্রতিস্থাপন", "জাৰণ" ], "answer": 1 }, { "question": "ধাতব অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহৃত হয়?", "options": [ "জাৰণ", "তাপজাৰণ", "বিজাৰণ", "দক্ষীকৰণ" ], "answer": 2 }, { "question": "কাৰ্বনেট আকৰক ধাতব আক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা হয়—", "options": [ "দগ্ধীকৰণ", "তাপজাৰণ", "বিজ্ঞান", "শোধন" ], "answer": 0 }, { "question": "ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়। এই পদ্ধতিক কোৱা হয়—", "options": [ "পক্ষীকৰণ", "শোধন", "বিজ্ঞাণ", "তাপজাৰণ" ], "answer": 3 }, { "question": "তলৰ কোনটো ধাতুৰ এটা আকৰিক চিনাবাৰ ?", "options": [ "কপাৰ", "যিংক", "ছিলভাৰ", "পারা" ], "answer": 3 }, { "question": "তলৰ কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম ধাতু পোৱা যায় ?", "options": [ "দগ্ধীকৰণ", "তাপজাৰণ", "কাৰ্বন বিজ্ঞাৰণ", "বিদ্যুৎ বিজাৰণ" ], "answer": 3 }, { "question": "ধাতুসমূহৰ সক্ৰিয়তা ক্ৰম নিৰূপণত সর্বাধিক সহায় কৰে —", "options": [ "ধাতু আৰু পানীৰ বিক্ৰিয়া", "ধাতু আৰু এচিডৰ বিক্ৰিয়া", "ধাতু আৰু অক্সিজেনৰ বিক্ৰিয়া", "ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্রতিস্থাপন বিক্ৰিয়া" ], "answer": 3 }, { "question": "তলৰ আটাইতকৈ সক্রিয় ধাতুটো হ’ল—", "options": [ "সোণ", "পটেছিয়াম", "এলুমিনিয়াম", "ছ’ডিয়াম" ], "answer": 1 }, { "question": "তলৰ কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসাৰিত নকৰে ?", "options": [ "Pb", "Zn", "Cu", "Fe" ], "answer": 2 }, { "question": "তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO3 ৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে?", "options": [ "Cu, Co", "Mg, Mn", "Al, Fe", "Na, K" ], "answer": 1 }, { "question": "তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে?", "options": [ "Cu", "Fe", "Al", "Mg" ], "answer": 0 }, { "question": "তলৰ কোনটো ধাতুৱে পানীৰ লগত সহজে বিক্ৰিয়া কৰে?", "options": [ "Cu", "Pb", "K", "Ag" ], "answer": 2 }, { "question": "তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে?", "options": [ "Mg", "Cu", "Fe", "Ca" ], "answer": 2 }, { "question": "তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে?", "options": [ "K", "Mg", "Al", "Ca" ], "answer": 1 }, { "question": "তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে?", "options": [ "Cu", "Fe", "Ag", "Al" ], "answer": 2 }, { "question": "তলৰ কোনটো এটা উভধর্মী অক্সাইড—", "options": [ "Na2O", "KO", "CuO", "Al2O3" ], "answer": 3 }, { "question": "তলৰ কোনটো ধাতব অক্সাইড পানীত দ্রবণীয়—", "options": [ "Na2O", "Fe3O4", "CuO", "PbO" ], "answer": 0 }, { "question": "তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি—", "options": [ "মেগনেছিয়াম", "ছ’ডিয়াম", "সীহ", "গেলিয়াম" ], "answer": 1 }, { "question": "ধাতৱদ্যুতি থকা অধাতুটো—", "options": [ "কাৰ্বন", "ছালফাৰ", "ফ’ছফৰাছ", "আয়’ডিন" ], "answer": 3 }, { "question": "সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো—", "options": [ "আয়’ডিন", "ক্ল’ৰিণ", "ব্ৰমিন", "ছালফাৰ" ], "answer": 2 }, { "question": "সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো—", "options": [ "গেলিয়াম", "চিজিয়াম", "সীহ", "পাৰা (মাৰকিউৰি)" ], "answer": 3 }, { "question": "আটাইতকৈ নমনীয় ধাতুটো—", "options": [ "সোণ", "ৰুপ", "তাম", "এলুমিনিয়াম" ], "answer": 0 }, { "question": "বায়ুৰ সংস্পৰ্শত ছিলভাৰে ইয়াৰ পৃষ্ঠত এটা ক’লা বৰণৰ পদাৰ্থ উৎপন্ন কৰে। পদাৰ্থটো হ’ল—", "options": [ "Ag2S", "AgNO3", "AgCl", "Ag2O" ], "answer": 0 }, { "question": "তলৰ কোনটোৱে পিতলৰ সংযুতি সূচাইছে—", "options": [ "Cu + Zn", "Cu + Sn", "Pb + Sn", "Fe + C" ], "answer": 0 }, { "question": "তলৰ কোনটোৱে ব্ৰ’ঞ্জাৰ সংযুতি সূচাইছে—", "options": [ "Cu + Zn", "Pb + Sn", "Cu + Sn", "Mg + Al" ], "answer": 2 }, { "question": "তলৰ কোনটো এটা এমালগাম ?", "options": [ "Na + Hg", "Fe + C", "Cu + Sn", "Pb + Sn" ], "answer": 0 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ