SEBA Class X General Science Chapter 2 MCQ
{
"questions": [
{
"question": "এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে—",
"options": ["NaCl", "HCl", "LiCl", "KCl"],
"answer": 1
},
{
"question": "এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াৰ pH হ’ব পাৰে—",
"options": ["1", "4", "5", "10"],
"answer": 3
},
{
"question": "অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?",
"options": ["এণ্টিবায়টিক", "বেদনানাশক", "অম্লনাশক", "বীজাণুবাৰক"],
"answer": 2
},
{
"question": "খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো—",
"options": ["টিনতকৈ জিংক দামী", "জিংকৰ গলনাংক টিনতকৈ বেছি", "জিংক টিনতকৈ অধিক সক্রিয়", "জিংক টিনতকৈ কম সক্রিয়"],
"answer": 2
},
{
"question": "NaOH দ্ৰৱৰ 10 mL এ HCl দ্ৰৱৰ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি NaOH দ্ৰৱৰ 20 mL লোৱা হয়, তেন্তে প্ৰশমিত কৰিবলৈ লাগিব—",
"options": ["4 mL", "8 mL", "12 mL", "16 mL"],
"answer": 3
},
{
"question": "ক্ষাৰকে পানীত উৎপন্ন কৰা আয়ন—",
"options": ["H+", "Cl-", "OH-", "Mg+"],
"answer": 2
},
{
"question": "CaOCl₂ ৰ সাধাৰণ নাম—",
"options": ["ব্লিচিং পাউদাৰ", "বেকিং ছ’ডা", "বেকিং পাউদাৰ", "কাপোৰ ধোৱা ছ’ডা"],
"answer": 0
},
{
"question": "বেকিং ছ’ডাৰ ৰাসায়নিক নাম—",
"options": ["ছ’ডিয়াম হাইড্রক্সাইড", "ছ’ডিয়াম কাৰ্বনেট", "ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেট", "ছ’ডিয়াম অক্সাইড"],
"answer": 2
},
{
"question": "পানীত দ্রবীভূত ক্ষাৰকক কোৱা হয়—",
"options": ["তীব্র ক্ষাৰক", "মৃদু ক্ষাৰক", "এলকালয়ড", "ক্ষাৰ"],
"answer": 3
},
{
"question": "প্রশমন বিক্ৰিয়াত শুদ্ধ উক্তি কোনবোৰ?
(i) এছিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে।
(ii) লৱণ আৰু পানী উৎপন্ন হয়
(iii) এছিড আৰু ক্ষাৰক উভয়ে উভয়ৰ প্ৰভাৱ নোহোৱা কৰে।
(iv) লৱণ আৰু H₂ উৎপন্ন হয়
শুদ্ধ উক্তি/উক্তিবোৰ হ’ল-", "options": ["(i) আৰু (ii)", "(ii) আৰু (iii)", "কেৱল (ii)", "(i) আৰু (iv)"], "answer": 1 }, { "question": "তলৰ কোনবিধ ঘ্ৰাণেন্দ্রিক সূচক?", "options": ["হালধী", "লিটমাছ", "পিয়াজ", "ৰঙা বান্ধাকবিৰ পাত"], "answer": 2 }, { "question": "তলৰ কোনটো এটা সাংশ্লেষিক সূচক?", "options": ["লিটমাছ", "জবা ফুলৰ পাহি", "হালধী", "ফিন’লফথেলিন"], "answer": 3 }, { "question": "তলৰ কোনবিধ এবিধ প্রাকৃতিক সূচক নহয়?", "options": ["লিটমাছ", "হাইড্রেনজিয়াৰ পাহি", "মিথাইল অৰেঞ্জ", "হালধী"], "answer": 2 }, { "question": "ব’ৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা ছডিয়াম যৌগ—", "options": ["ছ’ডিয়াম হাইড্রক্সাইড", "কাপোৰ ধোৱা ছডা", "বেকিং ছ'ডা", "ছ’ডিয়াম ক্ল’ৰাইড"], "answer": 1 }, { "question": "অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা ছডিয়াম যৌগ—", "options": ["বেকিং ছড়া", "ছ’ডিয়াম হাইড্রক্সাইড", "কাপোৰ ধোৱা ছ'ডা", "পটাছিয়াম হাইড্ৰ’ক্সাইড"], "answer": 0 }, { "question": "এচিড আৰু ধাতুৰ বিক্ৰিয়াত উৎপন্ন গেছটো—", "options": ["কার্বন ডাইঅক্সাইড", "হাইড্ৰ’জেন", "নাইট্ৰ’জেন", "অক্সিজেন"], "answer": 1 }, { "question": "এচিড বৰষুণৰ pH —", "options": ["7.0–7.8", "0", "5.6 তকৈ কম", "5.6 তকৈ বেছি"], "answer": 2 }, { "question": "ক্ল’ৰ-এলকালি পদ্ধতিত উৎপন্ন হয়—", "options": ["NaOH", "Cl₂", "H₂", "ওপৰৰ আটাইকেইটা"], "answer": 3 }, { "question": "তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি ছডিয়াম কাৰ্বনেট পোৱা যায়?", "options": ["শিথিলিত চূণ", "বেকিং ছ'ডা", "জিপছাম", "প্লাষ্টাৰ অব পেৰিছ"], "answer": 1 }, { "question": "এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে। সাম্ভাব্য pH —", "options": ["1", "7", "8", "10"], "answer": 0 }, { "question": "প্লাষ্ট্ৰাৰ অব পেৰিছ পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন পদাৰ্থ—", "options": ["কপাৰ ছালফেট [CuSO₄]", "ছ’ডিয়াম কার্বনেট [Na₂CO₃]", "বেকিং ছ'ডা", "জিপছাম"], "answer": 3 }, { "question": "ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰে—", "options": ["ছ’ডিয়াম হাইড্রক্সাইড [NaOH]", "কেলছিয়াম হাইড্রক্সাইড [Ca(OH)₂]", "ছ’ডিয়াম কার্বনেট [Na₂CO₃]", "পটেছিয়াম হাইড্রক্সাইড [KOH]"], "answer": 1 }, { "question": "এচিডে ধাতৱ কার্বনেটৰ সৈতে বিক্ৰিয়াত উৎপন্ন গেছ—", "options": ["হাইড্ৰ’জেন [H₂]", "নাইট্ৰ’জেন[N₂]", "কার্বন ডাইঅক্সাইড [CO₂]", "ছালফাৰ ডাই অক্সাইড [SO₂]"], "answer": 2 }, { "question": "পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ হয়—", "options": ["কাপোৰ ধোৱা ছ’ডা", "বেকিং ছ’ডা", "ছ’ডিয়াম হাইড্রক্সাইড", "ব্লিচিং পাউদাৰ"], "answer": 0 }, { "question": "তলৰ কোনবিধ ছ’ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান—", "options": ["ছ’ডিয়াম হাইড্রক্সাইড", "ছডিয়াম হাইড্ৰ’জেনকার্বনেট", "ছ’ডিয়াম কার্বনেট", "ব্লিচিং পাউদাৰ"], "answer": 1 }, { "question": "ততীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—", "options": ["প্রশম", "আম্লিক", "ক্ষাৰকীয়", "ইয়াৰ এটাও নহয়"], "answer": 0 }, { "question": "তএবিধ তীব্র ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—", "options": ["ক্ষাৰকীয়", "প্রশম", "আম্লিক", "ইয়াৰ এটাও নহয়"], "answer": 0 }, { "question": "এবিধ তীব্র এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি—", "options": ["ক্ষাৰকীয়", "আম্লিক", "প্রশম", "ইয়াৰ এটাও নহয়"], "answer": 1 }, { "question": "ছ’ডিয়াম ক্ল’ৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ—", "options": ["প্রশম", "ক্ষাৰকীয়", "আম্লিক", "ইয়াৰ এটাও নহয়"], "answer": 0 }, { "question": "চোৰাত পাতৰ শুঙ বিন্ধিলে তলৰ কোনটো এচিড নিঃসৃত হয়—", "options": ["এছেটিক এচিড", "চাইট্রিক এচিড", "লেক্টিক এচিড", "মিথানয়িক এচিড"], "answer": 3 }, { "question": "তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয় —", "options": ["7.0 তকৈ কম", "5.5 তকৈ কম", "5.6 তকৈ বেছি", "5.5 তকৈ বেছি"], "answer": 1 }, { "question": "তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে —", "options": ["5.6 তকৈ কম", "5.5 তকৈ কম", "7.0 ৰ পৰা 7.8", "0 ৰ পৰা 14"], "answer": 2 }, { "question": "NaHCO₃ উত্তপ্ত কৰিলে পোৱা যায়—
(i) ছ’ডিয়াম কার্বনেট
(ii) কার্বন ডাই অক্সাইড
(iii) এছিডৰ ছ’ডিয়াম লৱণ
(iv) পানী", "options": ["(i), (iii)", "(i), (iii)", "(ii), (iii), (iv)", "(i), (ii), (iv)"], "answer": 3 }, { "question": "জিপছামৰ ৰাসায়নিক সংকেত হ’ল—", "options": ["CuSO₄·10H₂O", "CaSO₄", "CaSO₄·2H₂O", "CaCO₃"], "answer": 2 }, { "question": "CaSO₄·½H₂O ৰ সাধাৰণ নাম—", "options": ["প্লাষ্টাৰ অব পেৰিছ", "জিপছাম", "আৰ্দ্ৰ কপাৰ ছালফেট", "কেলছিয়াম ছালফেট"], "answer": 0 }, { "question": "কতলৰ কোনটো যৌগৰ ৰাসায়নিক নাম কেলছিয়াম ছালফেট হেমিহাইড্রেট—", "options": ["জিপছাম", "কাপোৰ ধোৱা ছ’ডা", "প্লাষ্টাৰ অব পেৰিছ", "বেকিং ছ’ডা"], "answer": 2 }, { "question": "কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত কি ?", "options": ["CaCO₃", "NaHCO₃", "Na₂CO₃·10H₂O", "Na₂CO₃"], "answer": 2 } ] }

Comments
Post a Comment