SEBA Class X Social Science History Chapter 3 MCQ Assamese Medium

{ "questions": [ { "question": "মণিৰাম দেৱানৰ বিচাৰ কৰিছিল—", "options": ["মফট মিলচে", "কেপ্টেইন হলৰইডে", "জে ডব্লিউ কুইণ্টনে", "জেনকিন্সে"], "answer": 1 }, { "question": "মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল—", "options": ["মধুমল্লিক", "মিলচ চাহাবে", "মহিৰাম মুক্তিয়াৰ", "মণিৰাম দেৱাণে"], "answer": 0 }, { "question": "অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল—", "options": ["১৮৪০ চনত", "১৮৪৩ চনত", "১৮৪১ চনত", "১৮৪৫ চনত"], "answer": 1 }, { "question": "গোবিন্দ চন্দ্ৰ ৰজা আছিল—", "options": ["মণিপুৰৰ", "কাছাৰৰ", "ডিমাপুৰৰ", "চীনৰ"], "answer": 0 }, { "question": "অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন আছিল—", "options": ["মণিৰাম দেৱান", "পিয়লি ফুকন", "গমধৰ কোঁৱৰ", "পুৰন্দৰ সিংহা"], "answer": 2 }, { "question": "অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল—", "options": ["১৮২৪ চনত", "১৮২৮ চনত", "১৮২৬ চনত", "১৮৩০ চনত"], "answer": 2 }, { "question": "ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল—", "options": ["১৮৫১ চনত", "১৮৬১ চনত", "১৮৬৩ চনত", "১৮৫৬ চনত"], "answer": 1 }, { "question": "ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল—", "options": ["১৮৪৮ চনত", "১৮৫৮ চনত", "১৮৬৮ চনত", "১৮৭৮ চনত"], "answer": 0 }, { "question": "মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল—", "options": ["জিউৰাম দুলীয়া বৰুৱাক", "পিয়লি বৰুৱাক", "গোমধৰ কোঁৱৰক", "দুতিৰাম বৰুৱাক"], "answer": 1 }, { "question": "জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়—", "options": ["১৮৩০ চনত", "১৮৪৫ চনত", "১৮৩৫ চনত", "১৮৬১ চনত"], "answer": 2 }, { "question": "ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল—", "options": ["পুৰন্দৰ সিংহ", "গোমধৰ কোঁৱৰ", "কন্দৰ্পেশ্বৰ সিংহ", "গদাধৰ সিংহ"], "answer": 0 }, { "question": "১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল—", "options": ["টিকেন্দ্রজিতে", "সম্বোধন কছাৰী", "ৰাজেন্দ্ৰ সিঙে", "ওকিয়াং নং বাহে"], "answer": 3 }, { "question": "১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল—", "options": ["টিকেন্দ্রজিতে", "ওকিয়াং নং বাহে", "শম্ভু ধন কছাৰীয়ে", "ৰাজেন্দ্ৰ সিঙে"], "answer": 2 }, { "question": "তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?", "options": ["১৮৪৩ চনত", "১৮৬০ চনত", "১৮৫৭ চনত", "১৮৬৩ চনত"], "answer": 0 }, { "question": "অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?", "options": ["মণিৰাম দেৱান", "পিয়লি বৰুৱা", "মহাত্মা গান্ধী", "আনন্দৰাম ঢেকিয়াল ফুকন"], "answer": 3 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ