SEBA Class X Social Science History Chapter 2 MCQ Assamese Medium
{
"questions": [
{
"question": "সত্যাগ্ৰহৰ ভিত্তি হ’ল—",
"options": ["অহিংসা।", "স্বৰাজ।", "সত্য।", "গ্রাম্য।"],
"answer": 0
},
{
"question": "কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্রিকাত প্রথমে ব্যৱহাৰ কৰিছিল—",
"options": ["স্বৰাজ।", "সত্যাগ্রহ।", "অহিংসা।", "সত্য।"],
"answer": 1
},
{
"question": "১৯১৭ চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল—",
"options": ["ফৰাচী বিপ্লৱ।", "আগষ্ট বিপ্লৱ।", "ৰুচ বিপ্লৱ।", "সেউজ বিপ্লৱ।"],
"answer": 2
},
{
"question": "সীমান্ত গান্ধী হিচাপে জনা যায় –",
"options": ["খান আব্দুল গফুৰ খাঁ।", "খান ৰহমত খান।", "মহম্মদ আলি জিন্না।", "তয়বুৰ জিন্নাতুল।"],
"answer": 0
},
{
"question": "গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল –",
"options": ["সত্যাগ্রহ।", "ভাৰত ত্যাগ।", "অসহযোগ।", "আইন অমান্য।"],
"answer": 1
},
{
"question": "সবৰ্মতী আশ্ৰম অৱস্থিত—",
"options": ["বিহাৰত।", "গুজৰাটত।", "ৰাজস্থানত।", "নেপালত।"],
"answer": 1
},
{
"question": "মহাত্মা গান্ধীয়ে ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল—",
"options": ["১৮৮৯ চনত।", "১৮৮১ চনত।", "১৮৯১ চনত।", "১৭৮১ চনত।"],
"answer": 2
},
{
"question": "জালিৱানৱালাবাগ অৱস্থিত—",
"options": ["বিহাৰত।", "অসমত।", "পশ্চিমবংগত।", "পঞ্জাৱত।"],
"answer": 3
},
{
"question": "দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্রী আছিল—",
"options": ["ক্লিমেন্ট এটলী।", "উইনষ্টন চার্চিল।", "প্ৰধানমন্ত্রী ডিজৰেলী।", "ৰামজে মেক ডোনাল্ড।"],
"answer": 2
},
{
"question": "গান্ধীৰ দাণ্ডিযাত্ৰা আৰম্ভ হৈছিল—",
"options": ["১৯৩০ চনৰ ১২ মাৰ্চত।", "১৯৩০ চনৰ ১৭ মাৰ্চত।", "১৯৩১ চনৰ ২ মাৰ্চত।", "১৯৩১ চনৰ ১২ মাৰ্চত।"],
"answer": 0
},
{
"question": "গান্ধীজীয়ে কল্পনা কৰা গ্ৰাম্য স্বৰাজৰ মধ্যমান আছিল—",
"options": ["চৰকাৰ।", "পৌৰসভা।", "পঞ্চায়ত।", "পৌৰনিগম।"],
"answer": 2
},
{
"question": "অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন—",
"options": ["মহাত্মা গান্ধী।", "মতিলাল নেহৰু।", "জৱাহৰলাল নেহৰু।", "বিনোৱা ভাবে।"],
"answer": 0
},
{
"question": "দক্ষিণ আফ্ৰিকাৰ স্বৈৰতান্ত্রিক শাসকগোষ্ঠীৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰা সময়ছোৱা আছিল—",
"options": ["১৯৪২-৪৭", "১৮৮৫-৯৫", "১৮২৬-৬২", "১৮৯৩-১৯১৪"],
"answer": 3
},
{
"question": "দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল –",
"options": ["১৯১৩ চনত।", "১৯২৩ চনত।", "১৯৩১ চনত।", "১৯৩২ চনত।"],
"answer": 2
},
{
"question": "মুছলিম লীগে ‘মুক্তি দিৱস’ হিচাপে পালন কৰে—",
"options": ["১৯৩৯ চনৰ ২২ ডিচেম্বৰত।", "১৯৩৮ চনৰ ২ ডিচেম্বৰত।", "১৯৩৮ চনৰ ১২ ডিচেম্বৰত।", "১৯৩৮ চনৰ ২২ ডিচেম্বৰত।"],
"answer": 0
}
]
}
Comments
Post a Comment