SEBA Class X General Science Chapter 1 MCQ
{
"questions":[
{
"question": "তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে?",
"options": ["ছিলভাৰ", "জিংক", "গ’ল্ড", "মার্কিউৰি"],
"answer": 1
},
{
"question": "Fe₂O₃ + 2Al → Al₂O₃ + 2Fe ওপৰৰ বিক্ৰিয়াটো হ’ল—",
"options": [
"এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ",
"এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ",
"এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ",
"এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ"
],
"answer": 2
},
{
"question": "কি ঘটে যেতিয়া লঘু হাইড্ৰোক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়?",
"options": [
"হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়",
"ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়",
"বিক্রিয়া নঘটে",
"আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়"
],
"answer": 0
},
{
"question": "কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে— শুদ্ধ বিকল্পটো হ’ল—
(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে
(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে
(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়
(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়", "options": [ "(i), (iii)", "(ii), (iii)", "(i), (iii), (iv)", "কেৱল (iv)" ], "answer": 0 }, { "question": "NaOH দ্ৰৱৰ 10 mL এ HCl দ্ৰৱ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। 20 mL NaOH প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ—", "options": ["4 mL", "8 mL", "16 mL", "12 mL"], "answer": 2 }, { "question": "তলৰ কোনটো বিক্ৰিয়া ক’লা-বগা ফটোগ্ৰাফীত ব্যবহৃত হয়?", "options": [ "NaOH + HCl → NaCl + H₂O", "BaCl₂ + Na₂SO₄ → BaSO₄ + 2NaCl", "2AgBr → 2Ag + Br₂", "Fe + CuSO₄ → FeSO₄ + Cu" ], "answer": 2 }, { "question": "বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ—", "options": ["বগা", "ৰঙা", "মটীয়া", "হালধীয়া"], "answer": 2 }, { "question": "এটা জঁকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হ’ল—", "options": [ "শক্তিৰ সংৰক্ষণৰ সূত্ৰ", "স্থিৰানুপাত বিধি", "ভৰৰ নিত্যতা বিধি", "ওপৰৰ এটাও নহয়" ], "answer": 2 }, { "question": "বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা পৰিষ্কাৰ কৰি ল’ব লাগে কাৰণ—", "options": [ "মলি আঁতৰাবলৈ", "ঘৰ্ষণৰ দ্বাৰা উত্তপ্ত কৰিবলৈ", "পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ", "পৃষ্ঠৰ হাইড্ৰক্সাইডৰ তৰপটো আঁতৰাবলৈ" ], "answer": 2 }, { "question": "ছিলভাৰৰ ক্ষয়ীভৱনত পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?", "options": ["ক’লা", "সেউজীয়া", "মুগা", "মটীয়া"], "answer": 0 }, { "question": "কপাৰৰ ক্ষয়ীভৱনত পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?", "options": ["ক’লা", "মুগা", "সেউজীয়া", "ৰঙা"], "answer": 2 }, { "question": "কপাৰ ছালফেটত জিংক পেলাই দিলে সংঘটিত বিক্ৰিয়া—", "options": ["অপসাৰণ", "অধঃক্ষেপণ", "দ্বিঅপসাৰণ", "সংযোজন"], "answer": 0 }, { "question": "তলৰ কোনটো বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে?", "options": ["অপসাৰণ", "বিযোজন", "দ্বিঅপসাৰণ", "সংযোজন"], "answer": 2 }, { "question": "প্ৰাকৃতিক গেছৰ দহন হ’ল—", "options": ["তাপগ্রাহী", "তাপবর্জী", "সংযোজন", "অধঃক্ষেপণ"], "answer": 1 }, { "question": "ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ—", "options": ["ZnO, C", "Zn, CO", "ZnO, CO", "C, ZnO"], "answer": 3 }, { "question": "মেগনেছিয়ামৰ ফিতা দহনে উৎপন্ন বগা পাউদাৰ হ’ল—", "options": [ "মেগনেছিয়াম কার্বনেট", "মেগনেছিয়াম নাইট্ৰেট", "মেগনেছিয়াম অক্সাইড", "মেগনেছিয়াম হাইড্ৰক্সাইড" ], "answer": 2 }, { "question": "চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়া—", "options": ["সংযোজন", "বিযোজন", "অপসৰণ", "দ্বিঅপসৰণ"], "answer": 1 }, { "question": "লেড নাইট্ৰেটৰ তাপীয় বিযোজনত উৎপন্ন নহয়—", "options": ["PbO", "NO₂", "N₂", "O₂"], "answer": 2 }, { "question": "ছিলভাৰ ব্ৰ’মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো—", "options": ["বিযোজন", "সংযোজন", "তাপগ্রাহী", "(a) আৰু (c)"], "answer": 3 }, { "question": "Na₂SO₄ + BaCl₂ → BaSO₄ + 2NaCl বিক্ৰিয়াটো—", "options": ["অপসৰণ", "দ্বিঅপসৰণ", "অধঃক্ষেপণ", "(b) আৰু (c)"], "answer": 3 }, { "question": "ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ মিহলি কৰিলে –
(i) ছ’ডিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন হয়
(ii) এটা অপসৰণ বিক্রিয়া সংঘটিত হয়
(iii) এটা দ্বি অপসৰণ বিক্রিয়া সংঘটিত হয়
(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ’ল", "options": ["(i),(ii),(iii)", "(i),(ii)", "(i),(iii)", "(i),(iii),(iv)"], "answer": 3 }, { "question": "তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয়?", "options": [ "H₂ + Cl₂ → 2HCl", "2AgBr → 2Ag + Br₂", "CaO + H₂O → Ca(OH)₂", "4Na + O₂ → 2Na₂O" ], "answer": 1 }, { "question": "লেড নাইট্ৰেট উত্তপ্ত কৰিলে নিৰ্গত মুগা বৰণৰ ধোঁৱা—", "options": ["NO₂", "PbO", "O₂", "Pb"], "answer": 0 }, { "question": "ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়—", "options": ["SO₂", "SO₃", "Fe₂O₃", "ওপৰৰ আটাইকেইটা"], "answer": 3 } ] }

Comments
Post a Comment